পৃষ্ঠা:New Testament in Assamese.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১৮ কৰিীলৈ প্ৰথম পত্ৰ। ১৫ অধ্যায়। - 8 হে ভাইবিলাক, যি শুভবত্তি। মই তোমোলাকৰ অগিত কীত্তন কৰিলো, অৰু যিহকে গ্ৰহণ কৰি তোমোলকি ধৰ্মত থিতি হৈছ, তাকে তোমোল- কত জনাইছে॥ ২ সেই কীত্তন কৰা কথা তোমোলাকে যদি ধৰি থাকা, আৰু তোমোলাকৰ বিশ্বাস যদি বিফল নহয়, তেন্তে তাৰেই তোমোলাকৰ পৰিত্ৰাণ হয়। কিয়নো মই যি যি উপদেশ পালে, তাৰে এই প্ৰধান উপদেশ তোমোলাকক দিলো, খ্ৰীষ্টে অমিৰ পাপৰ নিমিত্তে শাস্ত্ৰত লিখৰি দৰে প্ৰাণ এৰিলে, আৰু মৈদামত থোৱা হল; পাছে শন্ত্ৰিত লিখাৰ দৰে তিন দিনৰ দিনা অকিও জীয়াই উঠি, প্ৰথমতে কৈফাৰ অগিত, পাছে দহ জন শিষ্যৰ অগিত দেখা দিলে; ৫ তাৰ পাছে পচিশতকৈ অধিক ভাই- বিলাকৰ অগিতে একে সময়ত দৰ্শন দিলে; ৬ সিবিলাকৰ কোনো কোনো নিদ্ৰিত হল, কিন্তু অধিক খনি এতিয়ালৈকে জীয়াই থাকিছে। ৭ পাছে, অৰুি বৰি য়াকোবত, আৰু তাৰ পাছে সকলো পাঁচনিত তেওঁ দেখা দিলে। ৮ আটাইৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোৰ আগতে দেখা দিলে। ৯ কিন্তু মই ঈশ্বৰৰ মণ্ডলীৰ লোকক তাৰণা কৰা হেতুকে পঁাচনিবি- লাকৰ মাঝত অতি সৰু, অৰু পচিনিৰ নাম পাবৰে। যোগ্য নহওঁ। ১০ তথা- পি মই যি হৈছোঁ, ঈশ্বৰ অনুগ্ৰহেৰেহে হৈছে; আৰু মোক দিয়া তেওঁৰ যি অনুগ্ৰহ, সি বিফল নহয়। কিয়নো মই সকলো পাঁচনিতকৈ অধিক শ্ৰম কৰিলোঁ; কিন্তু ময়েই কৰিছিলোঁ, এনে নহয়; মোৰ সহায় হোৱা ঈশ্ব- ৰৰ যি অনুগ্ৰহ, সেয়ে কৰিছিলে। ১১ এই হেতুকে মোৰ দ্বাৰাই হওক, বা সিবিলাকৰ দ্বাৰাই হওক, সেই ৰূপে কথা কীত্তন কৰা হৈছিল, তো- মোলাকেও সেই ৰূপে বিশ্বাস কলি॥ ১২ খ্ৰীষ্টে মণৰ পৰা উঠিল, এই কথা যদি প্ৰচাৰ কৰা হৈছে, তেন্তে মৃত্যু লোকৰ উঠান নহয়, তোমেলিকি মাঝত কোনো কোনোএ এই কথা কেনেকৈ বোলে? ১৩ যদি মৃত্যু লোকৰ উঠান নহয়, তেন্তে খ্ৰীষ্টও উঠা নাই; ১৪ আৰু খ্ৰীষ্ট উঠা নহলে, আমাৰ শুভবত্তি। কীত্তন কৰা অনৰ্থক, তোমোলাকৰ বিশ্বাসে বিফল হয়। ১৫ তাত বাঝে আমিও ঈশ্বৰৰ কথাত মিছা সাক্ষী পোৱা হৈছে; কিয়নো তেওঁ খ্ৰীষ্টক তুলিলে, ঈশ্বৰৰ কথাত এনে প্ৰমাণ দিলে; ১৬ কিন্তু যদি মৰা লোকৰ উঠান নহয়, তেন্তে ঈশ্বৰে তেওঁকো তোলা নাই। ১৭ আৰু যদি খ্ৰীষ্টক তোলা নাই, তেন্তে তোমোল- কৰ বিশ্বাস বিফল, এতিয়ালৈকো তোমোলকি পাপৰ ভাৰতহে অছা। ১৮ অ িযিবিলাকে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হৈ গল, সিবিলাকে বিনাশ হল। ১৯ খীষ্টত অমাৰ যি আশা, সেয়ে যদি অকল ইহকাললৈ হয়, তেন্তে আমি সকলো মানুহতকৈ দূৰ্ভগীয়া হৈছে। . .