পৃষ্ঠা:New Testament in Assamese.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। ৩৭ তাতে তেঁও উতৰ কবি সিবিলাকত কলে, জি জনে ভাল কঠিয়া সিচিলে, তেঁও মানুহৰ পুত্ৰ। ৩৮ সেই খেতিয়েই জগত; ভাল কঠিয়া ৰাজ্যৰ সন্তান সকল, আৰু বন গবেৰি পপি অত্মৰি সন্তানবিলকি; ৩৯ জি এ সেইবোৰক সিচিলে, সি চইতান; সহ দাবৰ সময়েই জগতৰ সেস; ধান দোআবিলাকেই ইস্বৰৰ দত। ৪০ আৰু জেনেকৈ বনবোৰ গোটাই জ ইত পোৰা জাই, সেই ৰুপে জগতৰ সেসতো হব; ৪১ মনুিহৰ পুত্ৰই আপোনাৰ দতবিলাকক পঠাই দিব, তাৰু সিবিলাকে তেঁওৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিম্বিনি কৰাবোৰক আৰু অৰমি লোকক গোটাই, ৪২ অগ্নি। কণ্ডত পেলাব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব। ৪৩ তেতিয়া ধৰমি- বিলাকে আপোনাৰ পিত্ৰিৰ ৰাজ্যত সুজৰ নিচিনাকৈ দিপ্তি প্ৰকাশ কৰিব। জৰি সুনিবলৈ কান অচে, সি সুনেকি। | ৪৪ অকও স্বৰগ ৰাজ্য এক খেতিৰ মাজত লুকাই থোঅ ধনৰ নিচিন। হই; তাক কোনো মানহে দেখা পাই গুপুতে ৰাখি, পচে সি গৈ অ- নন্দেৰে আপোনাৰ সকলোকে বেচি, সেই খেতি কিনে। ৪৫ আৰু স্বৰগ ৰাজ্য উতম মুকুতা বিচাৰোতা এক মদৈৰ নিচিনা হই; ৪৬ সি বহু মুল্য এটা মুকুতা পাই, পাঁচে গৈ আপোনাৰ জি জি অচিল, " সকলোকে বেচি সেই মুকুতা কিনে।। ৪৭ অকিও স্বৰগ ৰাজ্য সাগৰত পেলোঅ হৈ সকলো বিধৰ (মাচ) চপাই লোআ এক জলিৰ নিচিনা। ৪৮ সেই জাল ভৰা হলত মানুহবিলাকে বাম- লৈ তুলি তাতে বহি ভালবোৰ চপাই পাত্ৰত ৰাখি, বেয়বোৰ পেলাই দিও। ৪৯ সেই ৰুপে জগতৰ সেসতো হব; দূতবিলীকে অহি ধৰমি লোকৰ মা- জৰ পৰা অধৰমিবোৰক বেলেগাই, সিহঁতক অগ্নি কুণ্ডত পেলবি; ৫০ তাতে ক্ৰন্দন আৰু দাত কৰ চনি হব। ৫১ তেতিয়া চিএ সিবিলাকত কলে, তোমোলাকে এই সকলো কথা বুজি- লা নে? সিবিলাকে বলিলে, হই প্ৰভূ। ৫২ তাতে তেঁও কলে, জি গিৰি- হতে অপোনাৰ ভঁৰালৰ পৰা ন আৰু পুৰনি দ্য উলিয়াই, তাৰ নিচি- না স্বৰগ ৰাজ্যৰ সিখ্য। পোঅ প্ৰতি জন উপদেসক। ৫৩ য়িচএ এই সকলো পটন্তৰ কৈ এটাই সেই ঠাইৰ পৰা গল। ৫৪ পাচে আপোনাৰ দেশলৈ আহি মানুহবিলাকক নাম ঘৰত উপদেস দিলে; তাতে সিহঁতে বিস্মই মানি কলে, এই মানুহৰ এনে গিয়ান আৰু আচৰিত কম কৰ পৰা হল? ৫৫ ই বাহৰ পুতেক নহই নে? ইয়াৰ মাকৰ নাম মা- নিয়মি নহই নে? যাকোব, অৰুি য়োচেফ, চিমোন, য়িহুদা, এইবিলাক তাৰ ভায়েক নহই নে? ৫ ৬ আৰু তাৰ ভনিয়েক সকলো আমাৰ এখেত নাই নে? তেন্তে তাৰ এই সকলো কথা কৰ পৰা হল : ৫৭ এই ৰুপে সিহঁতে তেঁওত বেজাৰ পালে। তাতে য়িচএ সিহঁতত কলে, ভবিস্যত বক্তা আপোন দেস