পৃষ্ঠা:New Testament in Assamese.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অধ্যায়। তোমোলাকে তেওঁৰ মৰণ প্ৰকাশ কৰি আছা। ২৭ আৰু যি কোনো অযোগ্য ৰূপে এই পিঠা খাই, বা এই পাত্ৰৰ পান কৰে, সি প্ৰভূৰ শৰীল আৰু তেজৰ দূষী হব। ২৮ এই হেতুকে মানুহে আপনি অপো- নাক আগৈএ বিচাৰ কৰি, পাছে সেই পিঠা ভোজন কৰোক, আৰু সেই পত্ৰিৰ পনি কৰোক। ২১ কিয়নো যি কোনোএ অযোগ্য ৰূপে ভোজন পনি কৰে, সি প্ৰভুৰ শৰীল নিচিন্তি ভোজন পান কৰাত আপোনালৈ দণ্ড জন্মাইছে। ৩০ এই হেতুকে তোমোলকি অনেক লোক দুৰ্বলী আৰু নৰিয়া হয়, আৰু কেতবিলকি মা হল। ৩১ আমি যদি অপুনি আপোনাক সো- ধৰ বিচাৰ কৰোহঁক, তেন্তে আমি দণ্ড পোৱা নহলেহেঁতেন; ৩২ কিন্তু আমাক যেতিয়া সোধ কৰা হয়, তেতিয়া জগতৰ লোকে সৈতে আমি যেন দণ্ড পোৱা নহম, এই নিমিত্তে আমি প্ৰভুৰ পৰা দুঃখ ভোগ পাইছোঁ। ৩৩ এতেকে হে মোৰ ভাইবিলাক, তোমোলাকে যেতিয়া ভোজন পান কৰি- বলৈ একে ঠাইলৈ আঁহা, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিবা; ৩৪ আৰু তোমোলাকে দণ্ড পাবলৈ একে ঠাইলৈ যেন নাহা, এই নিমিত্তে যি কোনে। মানুহৰ ভোক লাগে, সি আপোনাৰ ঘৰত খাওক। তাত বঝে যিবিলাক কথা থাকে, মই তোমোলাকৰ ওচৰলৈ যোৱা কালত সেই কথা থিৰ কৰিম। ১২ অধ্যায়। হে ভাইবিলাক, পবিত্ৰ আত্মাৰ দানৰ কথাত তোমেলিকে যেন নজনা হোৱা, মোৰ এই ইচ্ছা নাই। ২ তোমোলাক বিদেশী লোক হৈ অগেয়ে যেনেকৈ চলাই নিয়া হৈছিল, তেনেকৈ অবাক মুক্তি ৰ সেৱাত অসিক্ত হৈ আছিল, ইয়াক তোমোলাকে জানা। ৩ এই হেতুকে মই তোমোলাকত এই কথা জনাই- ছে, যি কোনো মানুহে ঈশ্বৰৰ আত্মাৰে কথা কয়, সি শুক শীও পোৱা নোবোলে; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহলে কোনো মানুহে যীশুক প্ৰভু বুলি মাতিব নোৱাৰে। ৪ আত্মাৰ দান অনেক বিধ আছে, কিন্তু একে আত্মা; অৰু অনেক বিধ সেৱা আছে, কিন্তু একে প্ৰভু; ৬ অনেক বিধ কৰ্মে আছে, কিন্তু যি জনে সকলোতে সকলো কৰ্ম সিন্ধি কৰে, তেওঁ একে ৭ হিতৰ নিমিত্তে প্ৰতি জনকে আত্মৰ প্ৰকাশ গুণ দিয়া হৈছে।

  • তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ দ্বাৰাই অনি

কোনো বিশ্বাস দিয়া হৈছে। একে একে আত্মাৰ দ্বাৰাই কোনো স্বস্থ কৰিবৰ শক্তি, আন কোনোক আশ্চৰিত কৰ্ম কৰিবৰ শক্তি, অনিক ভবিষ্যত বাক্য কবৰ শক্তি, আন এজনক আত্মবিলাক জানিবৰ শত্তি, অনি কোনো জনক বিদেশী ভাষা কবৰ শক্তি, আৰু অন জনকে সেই ভাষাৰ অৰ্থ ভাঙ্গিবৰ শক্তি দিয়া হৈছে। ১১ এই ৰূপে একে আত্মাই প্ৰতি জনকে ঈশ্বৰ।