পৃষ্ঠা:New Testament in Assamese.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১৪ কৰিীলৈ প্ৰথম পত্ৰ। নে? ১৬ আপোনাৰ ইচ্ছাৰ দৰে দনি বঁটি দি, সেই সকলো কৰ্ম সিদ্ধি কৰিছে। ১২ শৰীল এক, কিন্তু তাৰ আনেক অঙ্গ; অৰুি সেই শৰীল অঙ্গ অনেক হলেও একে শীল হয়, খ্ৰীষ্টে। সেই ৰূপ। ১৩ কিয়নো আমি য়িহুদি বা বিদেশী লোক, বন্দী বা মুকলি হওঁ, এক আত্মিৰি দ্বাৰাই একে শৰীলত বুৰ দিওৱা হৈছে; অৰুি এক আত্মিাৰ ভাগী হৈছে। ১৮ শৰীল এক অঙ্গ নহয়, অনেক অঙ্গ। ১৫ ভৰি এ যদি বোলে, মই হাত নোহোৱা হেতুকে শৰীল অঙ্গ নহওঁ, তেন্তে সি সেই কাৰণে শৰীল অঙ্গ নোহোৱা হয় আৰু কাণেও যদি বোলে, মই চকু নোহোৱা হেতুকে শৰীৰ অঙ্গে। নহওঁ, তেন্তে সি সেই কাৰণে শৰীল অঙ্গ নোহোৱা হয় নে? ১৭ গোটেই শীলেই চকু হোৱা হলে শ্ৰৱণ কত হলহেঁতেন? গোটেই শীল শ্ৰৱণ হোৱা হলে ঘাণ পোৱা কত হলহেঁতেন? ১৮ কিন্তু এতিয়া ঈশ্বৰে যেনেকৈ উচিত দেখিলে, তেনেকৈ শৰীলৰ মাঝত সকলো অঙ্গ থাপন কৰি- ১১ নাইবা সকলে অঙ্গ একে অঙ্গ হলে, তেন্তে শৰীল কত? ২০ কিন্তু এতিয়া অনেক অঙ্গ হোৱাতে। একে শীল হয়। ২১ আৰু তোমত মোৰ প্ৰয়োজন নাই, চকুএ হাতত ইয়াক কব নোৱাৰে; তোমোলাকিত মোৰ প্ৰয়ো- জন নাই, মূৰে ইয়াক ভৰিত বুলিব নোৱাৰে। ২২ তাত বাঝে শীলৰ যি যি অঙ্গ দুৰ্বলী, সেই সকল অঙ্গৰে৷ প্ৰয়োজন আছে; ২৩ আৰু আমি শৰীলৰ যি যি অঙ্গ অমৰ্য্যতা দেখো, সেই অঙ্গবেক অধিক মৰ্যতা কৰে; তাতে সেই অশোভা অঙ্গ অধিক শোভা হৈ যাই। ২৪ কিয়নো যি যি আঙ্গ অপুনি শোভা, সেইবিলাকক ভূষিত কৰি প্ৰয়োজন নাই। ২৫ এই, ৰূপে শীল মাঝত যেন ভিন ভাও নহয়, অৰুি সকলো অঙ্গ ইটে সি- টৰ সমান ৰূপে উপকাৰ কৰা যেন হয়, এই নিমিত্তে ঈশ্বৰে অমৰ্যতা অঙ্গবোৰক অধিক মৰ্য্যতা দি, সকলো শীল একে লগে মিলন কৰিলে। ২৬ তাতে এক অঙ্গ যদি দুঃখ পোৱা হয়, সকলো অঙ্গ তাৰে সৈতে দুঃখীত হৈছে; আৰু এক আঙ্গ যদি মৰ্য্যতা পোৱা হয়, সকলো অঙ্গ তীৰে সৈতে তানি কৰে। ২৭ তোমোলাক ইটে সিটে অঙ্গ প্ৰত্যঙ্গ হৈ, খ্ৰীষ্টৰ শৰীল হোৱা। ২৮ আৰু প্ৰথমতে পচিনি, দুতীয়তে ভবিষ্যত বক্ত', তৃতীয়তে উপদেশক, তাৰ পাছে অশ্চিৰিত কৰ্ম কাবিলাক, ৰোগ স্বস্থ কৰোতা, উপকাৰ কৰা- বিলকি, শাসন কত, তানি ভাষাৰে কথা কোৱা, এই সকলোকে ঈশ্বৰে আপোনাৰ মওলীত থাপন কৰিলে। ২১ সকলোবিলাক পাচনি হয় নে। বা সকলে ভবিষ্যত বক্তা নে? বা সকলোএ আশ্চৰিত কৰ্ম কৰোতা হয় নে? ৩০ সকলো ৰুগীয়াক স্বস্থ কৰা হয় নে? সকলোএ অনি ভাষাৰে কয় নে? বা সকলোএ ভাষাৰ অৰ্থ ভাঙ্গে নে? ৩১ উত্তম দান পাবলৈ যতন কৰা; তথাপি তাকৈয়ো এক উত্তম পথ দেখুৱাও।