পৃষ্ঠা:New Testament in Assamese.djvu/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ কৰিন্থীলৈ প্ৰথম পত্ৰ। ছিল। ১৪। > নাই, তিৰীহে পুৰুষৰ পৰা হৈছিল। অৰুি তিৰীৰ প্ৰয়োজনলৈ পুৰুষ সুজা হৈছিল, এনে নহয়; কিন্তু পুৰুষৰ প্ৰয়োজনলৈ তিৰীকহে সুজা হৈ- ১৩ এয়েইে দূতবিলাকৰ নিমিত্তে তিৰোতাই আপোনাৰ মূৰত ওৰণি লোৱা উচিত। ১১ তথাপি প্ৰভুৰ বিধিৰে তিৰী নোহোৱাকৈ পুৰুষ নহয়; সেই ৰূপে পুৰুষ নোহোৱাকৈ তিৰীও নহয়; ১২ কিয়নো যেনে- কৈ পুৰুষৰ পৰা তিৰী হৈছিল, তেনেকৈ পুৰুষো হিৰীৰ দ্বাৰাই হয়; কিন্তু সকলো বস্তু ঈশ্বৰৰ পৰাহে হয়। ১৩ তিৰী লোকে উদঙ্গ মূৰে ৰৰ অগিত প্ৰাৰ্থনা কৰিবলৈ উচিত হয় নে নহয়, তাক তোমোলাকে অ- পোনাৰ মনত বিবেচনা কৰা। পুৰুষৰ দীঘল চুলি হলে, সেয়ে তাৰ লজি হয়; ১৫ কিন্তু তিৰীৰ ওৰণিলৈ দীঘল চুলি দিয়া হোৱাত সেয়ে তাইৰ মৰ্যতা, ইয়াকে স্বভাৱৰ জ্ঞানেই 'তোমোলাকক নিশিকাই নে? ১৬ কিন্তু যদি কোনোবা বিবাদী হয়, তেন্তে ঈশ্বৰৰ মণ্ডলীবিলাক আৰু অমাৰে। এনে দস্তুৰ নাই। ১৭ কিন্তু তোমোলাকে হিতৰ নিমিত্তে একে ঠাইতে গোট নেখাই, অহি- তৰ নিমিত্তে গোট খোৱা, তাকে কৈ মই তোমোলাকক প্ৰশংসা নকৰে॥ প্ৰথমতে তোমোলাকে যেতিয়া মণ্ডলীত একে লগ হোৱা, তেতিয়া তো মোলাকৰ ভিন ভিন হয়, তাক মই শুনিছো, আৰু কিছু কিছু পতিয়াই- ১৯ কিয়নো তোমোলাকৰ যি যি গ্ৰহণীয় লোক, সিবিলাক যেন প্ৰকাশ হয়, এই নিমিত্তে তোমোলাকৰ মাঝত বিপথৰ মত হোৱা অৱশ্যক। ২০ তোমোলাকে যেতিয়া একে ঠাইতে গেট খোৱা, তেতিয়া প্ৰভুৰ ভোজ খাবলৈ তাকে কৰা, এনে নহয়; ২১ কিয়নো ভোজন কৰাত প্ৰতি জনে অনিৰ অগৈ আপোনাৰ ভোজ খাই; তাতে কোনো জনৰ ভোক থাকে, কোনো জন পৰিপুষ্ট হয়। ২২ ভোজন পনি কৰিবলৈ তোমোলাকৰ অ- পোন ঘৰ নাই নে? নাইবা ঈশ্বৰ মণ্ডলী হেলা কৰি, ঘৰ নাইকিয়াবি- লাকৰ লাজ কৰোৱা নে? তোমোলকিক কি বুলিম? এই কথাত তোমে- লাকক প্ৰশংসা কৰিম নে? প্ৰশংসা নকৰে॥ ২৩ যি কথা মই প্ৰভুৰ পৰা পাই তোমোলাকক শিকাই দিলো, সেই কথা এই, প্ৰভু যীশুক যি ৰাতি লোকৰ হাতত সোধাই দিয়া হৈছিল, সেই ৰাতিএই তেওঁ পিঠা লৈ, ২৪ ঈশ্বৰক স্তুতি কৰি তাকে ভঙ্গি কলে, [লোৱা, খোৱা,] তোমোলাকৰ নিমিত্তে ভগা যি মোৰ শৰীল, সেয়ে এই; মোক সুঁৱৰিবলৈ ইয়াক ভোজন কৰা। ২৫ সেই ৰূপে ৰাতি ভোজনৰ পাছে তেওঁ পান পত্ৰিকা লৈ কলে, মোৰ তেজৰ দ্বাৰাই যি নতুন নিয়ম, এই পাত্ৰ সেই; তোমোলাকে যেতে বেলি ইয়াক পান কৰা, তেতে বেলি মেকি সুঁৱৰিবৰ নিমিত্তে তাক কৰিবা। ২৬ তোমোলাকে যেতে বেলি এই পিঠা খে ৱিা, আৰু এই পত্ৰিৰ পান কৰা, তেতে বেলি প্ৰভু অহা মানলৈকে