পৃষ্ঠা:New Testament in Assamese.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। ৩১১

২৩ মোলৈ সকলো বস্তু অবাধা, কিন্তু সকলেহিতলৈ নহয়; মোলৈ সক- লো বস্তু অবধি। হৈয়ো সকলোএ লোকক ধৰ্মত থিৰ নকৰে। ২৪ কোনেও আপোনাৰ কথা চিন্তা নকৰি, প্ৰতি জনে লোকৰ কথা চিন্তা কৰোক। ২৫ যি বস্তু হাটত বেচা হয়, দোষাদোষ জ্ঞানৰ নিমিত্তে একো নুসুধি নুপু- চি, তাক ভোজন কৰা; ২৬ কিয়নো পৃথিবী অৰুি তাৰ সকলো বস্তু প্ৰভুৰ হয়। ২৭ অৰুি অবিশ্বাসী লোকৰ মাঝত কোনো নিমন্ত্ৰণ কৰাত তোমাৰ যদি যাবৰ ইচ্ছা হয়, তেন্তে দোষাদোষ জ্ঞানৰ নিমিত্তে একো সেবি পোচ নকৰি, যি বস্তু তোমাৰ অগিত থোৱা হৈছে, তাকে ভোজন কৰিব। ২৮ কিন্তু এই বস্তু দেৱতাৰ প্ৰসাদ, ইয়াক কোনোএ যদি তোমাতি কয়, তেন্তে যি জনে তোমাক বুঝাই, তাৰ নিমিত্তে অ িদোষাদোষ জ্ঞানৰ নিমিত্তে তাক ভো- জন নকৰিবা। ২৯ দোষাদোষ জ্ঞান বুলি, তোমাৰ কোৱা নাই, লোকনৃহে কৈছে; মোৰ শক্তি লোকৰ দোষাদোষ জ্ঞানৰ কিয় অধীন হব? ৩০ মই যদি অনুগ্ৰহ পাই ভেজিন কৰে, তেন্তে যি বস্তুৰ নিমিত্তে স্থতি কৰোঁ, তাক ভোজন কত লোকে মোক কিয় দোষ দিব? ৩১ এই হেতুকে তো- মোলাকে ভোজন পনি আদি যি কৰ্ম কৰা, সকলোকে ঈশ্বৰৰ নিমিত্তে কৰিবা। অনেক লোকে যেন পৰিত্ৰাণ পাই, এই নিমিত্তে মই যেনে- কৈ আপোনাৰ হিত নিচিন্তি সিবিলাকৰ হিত চিন্তি সকলোকে সন্তোষ কৰে, ৩৩ তেনেকৈ তোমোলাকেও য়িহুদিবিলাক, বিদেশী মানুহ, বা ইশ্ব- ৰৰ মণ্ডলীৰ লোক, কাকো বিঘিনি নকৰিবা। ৩৪ আৰু মই যেনেকৈ খ্ৰীষ্টৰ পাছে যোৱা হৈছে, সেই ৰূপে তোমোলাকো মোৰ পাছে যোৱা হব। . ৩২ ১১ অধ্যায়। ৩ আৰু হে ভাইবিলাক, তোমোলাকে সকলো কথাত মোলৈ মন কৰি, মই দিয়া বি- ধান পালন কৰি থাকা, এই নিমিত্তে তোমোলাকক প্ৰশংসা কৰিছো। ২ খ্ৰীষ্ট যেনেকৈ পুৰুষৰ মূৰ, তেনেকৈ তিৰোতাৰ মূৰ পুৰুষ; খ্ৰীষ্টৰ মূৰ ঈশ্বৰ, ইয়াকে তোমোলাকে যেন জানা, এই মোৰ ইচ্ছা। ৪ যি কোনো পুৰুষে মূৰ ঢকা হৈ প্ৰাৰ্থনা কৰে, বা উপদেশ দিএ, সি আপোনাৰ মূৰ অমৰ্যতা কৰে। ৫ কিন্তু যি কোনো তিৰোত মানুহে উদঙ্গ মূৰে প্ৰাৰ্থনা কৰে, বা উপদেশ দিএ, সেই তিৰোতাই আপোনাৰ মূৰ অমৰ্যতা কৰে; কিয়নো তাইৰ মূৰ খুৰুৱাৰ নিচিনা হয়। ৬ তি- ৰোতা যদি অবিৰ্ণ নহয়, তেন্তে চুলিও কটা যাওক; কিন্তু চুলি কটা বা মূৰ খুৰুৱ। যদি লীজ হয়, তেন্তে তাইৰ মূৰ ঢকা হওক। ৭ পুৰুষ হলে ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু প্ৰতাপ হোৱাত মূৰ ঢাকিবলৈ উচিত নহয়; কিন্তু তিৰোতাই অকল পুৰুষৰ প্ৰতাপ। ৮ কিয়নো পুৰুষ তিৰীৰ পৰা হোৱা