পৃষ্ঠা:New Testament in Assamese.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ প্ৰথম পত্ৰ। 1 বিলাক অৰণ্যৰ মাঝত বিনাশ হল। ৬ সিহঁতে যেনেকৈ কামনা কৰিছি- লে, আমিও যেন তেনেকৈ কুচিত কথাৰ কামনা নকৰে, এই নিমিত্তে সিহঁতৰ সেই ঘটনাই অমিলৈ আহি হল। ৭ আৰু সিবিলাকৰ মাঝত কেতবোৰ যেনেকৈ দেওপূজক হৈছিল, তোমোলকি তেনে নহবা; সেই কথাত এনে লিখা আছে, মানুহবিলাকে ভেজিন পান কৰিবলৈ বহিল, পাছে ধেমালি কৰিবলৈ উঠিল। ৮ আৰু সিবিলাকৰ কেতবোৰে যে- নেকৈ ব্যভিচাৰ কৰ্ম কৰি একে দিনাই একুৰি তিনি হেজাৰ মানুহ মৰিল, তেনেকৈ আমি ব্যভিচাৰ কৰ্ম নকৰোহঁক। ১ অৰুি যেনেকৈ সিহঁতৰ কেতবিলাকে পৰীক্ষা কৰি সাপে খোৱাত মৰিল, তেনেকৈ অমি খ্ৰীষ্টৰ পৰীক্ষা নকৰোহঁক। ১০ আৰু সিহঁতৰ কেতবোৰ যেনেকৈ গৰি- হণ কৰি সংহাৰ কৰোতাৰ দ্বাৰাই বিনাশ হল, আমি তেনেকৈ গৰি হণ নকৰোহঁক। ১১ সিহঁতলৈ আহি হবৰ নিমিত্তে এইবিলাক কথা ঘটিল, আৰু জগতৰ শেষত হোৱা যি অমি, অমকি শিকবিৰ নিমিত্তে লিখ। আছে। ১২ এই হেতুকে যি কোনো আপোনাক থিৰ হৈ থকা বুলি মানে, সি যেন নপৰে, এই ভয়েৰে সাৱধান কৰোক। ১৩ যি পৰীক্ষ। মানুহবিলাকত চলে, তাত বাহিৰে তোমোলাকলৈ আনি পৰীক্ষা ঘটা নাই। আৰু বিশ্বাসী যি ঈশ্বৰ, তেওঁ তোমোলাকৰ শক্তিতকৈ অতি পৰীক্ষাত পৰিবলৈ নিদিব; কিন্তু তোমোলাকে যেন সহিব পাৰিবা, এই নিমিত্তে পৰীক্ষাই সৈতে তোমোলাকৰ ৰক্ষাৰ উপায় যুগুত কৰিব। ১৪ এই হেতুকে, মোৰ প্ৰিয়বিলাক, দেওপূজাৰ পৰা আঁতৰি থাকি। ১৫ মই জ্ঞানৱন্তত কোৱা দি তোমোলকিত কৈছে, তোমোলাকে অপু- নি মোৰ কথা বিবেচনা কৰা। ১৬ আমি যি আশীৰ্বাদৰ পাত্ৰত অ- শীৰ্ব্বাদ কৰে, তাতে খীষ্টৰ তেজৰ ভাগী হোৱা নহয় নে? আৰু যি পিঠা ভাঙ্গিছে, তাতে খীষ্টৰ শৰীলৰ ভাগী হোৱা নহয় নে? ১৭ যেনে- কৈ একে পিঠা হয়, তেনেকৈ আমি অনেক হৈয়ো একে দেহ হৈছে; কিয়নো আমি সকলো সেই একে পিঠাৰ ভাগী হৈছে। হোৱা ইস্ৰায়েল লোকক চোৱা; যিবিলাকে উচৰ্গা বলি খাই, সিবিলাক হোমৰ ভেটিৰ ভাগী নহয় নে? ১৯ তেন্তে মই কি কৈছে? দেৱতাই স্বৰূপ, বা দেৱতাৰ আগত বলি দিয়াই স্বৰূপ, এনেকৈ কৈছে। নে? (তেনে নহয়, কিন্তু বিদেশী লোকবিলাকে যি উচৰ্গা কৰে, তাক ঈশ্বৰলৈ নকৰি ভূত দেৱতালৈকেহে কৰে; আৰু তোমোলাক ভূত দেৱতাৰ ভাগী হোৱা, মোৰ এই ইচ্ছা নহয়। ২১ তোমোলাকে প্ৰভুৰ পাত্ৰ অৰুি ভূত দেৱ- তাৰ পত্ৰি, এই দুইকো পনি কৰিব নোৱাৰা প্ৰভুৰ মেজ আৰু ভূত দেৱ- তাৰ মেজ, এই দুইৰো ভাগী হব নোৱাৰা। ২২ অমি ঈশ্বৰৰ খঙ্গ তোলাম নে? ঈশ্বৰতকৈ আমি বলৱন্ত হৈছে। নে? ১৮ বঙ্গহেৰে