পৃষ্ঠা:New Testament in Assamese.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হব। ১৭ মই যদি আপোন ইচ্ছাৰে এই কৰ্ম কৰোঁ, তেন্তে মোৰ কৰ্মৰ ফল আছে; কিন্তু আপোনাৰ ইচ্ছাৰ বাহিৰে যদি কৰে, তেন্তে শুভবত্তিৰি কীত্তনৰ ভাৰ মোৰ ওপৰত থোৱা হৈছে। ১৮ তেনে হলে মোৰ কৰ্মৰ ফল কি? শুভবা। কীত্তন কৰোতে সেই শুভবত্তিতি মোৰ যি শক্তি তাৰে কুব্যৱহাৰ নকৰি খ্ৰীষ্টৰ শুভবত্তি। বিনামূল্যে যেন কৰোঁ, মোৰ কৰ্মৰ ফল . ১৯ মই অটাই মানুহৰ পৰা মুক্ত হলেও, অনেক লোকক পাবৰ নি- মিত্তে সকলোলৈকে আপোনাক বন্দী কৰিলোঁ। ২৩ য়িহুদিবিলাকক পবি- লৈ সিবিলাকলৈ য়িহুদিৰ নিচিনা হলো; [অপুনি বিধানৰ অধীন নহৈ ] বিধানৰ অধীন হোৰাবিলাকক পাবৰ নিমিত্তে সিবিলাকলৈ বিধান অধীন হোৱাৰ নিচিনা হলো; ২১ ঈশ্বৰলৈ বিধান হীন নহৈ খ্ৰীষ্টৰ বিধানৰ অধীন হোৱাতো বিধান নাইকিয়াবিলাকক পাবৰ নিমিত্তে সিবিলাকলৈ বিধান নাইকিয়াৰ নিচিনাই হলো। ২২ দুৰ্বলী লোকক পাবলৈ সিবিলাকলৈ দুৰ্ব্ব- লী ৰূপ হলো; কোনো লোকক যেন পৰিত্ৰাণ কৰাওঁ, এই আশয়েৰে অ- টাইলৈকে আটাইৰে ৰূপ হলো। ২৩ সিবিলাকে সৈতে শুভবত্তিাৰ ফল- ভাগী যেন হওঁ, এই নিমিত্তে শুভবত্তিাৰ কাৰণে মই এই সকলোকে কৰে। ২৪ যিবিলাকে ৰঙ্গ শালত লৰ মাৰে, সেই আটাইবিলাকে লৰ মাৰিলেও অকল এজনেহে বঁটা পাই, ইয়াক তোমোলাকে নেজানা নে? তোমোলাকেও যেন পোৱা, সেই ৰূপেই লৰিবা। ২৫ আৰু যি যি লোকে মাল যুদ্ধ কৰে সিবিলাকে সকলো ভাৱে ইন্দ্ৰিয় দমন কৰে। সিহঁতে বিনাশী কিৰীটি পাব- লৈ তাকে কৰে; আমি হলে অবিনাশী কিৰীটী পাবলৈহে তাক কৰে॥ হেতুকে মই লৰ মাৰে, কিন্তু সংশয়েৰে নহয়; যুদ্ধো কৰো, কিন্তু বায়ুএ সৈতে যুঝ কৰাৰ নিচিনা নকৰে; ২৭ লোকক উপদেশ দি শেষত আপুনি অগ্ৰাহ্য যেন নহওঁ, এই নিমিত্তে মুই শৰীলক দমি বশ কৰি ৰাখিছে। ১০ অধ্যায়। দিওৱা হল, ৩ হে ভাইবিলাক, আমাৰ ওপৰ পুৰুষ সকলে মেঘৰ তলত থাকি সাগ- ৰৰ মাঝেদি গল, ২ আৰু আটাইকে মেঘ আৰু সাগৰতে মোচালৈ বুৰ অৰু আটাইএ একে পৰমাৰ্থিক অহাৰ ভোজন কৰি- লে, আৰু একে পৰমাৰ্থিক জল পান কৰিলে, তোমোলাকে এইবিলাক কথা নেজানি থকা মোৰ ইচ্ছা নাই। ৪ পৰমাৰ্থিক শিলৰ পৰা ওলাই সিবিলাকৰ পাছে বৈ যোৱা যি জল, তাক পান কৰিলে; সেই শিলেই খ্ৰীষ্ট। ৫ তথাপি সিবিলাকৰ অনেকলৈ ঈশ্বৰ সন্তোষ নোহোৱাত সি