পৃষ্ঠা:New Testament in Assamese.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিীলৈ প্ৰথম পত্ৰ। ৯ অধ্যায়। মই চিনি নহওঁ নে? মই মুকলি নহওঁ নে? অমিৰ প্ৰভু ৰাশু খৃষ্টক মই দেখা নাই নে আৰু তোমোলাকো মই প্ৰভুত কৰা কৰ্মৰ ফল নো- হোৱা নে? ২ অন্য লোকলৈ পাঁচনি নহলেও তোমোলাকলৈ পঁাচনি হৈছে; কিয়নো প্ৰভূত অশ্ৰিয় লোৱা তোমোলাকেই মোৰ পাচনি বাৰৰ প্ৰমাণ হৈছা। ৩ যিবিলাকে মোৰ সোধ পোচ কৰে, সেইবিলাকলৈ মোৰ এই উত্তৰ। ৪ আমাৰ খোৱা পিয়া কৰিবৰ শক্তি নাই নে? ৫ অনি অনি পঁচিনি, পুতুৰ ভায়েকবিলাক, অৰুি কৈফা, ইবিলাকৰ নিচিনাকৈ ধৰ্মৰ ভনী হোৱা তিৰোতাক লগত লৈ ফুৰিবৰ শক্তি নাই নে? ৬ নাইবা মই আৰু বৰ্ণাবা, অকল অমি দুইবো বন কৰা এৰিবলৈ শক্তি নাই নে? ৭ আপোনাৰ ধন ভাঙ্গি ৰণ কৰিবলৈ নো কোন যাই? লত। পনিয়ালৰ খেতি কৰি তাৰ গটি নোখোৱা কোন আছে? পহুৰ ঝাক প্ৰতিপাল কৰি তাৰ গাখীৰ নোখোৱাও কোন আছে? ৮ মই অকল মানুহৰ দৰে এই কথা কৈছে। নে? শাস্ত্ৰেও এই দৰে নকয় নে? ৯ মোচাৰ বিধানত লিখা আছে, তোমোলাকে মণ মৰা বলধৰ মুখ বন্ধন নকৰিবা। ঈশ্বৰে অকল বলধৰ হিত চিন্তা কৰে নে? ১০ বিশেষ ৰূপে অমাৰ নিমিত্তে এই কথা নয় নে? যি জনে মাটী চহই, সি অশাৰে যেন চাহ কৰে, অৰু যি জনে মণ মাৰে, সিও অপুনি বঞ্চি। কৰা শহ পাবৰ আশাৰে যেন মাৰে, এই অৰ্থেই অমাৰ নিমিত্তে এই কথা লিখা আছে। ১১ আমি যদি তোমোলাকৰ নিমিত্তে পৰমাৰ্থ কঠিয়া সিঁছিলো, তেন্তে আমি তোমোলাকৰ সংসাৰিক শহৰ ভাগ লোৱাই আশ্চিৰিত হয় নে? ১২ যদি তোমোলাকৰ ওপৰত অনি মানু- হৰ এনে শক্তি হয়, অমাৰ তাতকৈয়ো অধিক নহয় নে? তথাপি আমি সেই শক্তিৰে ব্যৱহাৰ নকৰিলোঁ, কিন্তু খুীষ্টৰ শুভবাৰ্ত। যেন বাধা নকৰোঁ, এই মনেৰে আমি সকলোকে সহিছে। ১৩ যিবিলীকে পবিত্ৰ বস্তুৰ কৰ্ম কৰে, সিবিলাকে মন্দিৰৰ পৰা জীবিকা পাই, আৰু যিবিলাকে হোমৰ ভে টিৰ সেৱা কৰে, সিবিলাক সেই হোমৰ ভেটিৰ ভাগী হয়, তোমোলাকে ইয়াক নেজানা নে? ১৪ সেই ৰূপেও যিবিলাকে শুভবাত্ত। কীত্তন কৰে, সেই শুভবত্তি ৰি পৰা সিবিলাকৰ জীবিকা যেন হয়, ঈশ্বৰে ইয়াকে নিযোজন কৰিলে। ১৫ কিন্তু মই এনে শক্তিয়েৰে একো ব্যৱহাৰ কৰা নাই; আৰু মোলৈ সেই ৰূপে যেন কৰিব, এই মনেৰে মই এইবিলাক কথা লিখা নাই; কিয়- নো কোনো মানুহে মোৰ এই যশস্যা কথা গুছুৱাতকৈ মৰণেই ভাল। ১৬ মই শুভবাত্ত। কীত্তন কৰলেও তাত মোৰ যশস্যাৰ কাৰণ নাই। কিয়নো মোৰ ওপৰত এই ভৰি দিয়া হৈছে, আৰু শুভবাত্ত। কীত্তন নকৰিলে মোৰ সন্তাপ