পৃষ্ঠা:New Testament in Assamese.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। ৩০৭ সি ভাল কর্ম কৰা হয় । ৩৮ এই হেতুকে যি জনে বিয়া দিএ, সিও ভাল কৰে; কিন্তু বিয়া নিদিয়া জনে তাতকৈয়ো ভাল কৰে । ৩৯ পৈএক যিমান দিন জীয়াই থাকে, সেই মান দিনলৈ তিৰােতা বিয়াৰ নীতিৰে বন্ধ হৈ থাকে; কিন্তু পৈএক মৰিলে, তাই মুকলি হৈ কেৱল প্রভূত ( বিশ্বাসী) যি জনলৈ ইচ্ছা হয়, সেই জনে সৈতে বিয়া হব পাৰে। ৪০ কিন্তু এনেই থাকিলে মোৰ বিবেচনাত তাই অতি সুখীয়া হব ; অাৰু মই ঈশ্বৰৰ আত্মাকো পোৱা হৈছোঁ, ইয়াকে বুঝিছে।। ৮ অধ্যায় । ২ মই কিছু নেজানে । দেৱতাৰ প্ৰসাদৰ কথাত অামাৰ অটাইৰে জ্ঞান অাছে, ইয়াক আমি জানে।। জ্ঞানে অহঙ্কাৰ কৰাই, কিন্তু প্রেমেই ধৰ্মত থিৰ কৰে । জানো বুলি, কোনো যদি ভাবে, তেন্তে সি জানিব লগা রূপে একো ৩ কিন্তু যি কোনোএ ঈশ্বৰক প্রেম কৰে, ঈশ্বৰে তেওঁক জানি- বলৈ তাক দিছে । ৪ দেৱতাৰ প্ৰসাদ খোৱাৰ কথা হলে, জগত খনতে দেৱতা একো নহয়, আৰু এক ঈশ্বৰ বাহিৰে আন ঈশ্বৰ নাই, ইয়াক আমি জানো। ৫ অকিাশতো পৃথিবীতে ঈশ্বৰৰ নামেৰে অনেক বেলা আছে; কিন্তু অনেক ঈশ্বৰ আৰু অনেক প্রভু হলেও, ৬ তথাপি যি জনৰ পৰা সকলো বস্তু হয়, অৰু যি জনৰ নিমিত্তে আমি হৈ আছে, অ- মালৈ এনে একে জন পিতৃ ঈশ্বৰহে আছে; আৰু যি জনৰ দ্বাৰাই সক- লো বস্তু অৰু অমিও হৈ আছে, অকল এনে এক প্রভু যীশু খ্রীষ্ট অাছে। ৭ কিন্তু সকলোৰে এনে জ্ঞান নাই; কিয়নো এতিয়ালৈকে কোনো লোকে দেৱতকি মানি দেৱতীৰ প্ৰসাদ বুলি খাই; তাতে সিবিলাকৰ মন দুৰ্বলী হৈ অশুচি কৰা হয় । খোৱা বস্তু ঈশ্বৰৰ আগত অমিক অনুগ্ৰহৰ ভাগী কৰা নহয়; অৰু খালেও আমি তাৰ পৰা উত্তম নহওঁ; নেখালেও অধম নহওঁ । তোমোলাকৰ এই শক্তি যেন দুৰ্বলী লোকৰ বিঘিনিৰ কাৰণ নহয়, এই নিমিত্তে সাবধান হোৱা । ১০ কিয়নো জ্ঞানৱন্ত যি তুমি, তোমাক কোনো যদি দেৱালয়ত খাবলৈ বহা দেখে, তেন্তে সেই জ্ঞানেৰে দুৰ্বলী জনৰ মনেই সেই দেৱতাৰ প্ৰসাদ খাবলৈ সাহ নকৰিব নে? তাতে যাৰ নিমিত্তে খীষ্টই প্রাণ এৰিলে, সেই দুৰ্বলী ভয়। তোমাৰ জ্ঞানৰ দ্বাৰাই নষ্ট হব নে? ১২ ভাইবিলাকৰ বিৰেন্ধে এনে পাপ কৰি সিবিলাকৰ দুৰ্বল মন বিঘাত কৰিলে, তোমোলাকে খীষ্টৰ বিৰোন্ধে পাপ কৰা হয় । মঙ্গহ খোৱাই যদি মোৰ ভাইৰ বিঘিনি কৰে, তেন্তে ভাইৰ বিঘিনি যেন নকৰোঁ, এই নিমিত্তে জগতৰ অন্তলৈকে কেতিয়াও মঙ্গহ নেখাও। B ৯ তথাপি ১১ ১৩ এই হেতুকে