পৃষ্ঠা:New Testament in Assamese.djvu/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০৬ কৰিন্থীলৈ প্রথম পত্র । যদি অমিত্ৰণ কৰা হৈছা, তত একো চিন্তা নকৰিবা; কিন্তু যদি মুক্ত হব পৰিা, তাতকৈ মুক্ত হোৱা । ২২ কিয়নো যি জন বন্দী হোৱাত প্রভূ এ আমন্ত্রণ কৰা হয়, সি প্ৰভুৰ মুক্ত জন; অৰুি যি জন মুক্ত হোৱতি আমন্ত্রণ কৰা হয়, সিও খ্রীষ্টৰ বন্দী । ২৩ তোমেলিকি মূল্যেৰে কিনা হৈছা; এই হেতুকে মানুহৰ বন্দী নহব।। ২৪ হে ভাইবিলকি, তোমেলিকি প্রতি জন যি বিষয়ত থাকোতে আমন্ত্রণ কৰা হল, ঈশ্বৰৰ অগিত সেই বিষয়তে থাকা । ২৫ আৰু অবিঐ মানুহৰ কথাত প্ৰভুৰ অজ্ঞা পোৱা নাই; কিন্তু বিশ্বা- সী হবলৈ প্ৰভুৰ অনুগ্রহ পোৱা হৈ মই এই বুদ্ধি দিছে।। ২৬ এতিয়া হোৱা দুঃখৰ নিমিত্তে মানুহ এনেই থকা ভলি, মই ইয়াকে বুঝে।। ২৭ তুমি তিৰোতা লৈ যদি বন্ধন হোৱা, তেন্তে মুক্ত হবলৈ উপায় নকৰিবা। যদি তিৰোতাৰ পৰা মুক্ত হোৱা, তেন্তে তিৰোতা লবলৈ উপাই নকৰিবা । ২৮ কিন্তু বিয়া কৰিলেও তোমাৰ পপি নহয়, অৰু কন্যাই বিয়া সোমা- লেও তাতে তাইৰো পপি নহয় । তথাপি সিবিলাকে শীলত দুঃখ পাব; কিন্তু তোমোলকিত তাক কবলৈ এৰিছে।। ২৯ হে ভাইবিলাক, মই ইয়াকে কৈছো, অৱশেষ কাল অতি অলপ আছে; এই হেতুকে তিৰোতা থকাবি- লকি তিৰোতা নাইকিয়াৰ নিচিনা, ৩০ অাৰু যিবিলাকে কান্দে, সিবিলাক নকাৰ নিচিনা, আনন্দ কৰবিলাক আনন্দ নকৰাৰ নিচিনা, আৰু যিবি- লীকে কিনে, সিবিলাক সম্পত্তি নাইকিয়াৰ নিচিনা হব লগা; যিবিলাকে এই সংসাৰৰ বস্তৃক প্রত্তন কৰে, সিবিলাকে কুপ্রবর্তন নক- ৰাৰ দৰে আচৰিব লগা হয়; কিয়নো এই জগতৰ আকাৰ লোপ হৈ যাই। ৩২ কিন্তু তোমোলাকে চিন্তা নকৰাকৈ যেন থাকা, মোৰ এই ইচ্ছা । বিয়া নোহোৱা জনে প্রভূক কেনেকৈ সন্তোষ কৰিব, ইয়াৰ নিমিত্তে প্রতুৰ কথা চিন্তি থাকে; ৩৩ কিন্তু বিয়া হােৱা জনে অপোনাৰ তিৰোতাক কেনেকৈ সন্তোষ কৰিব, তাৰ নিমিত্তে সংসাৰৰ কথা চিন্তে । ৩৪ বিয়া কৰোৱা তিৰোতা অাৰু কন্যাৰ মাঝতো ভেদ আছে। শৰীল আৰু মনে। যেন পবিত্র হয়, এই নিমিত্তে বিয়া নোহোৱা তিৰোতাই প্রভুৰ কথা চিন্তি থাকে; কিন্তু বিয়া হোৱা জনীএ পৈয়েকক কেনেকৈ সন্তোষ কৰিব, ইয়াৰ নিমিত্তে সংসাৰৰ কথা চিন্তে । ৩। তোমোলকিক ফন্দিত পেলাবলৈ এই কথা কৈছে, এনে নহয়; কিন্তু ভাল কাৰ্য্যৰ নিমিত্তে, অৰুি তোমোলাক থিৰ মনেৰে ঈশ্বৰৰ সেৱাত যেন থাকা, এই নিমিত্তেহে কৈছে।। ৩৬ কোনো মানুহৰ কন্যাৰ ডেকা কাল চৰি যোৱাত বিয়া কৰিবলৈ যদি প্রয়োজন হয়, আৰু সি তাইলৈ অযােগ্য কর্ম কৰা যদি জানে, তেন্তে ইচ্ছাৰ দৰে কৰিলে পাপ নাই; সিবিলাকে বিয়া কৰোক। ৩৭ কিন্তু যি জনে মনেৰে থিৰ হৈ অপেক্ষাৰ অভিলাষ বশ কৰি বিয়া কৰাৰ প্ৰয়াে- জন নাই, আৰু আপোনাৰ কন্যাক অবিঐয়ে ৰাখিবলৈ মন নিশ্চয় কৰিলে, ৩১ অতি 9