পৃষ্ঠা:New Testament in Assamese.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ অধ্যায় । ইন্দ্ৰিয়ৰ ধৌষ নোহোৱাৰ কাৰণে ছয়তানে যেন তোমোলাকক পৰীক্ষাত নেপেলাই, এই নিমিত্তে আকও আহি একে লগ হোৱা । এই কথা অজ্ঞাৰ দৰে কৈছো, এনে নহয়, অনুমতি মাথোন দিছে । ৭ কিয়নো অটাই মানুহ যেন মোৰ নিচিনা হয়, মোৰ এনে ইচ্ছ। কিন্তু সকলো মা- নুহে, কোনো এক ৰূপে, কোনো আন ৰূপে, আপোনালৈ দিয়া দান ঈশ্বৰৰ পৰা পাইছে । ৮ তিৰোতা নাইকিয়া মুনিহ আৰু বঁাৰীবিলাকলৈ মই এই কথা কৈছো, সিবিলাকে মােৰ নিচিনাকৈ যদি থাকে, তেন্তে ভাল ; ” কিন্তু যদি ইন্দ্রিয় দমন কৰিব নোৱাৰে, তেন্তে বিয়া কৰোক; কিয়নো কাম অগ্নিএ দহাত- কৈ বিয়া কৰােৱাই ভাল। ১০ আৰু বিয়া হােৱাবিলাকলৈ অজ্ঞা কৰিছো, কিন্তু অকল ময়ে কৰোঁ, এনে নহয়, প্রভুএ অজ্ঞা কৰিছে, আপােনাৰ পৈয়েকক তিৰোতাই নেকে। ১১ কিন্তু যদি এৰে, তেও অবিঐ হৈ থা- কোক, নাইবা পৈয়েকে সৈতে আকও মিল হওক; সেই ৰূপে পৈয়েকেও তিৰােতাক ত্যাগ নকৰোক । ১২ আৰু অনিবিলাক মানুহলৈ প্ৰভুএ নকয়, মইহে কৈছে, কোনো ভায়ে- কৰ তিৰোতা অবিশ্বাসী হৈয়ো যদি পৈয়েকে সৈতে থাকিবলৈ ইচ্ছা কৰে, তেন্তে সি তাইক ত্যাগ নকৰিব; ১৩ আৰু কোনো তিৰোতাৰ পৈয়েক অবিশ্বাসী হৈয়ো যদি সেই তিৰোতাই সৈতে থাকিবলৈ ইচ্ছা কৰে, তেন্তে তাই পৈয়েকক নেৰিব । ১৪ কিয়নাে অবিশ্বাসী পৈয়েক বিশ্বাসী তিৰোতা- লৈ শুচি কৰা হয়; আৰু অবিশ্বাসী তিৰোতাও বিশ্বাসী পৈয়েকলৈ শুচি হয় ; এনে নোহোৱা হলে তোমোলাকৰ লৰা লুৰিও অশুচি হলহেঁতেন; কিন্তু এতিয়া শুচি হয়। ১৫ তথাপি অবিশ্বাসী জনে যদি এৰি যাই, তেন্তে যাওক; এনে কথাত ভাই বা ভনীৰ বন্ধন নহয়; কিন্তু ঈশ্বৰে অামাক নিৰ্বিৰোধে থাকিবলৈ অামন্ত্রণ কৰিলে । ১৬ হে তিৰী, তুমি আপোনাৰ পৈয়াৰ পৰিত্ৰাণ কৰাব নোৱাৰিবা, ইয়াক কেনেকৈ জানা? হে পুৰুষ, তুমি অ- পোনাৰ তিৰোতাৰ পৰিত্ৰাণ কৰাব নোৱাৰিবা, ইয়াক নো কেনেকৈ জানা ? ১৭ ঈশ্বৰে প্রতি জনক যেনেকৈ ভাগ কৰি দান দিছে, আৰু যেনে অৱস্থ। থকাত প্রভুএ আমন্ত্রণ কৰিলে, সি তেনেকৈ অচিৰণ কৰেীক; এই দৰে সকলো মণ্ডলীত মই নিবন্ধ কৰিছো । ১৮ চর্মছেদন হোৱাত কোনো মানুহ যদি আমন্ত্রণ কৰা হয়, তেন্তে সি অচর্মছেদন কৰা নহওক; চর্মছেদন নো- হােৱাত কোনো যদি আমন্ত্রণ কৰা হয়, সি চর্মছেদন কৰা নহওক। ১৯ চর্ম- ছেদন কৰাই একো নহয়, অৰুি অচর্মছেদনে একো নহয়; কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাহে সৰ । এই হেতুকে যি জনক যি বিষয়ত থাকে- তে আমন্ত্রণ কৰা হয়, সি সেই বিষয়তে থাকোক। ২১ তুমি বন্দী হোৱাত ২ ০