পৃষ্ঠা:New Testament in Assamese.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০৪ কৰিন্থীলৈ প্ৰথম পত্ৰ। ১০ চোৰ বা লুভীয়া, মতলীয়া বা নিন্দক, বা ছলবাদী, এইবিলাক ঈশ্বৰৰ ৰাজ্যৰ ভাগী নহয়। ১১ তোমোলকি মাঝৰে কেতবোৰ এনে আছিল; কিন্তু এতিয়া অমাৰ প্ৰভু যীশুৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে তোমো- লাক ধুৱা হৈ পবিত্ৰ অৰুি পুণ্যৱন্ত কৰা হৈছা। ১২ মোলৈ সকলো বস্ট অবাধ, কিন্তু সকলো হিতৰ নহয়; মোলৈ সক- লে। অবাধা হলেও কোনো বস্তুৰ অধীন হৈ নেথাকে॥ ১৩ পেটৰ নিমিত্তে অহাৰ; আহাৰৰ নিমিত্তেও পেট; তথাপি ঈশ্বৰে দুইকে বিনাশ কৰিব। কিন্তু শৰীল ব্যভিচাৰৰ নিমিত্তে নহয়, প্ৰভুৰ নিমিত্তেহে হৈছে; আৰু প্ৰভুও শৰীলৰ নিমিত্তে হৈছে। ১৪ আৰু ঈশ্বৰে মৈদামৰ পৰা যেনেকৈ প্ৰভুক তুলিলে, তেনেকৈ আপোনাৰ শক্তিৰে আমাকো তুলিব। ১৫ তোমোলাকৰ দেহ খীষ্টৰ অঙ্গ, ইয়াকে তোমোলাকে নেজানা নে? তেনে হলে, খীষ্টৰ অঙ্গবোৰ লৈ বেশ্যাৰ অঙ্গ কমি নে! এনে কেতিয়াও নহওক। ১৬ বেশ্যই সৈতে যি মানুহ সংযোগ হৈছে, তায়ে সৈতে একে দেহ হয়, ইয়াক তো- মোলাকে নেজানা নে? কিয়নো ঈশ্বৰে কৈছে, সিহঁত দুয়ো একে দেহ হব। ১৭ কিন্তু যি জনে প্ৰভুৰে সংযোগ হয়, সি প্ৰভুএ সৈতে একে অত্মি। হয়। ১৮ বেশ্যালী কৰ্মৰ পৰা আঁতৰি থাকা। মানুহে যি যি পাপ কৰে, সেইবোৰ তাৰ শৰীলৰ বাহিৰে আছে; কিন্তু যি কোনো বেশ্যালী কৰ্ম কৰে, সি আপোনাৰ শৰীলৰ বিৰোন্ধে পাপ কৰে। ১৯ তোমোলাকৰ হৃদয়ত থকা যি আত্মা ঈশ্বৰৰ পৰা পালা, তোমোলাকৰ শৰীল তেওঁৰ মন্দিৰ, আৰু তোমোলাক আপোনাৰ নোহোৱা, ইয়াক তোমোলাকে নে, জানা নে? ২৩ কিয়নো তোমোলাক মূল্যেৰে কিনা হৈ আছি; এই হেতৃ- কে [ঈশ্বৰৰ হোৱা] তোমোলাকৰ শৰীলেৰে [অত্মিাৰেও] ঈশ্বৰ মহিমা প্ৰকাশ কৰা। ৭ অধ্যায়। আৰু তোমোলাকে মোলৈ যি যি কথা লিখিছিল, সেই কথাৰ উত্তৰ এই, পুৰুষে তিৰোতকি পৰ্শ নকৰাই ভাল; ২ কিন্তু ব্যভিচাৰ নহবলৈ প্ৰতি জন পুৰুষৰ আপোনাৰ এজনী তিৰোতা হওক; আৰু প্ৰতি জনী তিৰোতাৰে। আপোনাৰ এজন স্বামী হওক। পৈয়েকে তিৰোতাক আৰু তিৰোতাই পৈয়েকক উচিত ব্যৱহাৰ কৰোক। ৪ তিৰোত আপোনাৰ শৰীলৰ অধি- কৰি নহয়, কিন্তু পৈয়েকেই অধিকাৰ; সেই ৰূপে পৈয়েকে অপোনাৰ শীলৰ অধিকাৰ নহয়, তিৰোতহে অধিকাৰ হয়। ৫ [লঘোনি অ]ি প্ৰাৰ্থনাত মন দিবৰ নিমিত্তে দুয়ো একে আলচেৰে কিছু কাল পৃথক হৈ থকাৰ বাঝে ইজনে সিজনৰ পৰা আপোনাক বঞ্চনা নকৰিবা; পাছে