পৃষ্ঠা:New Testament in Assamese.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অধি॥ ২৫ মানহ- বন গচে। দেখা হল। নোহোআৰ গুনে অলপ দিন মাথোন থাকে, পাচে বাক্যৰ কাৰনে দুখ বা তাৰন। ওলালে অলপতে সি বেজাৰ পাই। ২২ কাইটনি জি কঠিয়া সিঁচা হল, তাৰ অৰ্থ এই, কোনো কথা সুনি- লত সংসাৰৰ চিন্তা আৰু ধনৰ ভুল, এইবিলাকে বাক্য হেচি ধৰে, তাতে সি বিফল হই। ২৩ আৰু ভাল মাটিত জি কঠিয়া সিঁচা হল, তাৰ অৰ্থ এই, কোনো কোনো কথা শুনি তাক বুজে, অৰুি কেতবিলাকে এস, কেতবিলা- কে তিনি কুৰি, কেতবিলাকে ডেৰকুৰি গুনকৈ গুটি ধৰে। ২৪ তেঁও আৰু এক পটন্তৰ দি সিবিলাকত কলে, জি এজন গিৰিহতে অ- পোনাৰ খেতিত ভাল কঠিয়া সিঁচিলে, সেই ৰুপ স্বৰগ ৰাজ্য। বিলাক টোপনিত থকা সময়ত তাৰ সত্ৰু অহি ধানৰ মাজত বনগুটি সিঁচি গুচি গল। ২৬ পচে জেতিয়া সেই ধানৰ পাত বহি চেঁই ওলাল, তেতিয়া ২৭ তাতে সেই গিহিতৰ বন্দিবোৰে আহি তেঁত কলে, বোলে, হে দেও, অপিনি জানো খেতিত ভাল কঠিয়া সিঁচা নাই? তেন্তে কৰ পৰা তাত বন হল। ২৮ তেঁও সিহঁতত কলে, কোনোবা সএ ইয়াক কৰিলে। তাতে বন্দিহঁতে তেঁওক বলিলে, তেন্তে আমি জেন গৈ বনবোৰ উভালি গোটাম, অপোনাৰ এনে ইচা আচে নে? ২৯ তেঁও বলিলে, নহই, বনবোৰ উভলি গোটাতে কি জানি তহঁতে ধানকো তাৰ লগতে উভাল। ৩০ সহ দাবৰ কাললৈকে দৰে। একে লগে বহি থাকোক। পাচে দাবৰ বে- লতি মই ধনি দোঅবোৰত কম, প্ৰথমতে বনবোৰ গোটাই পুৰিবলৈ মুঠা- মুঠ কৰি বান্ধিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবিক। ৩১ তেঁও আৰু এক উপমা দি সিবিলাকত কলে, স্বৰগ ৰাজ্য এটি সৰিয়- হৰ নিচিনা; তকি কোনো এজন মানুহে লৈ আপোনাৰ খেতিত সিঁচিলে। ৩২ সি অটাই গুটিতেকৈ সৰু হই; কিন্তু গজি বাহিলে সাকতকৈ ডাঙ্গ, আৰু অকিসিৰ চৰীয়ে আহি তাৰ ডালত নিবাস লই, এনে গচ হৈ জাই। ৩৩ পীচে তেঁও সিবিলাকত অনি এক উপমা দি কলে, এজনি তিৰোতাই জি খমিৰ লৈ তিনি কঠা পিঠা গুৰিৰ মাজত গোটেইটো নুফুললৈকে ঢাকি থই, তাৰ নিচিনা স্বৰগ ৰাজ্য। ৩৪ এই সকলো কথা য়িচু লোক সমুহৰ অগিত পটন্তৰেৰে কলে, আৰু পটন্তৰ নিদিয়াকৈ সিবিলাকত একো কথা নকলে। ৩৫ তীতে জি কথা ভবিস্যত বক্তাৰ দোঅৰিাই কোঅ হৈচিল, বোলে, পটন্তৰ দি কবলৈ মই আপোনাৰ মুখ মেলিম; জগতৰ স্ৰিষ্টিৰে পৰা গুপুত হোআ কথাবিলাক প্ৰকাস কৰিম, সেই কথাই সিধি হল। ৩৬ পাচে ৰিচুএ লোক সমুহ পঠাই দি ঘৰলৈ গলত সিস্যবিলাকে তেঁওৰ ওচৰলৈ আহি কলে, খেতিৰ বন গচৰ পটন্তৰ অৰ্থ অমাক প্ৰকাস ৰুপে কও।