৬ অধ্যায় । ৩০৩ তুকে পুৰণি থামীৰেৰে, অর্থাৎ দুর্মতি অাৰু হিসাৰ খমীৰেৰে পৰ্ব্ব নকৰি, আমি খমীৰ নােহোৱা অকপট আৰু সত্যৰ পিঠাবে পৰ্ব্ব কৰোহঁক। ৯ তোমোলাকে ব্যভিচাৰ লোকে সৈতে প্রবর্তন নকৰিবা, এই কথা তোমোলকিলৈ পত্ৰত লিখিলোঁ; ১০ কিন্তু ব্যভিচাৰী, লুভীয়া, ছলবাদী, দেওপূজক, এনে সংসাৰিক লােকে সৈতে কোনো ৰূপে প্রবর্তন কৰিবলৈ নিষেধ কৰিছোঁ, এনে নহয়; সেই দৰে হলে তোমোলকি সংসাৰৰ বাহিৰ হব লগা হয়। ১১ কিন্তু কোনো মানুহ যদি ভায়েকৰ নামেৰে জনা হৈ, ব্যভিচাৰী, লুভীয়া, দেওপূজক বা নিদক, মতলীয়া বা ছলবাদী হয়, তেন্তে এনে মানুহে সৈতে প্রবর্তন আহাৰো নকৰিবা, ইয়াক মাথোন লিখিলোঁ । ১২ বাহিৰ হােৱা যিবিলকি, সিবিলাকৰ সোধ কৰিবলৈ মোৰ কি কাৰণ? তােমোলাকে মণ্ডলী লোকৰ সোধ কৰা নহয় নে ? ১৩ কিন্তু বাহিৰ লো- কৰ সোধ ঈশ্বৰে কৰে । এই হেতুকে তোমোলাকৰ মাঝৰ পৰা সেই পাপী মানুহক দূৰ কৰিবা । ৬ অধ্যায় । তোমেলিকিৰ এজনৰ অনি এজনে সৈতে বিবাদ লাগিলে, পবিত্র লোকৰ আগত গোচৰ নকৰি অধর্মী মানুহৰ আগত গোচৰ কৰিবলৈ সহ আছে নে? ২ পবিত্র ললাকে জগতৰে সোধ কৰিব, ইয়াক তোমোলাকে নেজানা নে? আৰু তোমোলাক জগতৰ সোধ কৰা যদি হোৱা, তেন্তে অতি অলপ কথাৰ সোধ কৰিবলৈ যোগ্য নোহোৱা নে ? আৰু অমি দূতবিলকিৰে। সোধ কৰিম, তাক নেজানা নে ? তেন্তে এই সংসাৰিকৰ কথা সোধ নকৰিম ৪ এই হেতুকে তোমোলাকৰ মাঝত সংসাৰিক কথাৰ কোনো গোচৰ হলে, তাৰ সোধ কৰিবলৈ মণ্ডলীৰ মাঝৰ যশস্য। নোহোৱাৰিলাককে নিযােজন কৰিবা । ৫ মই তোমোলাকৰ লাজৰ নিমিত্তে এই কথা কৈছে; আপোনাৰ ভায়েকৰ বিবাদ সােধ কৰিব পৰা, এনে বুদ্ধিমন্ত মানুহ তো- মোলাকৰ মাঝত এটাও নাই নে? ৬ কিন্তু ভায়েকে ভায়েকৰ ওপৰত সােধ কৰাই, অবিশ্বাসীবিলাকৰ আগতো কৰাই । ৭ তোমোলাকে ইটে সিটে গোচৰা গুচৰি কৰি থকাত তোমোলাকৰ নিশ্চয়ে দোষ। তাক নকৰি তোমোলাকে অন্যায় কিয় নসহ।। অপোনাৰে। হানি হবলৈ কিয় নি দিয়া? ৮ কিন্তু তাক নকৰি তোমোলাকে আপুনি ভাইবিলাকৰ অন্যায় আৰু হানি কৰিছা । ১ অধর্মীবিলাক ঈশ্বৰৰ ৰাজ্যৰ ভাগী নহব, ইয়াক তোমোলাকে নে- জানা নে? এই কথাত তোমোলকি ভুল নহবা; ব্যভিচাৰ, বা দেওপূজক, বা পৰতিৰী গমন কৰা, তিৰোতাৰ দৰে ব্যৱহাৰ কৰা, পুংমৈথুনী,
পৃষ্ঠা:New Testament in Assamese.djvu/৩০৮
অৱয়ব