পৃষ্ঠা:New Testament in Assamese.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. ৩০২ কৰিন্থীলৈ প্রথম পত্র । কৰে; তাৰণা পোৱাত সহন কৰে; ইতিকিঙ্গ কৰা হৈ মিনতি কৰে; ১৩ জগতৰ মল আৰু অটিই বস্তুৰ মামৰ নিচিনা আজিলৈকে গণ। হৈছে।। তোমোলকিক লীজ দিবলৈ এইবিলাক কথা লিখিছোঁ, এনে নহয়; কিন্তু মোৰ প্রিয় পুত্ৰৰ নিচিনা তোমোলকিক বুদ্ধি দিছে।। খ্রীষ্টৰ ধর্মত তোমোলাকৰ যদি দহ হেজাৰ উপদেশক হয়, তেও তোমোলাকৰ পিতৃ অনেক নাই । মই শুভ বাত্তাৰ দ্বাৰাই যীশু খীষ্টৰ ধৰ্মত তোমো- লাকক জন্মালে; ১৬ এই হেতুকে তোমোলকিক মিনতি কৰিছোঁ, মেৰি অচিৰণত তোমোলকি প্রবত্ত হোৱা । ১৭ এই অশিয়েৰে প্ৰভুত বিশ্বাসী মোৰ প্রিয় পুত্র যি তিমথি, তেওঁক তোমোলাকৰ ওচৰলৈ পঠাইছে; খীষ্টৰ ধৰ্মত মোৰ যি অাচাৰ আৰু সকলো মণ্ডলীত অটাই ঠাইতে যে- নেকৈ উপদেশ দিছে, তেওঁ তোমোলাকক তাকে সোঁৱৰাব। ১৮ মই তোমোলাকৰ ওচৰলৈ নেয়াওঁ, ইয়াকে বুঝি তোমোলাকৰ কো- নোবিলাকে অহঙ্কাৰ কৰিছে। ১৯ কিন্তু যদি প্ৰভুৰ ইচ্ছা হয়, তোমোল- কৰ ওচৰলৈ সোনকালে যম; তাতে সেই অহঙ্কাৰী লোকবিলাকৰ কথা কোৱা নেজানি, সিবিলাকৰ শক্তি জানিম। ২০ কিয়নো ঈশ্বৰৰ ৰাজ্য কথতি নহয়, শক্তিতহে হয়। ২১ মই তোমোলাকৰ ওচৰলৈ এডাল ভঁৰ লৈ যাম নে, নাইবা প্ৰেম আৰু নমু মনেৰে যাম? তোমোলাকৰ কেনে ইচ্ছা? + ৫ অধ্যায়। মানুহে অপোনাৰ বাপেকৰ ঘৈনীএকক গমন কৰে, এই যি ব্যভিচাৰ কথা দেওপূজকৰ মাঝতে শুনা নাই, এনে ব্যভিচাৰ তোমোলকিৰ মাঝতে অাছে, এই কথা সকলো পোনে খ্যাতি হৈছে। ২ আৰু তোমোলাকে খেদ কৰি সেই কর্ম কৰাটক তােমোলাকৰ মাঝৰ পৰা বাহিৰ নকৰি গৰ্ব্ব কৰিছা নে ? ৩ সেই কর্ম যি কৰিছে, তাৰ কথাত মই শৰীলেৰে আঁতৰ হৈয়ে আত্মৰে ওচৰ হৈ, লগত থকাৰ দৰে এই নিশ্চয় কৰিলোঁ; ৪ তো- মোলাকে অমাৰ প্ৰভু যীশু খ্রীষ্টৰ নামেৰে মোৰ অত্মিাই সৈতে একে ঠাই প্রভু যীশুৰ সোধৰ দিনা সেই মানুহৰ আত্মাই যেন পৰিত্ৰাণ পাই, এই নিমিত্তে তাৰ শৰীল নাশ হবলৈ অমাৰ প্ৰভু যীশু খ্রীষ্টৰ মহিমাৰে তাক ছয়তানৰ হাতত সোধাই দিয়া। ৬ তােমোলাকে এনে গৰ্ব্ব কৰা ভাল নহয়; অলপ খমীৰেৰেই গোটেইটো পিঠা ফেনি হৈ যাই, ইয়াক তোমাে- লাকে নেজানা নে? ৭ এই হেতুকে তোমোলাক অথমীৰ হোৱাৰ দৰে নতুন পিঠা এটা যেন হোৱা, এই নিমিত্তে পুৰণি খমীৰ দূৰ কৰা। ৮ আৰু নিস্তাৰ পৰ্কৰ মেৰ যি খীষ্ট, তেওঁ আমাৰ বলি কৰা হৈ আছে; এই হে- হ,