পৃষ্ঠা:New Testament in Assamese.djvu/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায় । লিখাও আছে, তেওঁ জ্ঞানী লোকক সিবিলাকৰ মায়া জালেৰেই ধৰে । ২০ অকিও লিখা আছে, জ্ঞানী লোকৰ যি ভাবনা, সেয়ে অনর্থক বুলি ঈশ্বৰে জানে। ২১ এই হেতুকে কোনাে মানুহক প্রশংসা নকৰোক, কিয়- নো সকলোএই তোমোলাকৰ; ২২ পৌল, আপলো, কৈফা, বা জগত, জীৱন বা মৰণ, বর্তমান বা ভবিষ্যত, সকলােবোৰ তোমোলাকৰে, ২৩ তো- মোলাকো খীষ্টৰ, খ্রীষ্টো ঈশ্বৰৰ । ৪ অধ্যায়। জানেক। ৩ লোকে আমাক খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ গোপনীয় কথাৰ ভঁৰালী বুলি ২ আৰু ভঁৰালী যেন বিশ্বাসী হয়, তাৰ এই উচিত কর্ম। কিন্তু তোমোলাকৰ বা কোনাে লােকৰ সসাধেৰে মই যে সোধােৱা হওঁ, ইয়াক অতি সৰু বুলি মানে; ময়ো আপুনি আপোনাৰ সােধ নকৰে।। ৪ মই মনেৰে দোষ নেজানো, তেও তাৰেই নিদুষী নহওঁ; কিন্তু যি জনে মোৰ সোধ কৰে, সেই জন প্রভু। ৫ এই হেতুকে এন্ধাৰত থকা গুপুত কথা যি জনে প্ৰকাশ কৰি মনৰ অলিচকো দেখাব, এনে যি প্রভু, তেওঁ অহা সম- য়ৰ আগৈএ একো সোধ নকৰিবা; সেই কালত ঈশ্বৰৰ পৰাহে প্রতি মানু- হে প্রশংসা পাব। হে ভাইবিলাক, তোমোলাকে বিধিতকৈ বহ। ৰূপে কাকে যেন ডাঙ্গৰ কৰি নেমান, অাৰু এজনৰ ফলীয়া হৈ এজনৰ বিৰোন্ধেৰে তোমোলাকৰ কোনেও অহঙ্কাৰী যেন নহয়, ইয়াকে অমৰ পৰা যেন শিকা, এই নিমিত্তে তোমোলাকৰ হিতলৈ মই আপোনাৰ অৰুি আপলোৰে নামেৰে সলনি কৰি এই কথা কলো। ৭ অনিৰ পৰা তোমাক কোনে বেলেগ কৰিছে। অনিৰ পৰা পোৱা নাই, এনে বস্তু বা তোমাৰ কি আছে ? যদি লোকৰ পৰা হয়, তেন্তে লোকৰ পৰা নোপোৱাৰ দৰে আপোনাৰ প্রশংসা কৰি- ছা কিয় ? তোমোলকি পৰিপূৰ্ণ হোৱা, ধনৱন্ত হোৱা, অমিত বিনে ৰজাৰ দৰে অধিকাৰ কৰিছা। তোমোলকি যেন অধিকাৰ হােৱা, এই মোৰ বঞ্চিা; তাতে আমিও তোমোলাকৰ ভাগী অধিকাৰ হলোঁহেঁতেন । ৯ মই এনে বুঝিছে, পাঁচনি যি আমি, আমাক ঈশ্বৰে মৰণলৈ নিযোজন কৰ নিচিনাকৈ শেষত দেখালে; জগতৰ আগত, অর্থাৎ স্বৰ্গৰ দূতৰো মানুহৰো অগিত আমি কৌতুকৰ পাত্ৰ হৈছে। খীষ্টৰ নিমিত্তে আমি অজ্ঞনী, তােমোলাক হলে খীষ্টত জ্ঞানী; আমি দুৰ্বলী, তােমোলকি বলী; তােমোলকি মান্যৱন্ত, অামি অমান্য । ১১ অামি আজিলৈকে ভোক আৰু পিয়াহ লাগি, বিবস্ত্র অাৰু মাৰ কিল খোৱা হৈ, নিবাস নাইকিয়াকৈ আপোনাৰ হাতেৰে শ্ৰম কৰি আছো। ১২ আৰু নিন্দিত হৈ আশীৰ্ব্বাদ b