পৃষ্ঠা:New Testament in Assamese.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ প্রথম পত্র । ৩ অধ্যায় । ৭ এই হেতুকে হে ভাই সকল, পৰমার্থিক লোকত কোৱাৰ দৰে মই তোমোলকিত কর নোৱাৰি, সংসাৰিক আৰু খৃীষ্টৰ ধৰ্মৰ লৰাবোৰত কোৱাৰ দৰেহৈ কব পাৰিলে।। ২ তোমোলকিক গাখীৰ খুৱাই, টান বস্তু নুখুৱালোঁ; কিয়- নো অগেয়ে নোৱাৰিলা; সংসাৰিক হৈ থকাত এতিয়াও নোৱাৰা । য়নাে তোমােলাকৰ মঝিত অসূয়া, দন্দ, অ িবিবাদ থকাত তোমোলাক সংসাৰিক নোহোৱা নে ? মানুহৰ দৰে অচিাৰ নকৰা নে? ৪ কোনো বোলে, মই পৌলৰ শিষ্য; কোনোএ বােলে, মই আপলোৰ শিষ্য; তেন্তে তােমোলাক সংসাৰিক নোহোৱা নে ? ৫ পৌল কোন ? আপলো বা কোন প্রভুএ যেনেকৈ সকলোকে অপেনি অাপোন ফল বহাই দিলে, সিবিলাক সেই ৰূপে তোমোলাকৰ বিশ্বাস জন্মেরি। সেৱক মাথোন হয় । ৬ মই ৰুলো, অপলোএ পানী দিলে, কিন্তু ঈশ্বৰেহে তাক বহালে । ৰোৱা আৰু পানী দিয়া দুয়ো জন একো নহয়; বৃদ্ধি কৰা জন ঈশ্বৰহে । ৮ ৰোৱা আৰু পানী দিয়া দুয়ো একে ; আৰু সকলো অপুনি কৰা কর্মৰ দৰে আপেনি অাপোন ফল পাব । ৯ কিয়নো আমি ঈশ্বৰে সৈতে কর্ম কৰোতা হৈছে; তােমোলাক ঈশ্বৰৰ খেতি, ঈশ্বৰৰ সজা ঘৰ হৈছা । ১০ মই যেনেকৈ ঈশ্বৰৰ অনুগ্রহ পাইছো, তেনেকৈ নিপুন ঘৰ সজিয়াৰ দৰে ভেটিৰ মূল পাতিলে; তাৰ ওপৰত অনে সাজে ; কিন্তু যি ৰূপে সাজে, তালৈ প্রতি জনে সাৱধান হওক । ১১ কিয়নো যি মূল পতা হৈছে, সেই যীশু খ্রীষ্টৰ বাহিৰে আন কোনো মূল কেৱে পাতিব নোৱাৰে । ১২ এই মূলৰ ওপৰত কোনো মানুহে সোণ, ৰূপ, ৰতন, নাইবা কাঠ, খেৰ, নৰ, যি যি বস্তুৰে সাজে, প্রতি জন মানুহৰ সেই কর্ম প্রকাশ হব । ১৩ কিয়নো সেধিৰ দিন। অগ্নিয়েৰে প্ৰকাশ হৈ তাক প্রৌঢ়িক কৰিব, অাৰু প্রতি জনৰ যি কৰ্ম্ম, সি কেনে, তাক অগ্নিএই পৰীক্ষা কৰিব । ১৪ তাৰ ওপৰত সজা যি মানুহৰ কৰ্ম ৰয়, সি কর্মৰ ফল পাব; ১৫ অৰু যি মানুহৰ সজা কর্ম পোৰে, তাৰ হানি হব; তথাপি সি আপুনি অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰেই ৰক্ষা পাব । ১৬ তোমোলাক ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্ম। তোমোলাকৰ হৃদয়ত থাকে, ইয়াক নেজানা নে ? ১৭ ঈশ্বৰ মন্দিৰ যি কোনো অশুচি কৰে, ঈশ্বৰে তাকে নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্র, সেই মন্দিৰ তো- মোলাকেই হৈছা । ১৮ কোনো মানুহে আপোনাক নুডুলাওক। তোমো- লাকৰ মাঝত কোনোএ যদি সংসাৰিক কথাত আপোনাক জ্ঞানী মানে, সি জ্ঞানী হবৰ নিমিত্তে আপোনাক অজ্ঞানী বুলি মানেকি । নে। এই সংসাৰৰ যি জ্ঞান, ঈশ্বৰৰ আগত সেয়ে অজ্ঞান । এই কথাত ৩ ১৯ কিয়-