পৃষ্ঠা:New Testament in Assamese.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ মাথি। ১৩ অধ1। আৰু সেই দিন চুি ঘৰৰ পৰা গৈ সাগৰৰ তিৰত বহিল। ২ তীতে অনেক সমুহ লোক তেঁওৰ ওচৰ চাপিলত তেঁও এখন নাৱত উঠি তাত বহি লত সেই গোটেই জুম মানুহ বমিতে থিয় হৈ থাকিল। তেতিয়া তেঁও পটন্তৰ দি সিবিলাকত অনেক কথা কৈ বুলিলে, দেখা, এটা খেতিয়কে কঠিয়! সিঁচিবলৈ গল। ৪ আৰু সি কঠিয়া সিটোতে সিচেঁতে কেবিলাক বাটৰ কাখৰত পৰিল; তাতে চৰাইবোৰে অহি তাক খুঁটি খুঁটি খালে। ৫ কেতবিলাক অলপ মাটি থকা সিলনিত পৰি, ডাঠ মাটি নথকাত সোন কালে গজিল; ৬ কিন্তু বেলি ওললিত ৰদ লাগি, তাৰ সিপ। নোহোঅতি সুকাই গল। ৭ আৰু কেতবোৰ কাঁইটনিত পৰিল, তাতে কঁাইট গঢ় বাহি তাক হেচি ধৰি মাৰিলে। ৮ কিন্তু অনিবিলাক ভাল মাটিত পৰিল, তাতে কেতবোৰে এস গুন, কেতবোৰে তিনি কুৰি গুন, কেতবোৰে ডেৰকুৰি গুন- কৈ গটি ধৰিলে। ৯ জাৰে সুনিবলৈ কান অচে, সেয়ে সুনেকি। ১০ পাচে তেঁওৰ সিদ্যবিলাকে আহি তেঁত সুধিলে, আপনি কি নিমিতে সিহঁতৰ অগিত দৃিষ্টান্তেৰে কথা কৈছে? ১১ তাতে তেঁও সিবিলাকক উতৰ দি কলে, স্বৰগ ৰাজ্যৰ গুপ্ত কথা জানিবলৈ তোমোলকিক দিয়া হৈছে, কিন্তু সিহঁতক দিয়া নাই। ১২ কিয়নো জাৰে অচে, তাক আৰু দিয়া হব, তাতে তাৰ অধিক হৰ; কিন্তু জাৰ নাই, তাৰ জি অচে, তাকে। তাৰ পৰা নিয়া হব। ১৩ কিয়নো সিহঁতে দেখিও নেদেখে, সুনিও নুসুনে, অৰু নুবুজেও; এই হেতুকে সিহঁতৰ আগত মই দৃিষ্টান্তেৰে কঁও। ১৪ তাতে য়িচয়াৰ এই ভবিস্যত বানি সিহঁতত সিধি হৈচে, বোলে, তোমোলাকে মুনোতে সুনিব, কিন্তু নুবুজিব, আৰু দেখেতে দেখিবা, তেও নেজানিবা। ১৫ কিয়নো এই মানুহবিলাকে জেন চকু এৰে নেদেখে, কানেৰে নুনে, চিতে- ৰেও নুবজে, অৰুি মন পালটাত মই সিহঁতক জেন স্বস্থ নকৰোঁ, এই নিমিছে সিহঁতৰ চিত ভোতোহা, অৰুি সুনিবলৈ কানে। গধুৰ, আৰু সিহঁতে অপো- নাৰ চকু মুদি আচে। ১৬ কিন্তু তোমোলাকৰ চকু ধন্য, কিয়নো সিবিলাকে দেখে; তোমোলকিৰ কানে। ধন্য, কিয়নো সিবিলাকে সুনে। লাকত মই স্বৰুপকৈ কৈচে, তোমোলাকে জি জি দেখিচা, তাক অনেক ভবিস্যত বক্তা আৰু ধৰমি লোকে দেখিবলৈ ইচা কৰিয়ে দেখিবলৈ নেপালে, আৰু সুনিবলৈ ইচা কৰিয়ে। সুনিবলৈ নেপালে। ১৮ এতেকে কঠিয়া সিচা খেতিয়কৰ পটন্তৰ সুনা। ১৯ জেতিয়া কো- নেএি ৰাজ্যৰ কথা সুনিও নুবুজে, তেতিয়া পাপ আত্মাই আহি তাৰ মনত জি জি সিঁচা হল, তাক কাহি নিএ। বাটৰ কখৰত ৰুঠিয়া সিঁচা হোঅৰি। অৰ্থ এই। ২০ আৰু জি কঠিয়া সিলনিত সি চা হল, তাৰ অৰ্থ এই, কো- নে এ কথা সুনিলতেই আনন্দেৰে লই, ২১ কিন্তু আপোনাৰ মাজত সিপা - ১৭ তেমো-