পৃষ্ঠা:New Testament in Assamese.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কমীয়ালৈ পত্ৰ। ১৫ অধ্যায়। এই হেতুকে বিশ্বাসত বলৱন্ত আমি আপোনাৰ সন্তোষলৈ কাবাৰ নকৰি নিৰ্ব্ব- লী লোকৰ দুৰ্বল সহিবলৈ উচিত। ২ অমাৰ প্ৰতি জনে আপোনাৰ চুবুৰিয়াৰ হিতৰ নিমিত্তে তাৰ সন্তোষ কবেকি। ৩ কিয়নো খ্ৰীষ্টে আপুনি আপোনাৰ সন্তোষ নকৰিলে; কিন্তু তোমাক নিন্দা কাবিলাকৰ নিন্দাও মোৰ ওপ- ৰত পৰিল, এই কথা যেনেকৈ লিখা আছে, সেই ৰূপে হল। ৪ আৰু আমি ধৌযেৰে আৰু শাস্ত্ৰৰ সান্তনাৰে যেন আশা পাওঁ, এই নিমিত্তে আগেয়ে যি সকল কথা লিখা অছিল, সেই কথা শিকিবৰ কাৰণেই লিখিত হৈছিল। ৫ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ গুণ কীত্তন একে চিত্তেৰে একে মুখেৰে কৰিবৰ নিমিত্তে, ৬ তোমোলিক ইজনে সিজনে সৈতে মনেৰে যেন একে হোৱা, ধৌৰ্য আৰু সান্তনা দিয়া ঈশ্বৰে তোমোলাকলৈ এনে কৰোক। ৰ আৰু ঈশ্বৰৰ মহিমা প্ৰকাশ হবলৈ খীষ্টে যেনেকৈ তোমোলাকক গ্ৰহণ কৰিলে, তেনেকৈ তোমোলাকেও ইটে সিটে গ্ৰহণ কৰা। ওপৰ পিতৃবিলাকলৈ যি যি প্ৰতিজ্ঞা হৈছিল, সেই প্ৰতিজ্ঞা থিৰ কৰি- বলৈ যীশু খ্ৰীষ্টে চৰ্ম ছেদন লোকলৈ সেক হল, আৰু বিদেশী লোকেও ঈশ্বৰৰ দয়াৰ নিমিত্তে তেওঁৰ গুণ কীত্তন কৰিব, মই ইয়াকে বোলে॥ ১ এই কথাত এনে লিখাও আছে, সেই নিমিত্তে মই বিদেশী লোকৰ মাঝত তোমাৰ গুণ কীত্তন কৰিম, তাৰু তোমাৰ নামেৰে গীতো গাম। ১০ অকও লিখিছে, হে বিদেশী লোকবিলাক, তেওঁৰ লোকে সৈতে তো- মোলাকে অনিন্দ কৰা। আৰু বাৰ লিখা আছে, হে সকলো বিদেশী লোক, তোমোলাকে ভুক শুতি কৰা; হে লোক সকল, তেওঁৰ যশস্য? কীত্তন কৰা। ১২ পুনৰ বাৰ য়িছয়ও কৈছে, য়িছইৰ বদহত এটা সিহ- ৰি ওলাব, আৰু বিদেশী লোকৰ ওপৰত অধিকাৰ হবলৈ এজন উঠিব; তেওঁত বিদেশী লোকেও আশা কৰিব। ১৩ এয়েৰেই তোমোলাক পবিত্ৰ আত্মৰি মহিমাত আশাৰে যেন পূৰ হোৱা, এই নিমিত্তে আশা দিয়া ঈশ্ব - ৰে বিশ্বাসৰ দ্বাৰাই তোমোলকিক অনিদেবে কুশলেৰে পৰিপূৰ্ণ কৰোক। ১৪ হে ভাইবিলাক, তোমোলাক যে সজ সুভাৱেৰে যুগত আৰু সকলে। জ্ঞানেৰে পূৰ হৈ ই জনে সি জনে উপদেশ দিবলৈকো শক্তিমন্ত হোৱা ইয়া- কে মই আপনি নিশ্চয় কৰি জানিছে॥ ১৫ তথাপি হে ভাইবিলাক, বি- দেশী লোকক পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰ কৰা হলত সিবিলাক উচৰ্গৰ বস্তুৰ নিচিনা গ্ৰহণীয় যেন হয়, ১৬ এই নিমিত্তে মই বিদেশী লোকলৈ যীশু খ্ৰীষ্টৰ সেৱক হৈ, ইশ্বৰ শুভ বাত্তাৰ যজন কৰ্ম কৰিবলৈ ঈশ্বৰে মোক ষি অনুগ্ৰহ কৰিলে, তোমোলকিক সোঁৱৰবৰ আশিয়েৰে সেই অনুগ্ৰহৰ কা. ৰণে কেতবিলাক কথা সহি কৰি লিখিছো। ১৭ এয়েৰেই ঈশ্বৰৰ কথাত