পৃষ্ঠা:New Testament in Assamese.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯; ১৫ অধ্যায়। ২০ আৰু তনি ৰ্যীশু খ্ৰীম ব দৰাই প্ৰশংসা কৰিবলৈ মোৰ কাৰণ আছে। ১৮ কিয়নো বাক্য আৰু ক্ৰিয় ত আশ্চিৰিত চিন আৰু বিস্ময় কৰ্মেৰে, আৰু পবিত্ৰ অতুৰি মহিমাৰে বিদেশী লোকক তাজা মনাবলৈ মোৰ হতুৱাই খুষ্টে যি সকল কৰ্ম সিন্ধি কৰিলে, তাত বাঝে অনি একো কৰ্মৰ কথা কব, লৈ মই সহি নকৰে॥ ১৯ সেই কৰ্মতে ছিলিমৰ পৰা ইলুবিকলৈকে সকলতো খষ্টৰ শুভ বাতৰি সম্পূৰ্ণ কীৰ্তন কৰিলোঁ। মানুহৰ অৰিণৰ মূৰ ওপৰত যেন নেসাজিম, এই নিমিত্তে যি যি ঠাইত খ্ৰীষ্টৰ নাম প্ৰচাৰ কৰা নাই, সেই ঠাইত শুভ বত্তি। কীত্তন কৰিবলৈ মই যতন কৰিলে। ২১ এই ৰূপে লি থাও আছ, যিবিলাকৰ অগিত তেওঁৰ কথা কীত্তন হোৱা নাই, সেইবিলাকেই দেখিবলৈ পাব; অৰু যিবিলাকে শুনা নাই, সেইবিলাকে বুঝিব। ২। এই নিমিত্তে মই তোমোলাকৰ ওচৰলৈ যোৱাৰ বিৰোন্ধে অনেক বাধা পী.1; ১৩ কিন্তু এতিয়া এই ফালৰ তাৰু ঠাই নাইকিয়াত, আৰু তো- মেনি কিৰ ওৰলৈ যাব ল ত নেক বছৰৰ পৰা মোৰ ৰ ইচ্ছ। হেতি, ২৪ মই ইসলানিয়া দশলৈ যোৱা কালত তোমে লাকেৰে বাটত দেখা দেখি হৈ তোমোলাকে সৈতে আপিত কিছু তৃপ্তি পাই, পাছে তো মালাকৰ দ্বাৰাই ত লৈ অগ বহাই থোৱা যেন হম, মই এনে তাশা কৰিছে। কন্তু এতিয়া পৰিত্ৰ লোকক সুশ্ৰষা কৰিবলৈ য়িৰুছামলৈ যাওঁ। ২৬ কিয়নো মাকেদনিয়া আৰু অখয়া দেশৰবিলাকে য়িৰুছালমত থকা দৰিদ্ৰ পবিত্ৰবিলাকৰ উপকাৰলৈ দান কৰিবলৈ ইচ্ছা কৰিলে। ২৭ ইচ্ছা কৰিলে হয়, সিবিলাকৰ ধৰুৱাও হৈ আছে; কিয়নো বিদেশী লোকে সিবিলাকৰ পৰমাৰ্থ বস্তু যদি পাইছিলে, তেন্তে সিবিলাকক সংসাৰিক বস্তু দিও উপকাৰ কৰা বিদেশী লোকৰ উচিত। ২৮ এই হেতুকে মই সিবিলাকলৈ সেই দানৰ ফলত মোহৰ মাৰি এই কৰ্ম পূৰ কৰিলে, পাছে তোমোলাকৰ ওচৰেদি ইলপানিয়া দেশলৈ যাম। ২৯ আৰু যেতিয়া গৈ তোমোলাকক পাম, তেতিয়া;ীষ্টৰ শুভ বাতৰি পৰিপূৰ্ণ অশীবাদেৰে যেন যাম, ইয়াকে মই জানো। ৩০ হে ভাইবিলাক, য়িহুদা দেশৰ অবিশ্বাসী লোকৰ হাতৰ পৰা যেন ৰক্ষা পাম, আৰু হিচ্ছালমলৈ মোৰ যি সেৱাৰ ভাৰ, সেয়ে পবিত্ৰ লোকবিলাকৰ অগিত যেন গ্ৰহণীয় হয়, ৩১ আৰু ঈশ্বৰৰ ইচ্ছাৰে তোমোলাকৰ ওচৰলৈ আনন্দে গৈ তোমোলাকে সৈতে মই যেন প্ৰাণ জুৰাম, এই কথাৰ নিমিত্তে তোমোলাকে মোৰ অৰ্থে একে চিত্তেৰে ঈশ্বৰৰ আগত প্ৰানলৈ যুগুত হোৱা, ৩২ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আৰু পবিত্ৰ আত্মাৰ প্ৰেমেৰে তো- মোলাকক এই মিনতি কৰিছে। ৩৩ কুশল দিওঁতা ঈশ্বৰ তোমোলাকৰ লগত থাকোক। আমেন। ২৪ 9