কৰ্মীয়লৈ পত্ৰ। - . প্ৰভূৰ নিমিত্তে জীওঁ; যদি মবে, ও ভূৰ নিমিত্তেই মবে॥ এই হেতুকে জীও বা মৰে, আমি প্ৰভুৰ হৈ আছে॥ ১ কিয়নো জীয়। লোক মৰা লোক দইৰে। তেওঁ যেন প্ৰভু হয়, এই নিমিতেহে খৃীট মবিল, [উঠিল,] অক জলে। ১০ কিন্তু তুমি আপোনাৰ ভায়াক কিয় দৃষী কৰ1) আপোনাৰ ভায়াক নো কিয় হেয় কৰা? খ্ৰীষ্টৰ সোধৰ সিংহাসনৰ তাগিত আমি সকলো থিয় হব লাগিব। ১১ এই কথাত এনে লিখা আছে, ভূএ কৈছে, মই যদি জীছে, সকলোৰে আঁঠু মোৰ অগিত পাৰিব, আৰু সকলোৰে জবাই ঈশ্বৰত সৈ কাহিব। ১২ এয়েৰেই ঈশ্বৰৰ অগিত আমাৰ প্ৰতি জনে অপেনি কামাল কথা কব লাগিব। ১৩ এই হেতুকে আমি এতিয়াৰ পৰা ইটে সিটে দোষ। দুষী নকৰি, কোনো আপোনাৰ ভায়েকৰ বাটত জুটি খোৱা মুহা বা বিঘিনি যেন নথয়, ইয়াকে নিশ্চয় কৰে হঁক। ১৪ স্বভাৰতে কোনো বস্তু অশুচি নহয়, ইয়াক মই বুঝে, তা প্ৰভু যীশুৰ দ্বাৰায়ে। নিশ্চয়কৈ জানে; কিন্তু যি জনে কোনো বস্তুক অশুচি মান, তালৈ সেই বস্তু তাশুচি হৈছে। ১৫ এই হে- তুকে তোমাৰ খোৱা বস্তুৰে যদি ভায়াই অসন্তোষ পাই, তেন্তে তুমি প্ৰীতি ভাৱে অচিৰা নহয়; যি জনৰ নিমিত্তে খ্ৰীষ্টে প্ৰাণ এৰিলে, তোমাৰ খোৱা বৰ দ্বাৰাই তাক নষ্ট নকৰিবা। ১৬ এয়েৰেই তো মালীকৰ সজ কৰ্ম নিন্দিত নহওক। ১৭ ভোজন বা পান কৰ। বস্তুত ইশ্বৰৰ ৰাজ্য নহয়; কিন্তু পূণ্য, কুশল, তক্তি পবিত্ৰ আত্মাৰ অনিন্দ, এইবিলাকত ইশ্বৰৰ ৰাজ্য হয়। ১৮ এনে অচিৰণেৰে যি জনে খুব সেৱা কবে, সেই জন ঈশ্বৰৰ আগত মনোনীত হয়, মানুহৰ অগিতে তাদৰ পাই। ১১ এই হেতুকে যিহেৰে আটাইৰে কুশল হয়, আৰু ইটৰ সিটৰ যিহেৰে হিত থাকে, এনে কৰ্মত খোৱা বৰ নিমিত্তে ইশ্বৰব কৰ্ম নাশ নকৰিবা। সক- লে। বস্তু শুচি হয়; তথাপি যি মানুহে বিঘিনি কৰাকৈ তাক খাই, সি তালৈ অহিত হয়। মঙ্গহ খোৱা বা লত। পনিয়ালৰ ৰস পান কৰাকে আদি কৰি যিহেৰে তোমাৰ ভয়ই জুটি খাই বা বিঘিনি পাই, নতুবা নিলী হয়, এনে কৰ্ম কৰা ভাল নহয়। ২২ যদি তোমাৰ বিশ্বাস আছে, তেন্তে আপোনাৰ মনত ইশ্বৰৰ অগিত তাক ৰাখা। যি জনে আপোনাৰ প্ৰবনত আপোনাক দূষী নকৰে, সি সুখী। ২৩ কিন্তু যি কোনো সহ- শয় কৰি খাই, সি বিশ্বাসেৰে নোখোৱাত দণ্ডৰ ভাগী হয়; কিয়নো যে৮ে সিৰ পৰা নহয়, সেয়ে পপি জন্মোৱা হয়। প্ৰবত্তোহঁক। ২০ 1
পৃষ্ঠা:New Testament in Assamese.djvu/২৯৭
অৱয়ব