১৪ অধ্যায়। ২৯১ হাটৰ দান পাই, তাক দান দিয়া; যালৈ ভয় কৰিব লগা, তালৈ ভয় কৰা; য জনক, অদৰ কৰিব লগ। সেই জনক আদৰ কৰ॥ ৮ তোমোলাক ই জনে সি জনে প্ৰীতিৰ বাঝে আন একোৰো ধৰুৱা কো- নন জনৰ নহব, কিয়নো যি জনে লোকক প্ৰীতি কৰে, সি বিধানকে পূৰ কৰিলে। ১ পৰতিৰী, গমন নকৰিবা, বধ নকৰিবা, চুৰ নকৰিবা, [মিছা সাক্ষী নহবা,] লোভে নকৰিবা, এইবিলাককে আদি কৰি যদি কোনো অনি অ জ্ঞাও আছে, তেন্তে ওচৰ চুবুৰিয়াক আপোনাৰ নিচিনাকৈ প্ৰীতি কৰা, এইটি কথাতে কা পোৱা যাই। ১০ প্ৰীতি ওচৰ চুবুৰিয়াৰ একো বিষম নকৰে; এই হেতুকে প্ৰীতিৰে বিধানৰ কৰ্ম পূৰ কৰা হয়। ১১ তাত বাঝে আমি বিশ্বাস কৰা কালকৈ পৰিত্ৰাণৰ কাল এতিয়া ওচৰ হোৱাত আমি টোপনিৰ পৰা সাৰ পাবলৈ অতিশয় কাল হল, ইয়াকে আমি জানে॥ ১২ ৰাতিৰ শেষ হৈছে; পহৰ হবৰ কাল ওচৰ হল; এই হেতুকে আঁহা, ৰাতিৰ কৰ্ম আটাইকে এৰি পহৰৰ সাজ পিন্ধোহঁক; ১৩ ৰতিৰস আৰু উন্মত্ত, বেশ্যা আৰু কামভাও, বিবেন্ধি আৰু অসূয়া, এইবিলাক নাচৰি, দিনৰ যোগ্য শুদ্ধ কৰ্ম অচিৰোহঁক। লাকে শৰীলৰ অভিলাষলৈ উপায় নকৰি, ভু যীশু খ্ৰীষ্টৰ স্বভাৱক লৈ পিন্ধা। ১৪ তোমো- ১৪ অধ্যায়। যি জন বিশ্বাস দুৰ্বলী, তাক তোমোলাকে গ্ৰহণ কৰা; কিন্তু সংশয়ৰ বাদ বিচাৰ কৰিবলৈ, এনে নহয়। ২ সকলো বস্তু খাবলৈ বাধা নাই, কোনা নৰ এনে বিশ্বাস আছে; আন কোনো ডন দুলী হৈ শাককেহে খই। ৩ যি জনে খাই, সি নোখোৱা জনক হেলা নকৰোক; যি জনে নেখাই, সি খোৱা জনকে। দুষী নকৰোক, কিয়নো ঈশ্বৰে তাক গ্ৰহণ কৰিলে। তুমি যে লোকৰ বন্দীক ষী কৰা, তুমি কোন? আপোনাৰ গৰাকব সেধিত সি অপিনি দুষী বা নিষী হব; হয়, নিষীহে হব, কিয়নো ঈশ্বৰে তাক নিষী কৰিব পাৰে। ৫ কোনো জনে এক দিনক আন দিন- কৈ প্ৰধান বুলি মান; অন কোনোএ সকলে। দিনকে সমান কবি মনে। প্ৰতি জনে আপোনাৰ মনত বিবেচনা কৰি থিৰ হওক। ৬ যি জনে দিন- লৈ মন কৰে, নি ভুক মানি তালৈ মন কৰে; আৰু যি জনে দিনলৈ মন নকৰে, সিওঁ প্ৰভূক মানি তালৈ মন নকৰে। সি জনে খাই, সি ঈশ্ব- বৰ গুণ লোৱাত ও ভুক মান কৰি খাই; আৰু যি জনে নেখাই, সিও ঈশ্ব- বৰ গণ লৈ ভুক মান কৰি নেই। ৭ অমাৰ কোনো আপোনাৰ নি- মিত্তে নিৰ্জী; আপোনাৰ নিমিত্তে কোনো নমৰেও; * যদি আমি জীওঁ, ৩৮