পৃষ্ঠা:New Testament in Assamese.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কমীয়ালৈ পত্ৰ। ১৪ ঘি কৰি আত্মতি উৎসাহ হৈ প্ৰভুৰ সেৱা কৰ; ১২ অশাত অনিন্দ হোবা, খত সহনীয় হোৱা, আৰু প্ৰাৰ্থনাত সদায় প্ৰবৃত্তি হৈ থকি। ১৩ পবিত্ৰ বিলাকৰ দৰি দুত উপকৰি কৰি, অলিহি প্ৰতিপালনত ৰতি হোৱা। নিলাকে তোমেলিকিক তাৰণা কৰে, সেইবিলাকক তশিীদ কৰ1; শাও নিদিও তাশীৰ্ব্বাদ কৰি থকা। ১৫ যিবিলাকে আনন্দ কৰে, সিবিলাকে সৈতে অনিন্দ কৰ1; যিবিলাকে কান্দে, সিবিলাকে সৈতে ক্ৰন্দন কৰা। ১৬ তোমোলাকৰ ইটৰ সিটৰ মনৰ ভাবনা একে হওক। বৰ বিষয় নিচিন্তি সামান্য লোকে সৈতে প্ৰবত্তি ব; অ িমনেৰে আপোনা আপুনি জ্ঞানী ১৭ অপকাৰৰ সলনি কাকো অপকাৰ নকৰিবা। সকলো মানুহে দেখতে যি কৰ্ম উত্তম, তালৈ কাবাৰ কৰিবা। ১৮ যদি হব পাৰে, তো- মোলাকৰ সাধনাৰ দৰে সকলোএ সৈতে কুশলে কলি নিয়াবা। ১১ হে অতি প্ৰিঃ সকল, আপোনাৰ নিমিত্তে দুষ্কৰ্ম প্ৰতিফল কাকে! নিদিব; কিন্তু ক্ৰে হৃলৈ ঠাই থব; কিয়নো এনে লিখা আছে, প্ৰভূএ কৈছে, উচিত দণ্ড দিবৰ মই ত ধিকাৰ, প্ৰতিফল ময়েই দিম। ২০ এই হেতুকে যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তাক ভোজন কৰোৱা; যদি তাৰ পিয়াহ লাগে, জল পান কৰোৱা; তেনে কৰিলে তাৰ মূৰত জবলি থকা অঙ্গিঠ৷ চপাই দিবা। ২১ কৰ্মত পৰাজয় নহৈ সুকৰ্মেৰে কুকৰ্মক জয় কৰা। নহব। - ১৩ অধ্যায়। - সকলে প্ৰণী প্ৰধান শক্তিমন্তবিলাকৰ বশ হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো শক্তি নাই। যিবিলাক শক্তিমন্ত আছে, সিবিলাকক ঈশ্বৰে নিযেতন কৰি থোৱা হৈছে। ২ এই হেতুকে যি কোনো শক্তিমন্তক বি. বোদ্ধ কৰে, সি ঈশ্বৰ অজ্ঞাৰ বিৰোন্ধি কৰা হয়; অৰুি যিবিলাকে বি- ৰেন্ধি বৰে, সিবিলাকে আপোনালৈ উচিত দণ্ড পাব। ৩ অধিকাৰবিলাক সুকৰ্ম ৰালৈ নহয়, কুকৰ্ম কৰালৈহে ভয় দিওঁতা হয়। তুমি শক্তিমন্ত- লৈ নি হৈ থাকিব খেজি। নে? তেন্তে সুকৰ্ম কী, তাৰ পৰা যশ পাব। কিয়নে তোমাৰ শুভৰ নিমিত্তেই তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু তুমি যদি কুকৰ্ম কৰ, তেন্তে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল অনৰ্থককৈ ধৰিছে, এনে নহয়; কুকৰ্ম কৰবিলাকলৈ ক্ৰোন্ধৰ নিমিত্তে তেওঁ প্ৰতিফল দিওঁতা ইত্ৰৰ পৰিচাৰ হৈছে। ৫ এই হেতুকে অকল দণ্ডৰ ভয়ত নহয়, দোষাদোষ জ্ঞানৰ নিমিত্তেও তোমোলাক তেওঁৰ বশ হোৱা উচিত। ৬ এই কাৰণে অধিকাৰবিলাকলৈ তোমোলাকে ৰাজ কৰকো দিয়া; কিয়নো সিবি লাক ঈশ্বৰ পৰিচাৰক হৈ এই কৰ্মত প্ৰবতি থাকে। ৭ এই হেতুকে যাকে যি দিব লগা, তাকে সেই বস্তু দিয়; যি কৰ পাই, তাক কৰ দিয়া; যি 8 -