পৃষ্ঠা:New Testament in Assamese.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অধ্যায়। ২৮৯ তেওঁ মন নেপালটাই। তোমোলাকে অগেয়ে অবিশ্বাসী হলতো এতিয়া সিবিলাকৰ অবিশ্বাসৰ দ্বাৰাই যেনেকৈ দায়। পালা, ৩১ তেনেকৈ সিবিলা এতিয়া অবিশ্বাসী হলেও, পাছে তোমোলাকলৈ যি দায়ী, তৰি দ্বাৰাই ত্ৰি- বিলাকেও দায় পাব। ৩২ কিয়নো ঈশ্বৰে সকলোকে যেন দয়া কৰে, এই নিমিত্তে অবিশ্বাসৰ অধীনকৈ অটাইকে লিখিলে। ৩৩ ঈশ্বৰৰ তনুগ্ৰহ দান, আৰু জ্ঞান, আৰু বুদ্ধি কেনে অধিক! তেওঁৰ তডি। কেনে অপ্ৰাপ্তি, অৰু তেওঁৰ পথ জ্ঞানৰ কেনে অগমন! ৩৪ প্ৰভুৰ অশিয় কোনে জানলে? তেওঁৰ মন্ত্ৰীএই বা কোন হৈছিল? ৩৫ আৰু তেওঁক উপকৰি কৰাত অকিও তেওঁৰ পৰা উপকাৰ পাব, এনে কোন আছে। ৩৬ কিয়নো সকলো বস্তু তেওঁৰ পৰ, তেওঁৰ দ্বাৰাই, তেওঁৰ নিমিত্তেও হৈছে; তেওঁৰ মহিমা সদাই প্ৰবশি হওক। আমেন। ১২ অধ্যায়। ২ হে ভাইবিলকি, ঈশ্বৰৰ দায়ীৰে তোমোলকিত মই এই মিনতি কৰিছেতো মোলাকে অপেনি অপেন শীলক জীয়া, পবিত্ৰ, আৰু ঈশ্বৰ তুষ্ট হোৱা বলি ৰূপে উচৰ্গ কৰা, কিয়নো এয়েই তোমোলাকৰ উচিত সেৱা। তোমোলকি সংসাৰিক ৰূপে নহৈ, নতুন মন কৰাৰ দ্বাৰাই তানি স্বভাৱবে হোৱা; তাতে উত্তম, আৰু তুষ্ট হোৱা, আৰু পৰিণ, ইশ্বৰৰ এনে সন্মত কৰ্ম কি, তাক প্ৰমাণ কৰি জানিবা। ৩ কোনোএ অনুচিত ৰূপে অপো- নাক বৰ বুলি নেমানি, ঈশ্বৰে যাক যি পৰিমাণেৰে বিশ্বাস দিলে, সি তাৰ উচিত ৰূপে আপোনাক মানেক, মেকি দিয়া অনুগ্ৰহেৰে তোমোলাকা প্ৰতি জনকে এই অজ্ঞা দিছে॥ ৪ কিয়নো আমাৰ একে দেহতে যেনেকৈ অনেক অঙ্গ আছে, কিন্তু সকলোৰে একে কৰ্ম নহয়, তেনেকৈ অমিও অনেক হৈ খ্ৰীষ্টত একে দেহ হওঁ, আৰু ইটে সিটে সকলে লগৰ আঙ্গ হৈ আছে।

  • এই হেতুকে অমকি দিয়া অনু গ্ৰহৰ দৰে আমি পৃথক পৃথক দান পোৱা

হৈ, আমাৰ কোনোৰ যদি ভবিষ্যত বাক্য হয়, সি তাক বিশ্বাসৰ গৰিমাণে-- ৰে কওক; ৭ কোনো যদি সেৱাৰ ভীৰ পোৱা হয়, সি সেৱা কন্নোক; যি কোনো অধ্যাপিক হয়, সি শিকাক; ৮ যি জন উপদেশক হয়, সি উপ- দেশ দিওক; যি জন দান দিওঁতা হয়, সি অকপটেৰে দান বিলই দিওক; যি জনে অধিকাৰ কৰে, সি যতেৰে অধিকাৰ কৰোক; যি জনে দায়। কৰে, সি তুষ্ট মনেৰে তাক কৰোক। তোমোলাকৰ প্ৰেম অকপট হওক। কুকৰ্ম ঘিণাই সুৰ্মত ৰতি হোৱা। ১০ ভাইবিলাকৰ প্ৰীতিৰে ইটে সিটে চেনেহা চেনেহি কৰা, আৰু আদিৰেৰে ইজনে সিজনক অপোনাকৈ বৰ বুলি মানা। ১১ বাৰ্যত এলাহ।