পৃষ্ঠা:New Testament in Assamese.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮৮ কৰ্মীয়ালৈ পত্ৰ। ১৭ ২ ৩ হয়, তেন্তে সিবিলাকৰ পৰিপূৰ্ণেৰে তাতকৈয়ো কিমনি লাভ হব? ১৩ বিদেশী লোক যি তোমোলাক তোমোলাকৰ তাগিত মই এই কথা কৈছে; কোনো মতে মেৰি আপোন ভাতিবিলাকক উদগাই সিবিলাকৰ কেতবোৰক যেন পৰি এাণ কৰা, ১৫ এই নিমিত্তে মই তোমোলাকলৈ চিনি হৈ অপো- নাৰ সেই বাব প্ৰশংসা কৰিছে। ইসএল লোকক ত্যাগ কৰাই যদি ঈশ্বৰে সৈতে জগতৰ মিলনৰ কৰণ হয়, তেন্তে সিবিলাকক গ্ৰহণ কৰাই মৰ্ণৰ পৰা জীৱনৰ নিচিনা নহব নে? ১৬ অডি যদি প্ৰথম লগ। ফল পবিত্ৰ হয়, তেন্তে সকলো ফল পবিত্ৰ হব; যদি শিপাই পবিত্ৰ হয়, ভাল- বোৰে। তেনে হব। আৰু কেতবোৰ ডাল ছিগি যোৱাত বনৰ জলফাই গছৰ ডলি যি তুমি, তুমি সেই ডালৰ ঠাইত মোৰোৱা হৈ ডালবোৰে সৈতে যদি জলফাইৰ শিপা অৰুি ৰসৰ ভাৰ্গী হোৱা ১৮ তেন্তে সেই ছিগা ভাল- বোৰ বিৰোধে অহঙ্কাৰ নকৰিবা। কিন্তু যদি কৰা, তেও তুমি শিপাক পালন নকৰা, শিপাইহে তোমাক পালন কৰে। ১৯ আৰু তুমি এনেকৈ বুলিব, মোক যোৰাবলৈহে সেইবোৰ ভাল ছি গ গৈছিল। বা, অবিশ্বাসৰ নিমিত্তে ছিগি আছে, অ িতুমি বিশ্বাসেৰেহে থিৰ হৈ আছি॥ অহঙ্কাৰ নকৰিবা, ভয়েৰে থাকা; ২১ কিয়নো যদি ঈশ্বৰে নিজা ডাল - বোৰ নেৰাখিলে, কিজানি তোমাকে নেৰাখে। ২২ এয়েৰেই ঈশ্বৰৰ অনুগ্ৰহ নিগৃহ, এই দুইকো দেখা; যিবিলাক পৰিল, সেইবিলাকলৈ তেওঁৰ নিগৃহ; কিন্তু যদি তুমি তেওঁৰ অনুগ্ৰহত থাকা, তোমালৈ তেওঁৰ অনুগ্ৰহ হব; যদি নেথাকা, তুমিও কটা যাব। ২৩ সিবিলাকো যদি অবিশ্বাস নেথাকে, অকও যোৰা দিয়া হব; কিয়নো ঈশ্বৰৰ অকও যোৰা দি শক্তি আছে। ২৪ স্বভাৱতে বনৰ জলফাই গছৰ ডাল যি তুমি, তুমি যদি তাৰ পৰা কটা হৈ, স্বভাৱৰ অহিতে উত্তম জল ফাই গছত যোৰা দিয়া হল, তেন্তে স্বভাৱতে সেই গছৰ যি ডাল, সেইবিলাক তাতকৈয়ো আপোন গছত অকিও যোৰা দিয়া নহব নে? ২৫ হে ভাইবিলাক, তোমোলাক মনেৰে যেন অপোনা অপুনি জ্ঞানী নোহোৱা, এই নিমিত্তে যেতিয়ালৈকে বিদেশী লোকৰ গ্ৰহণ পৰিপূৰ্ণ নহয়, তেতিয়ালৈকে ভাগৰ ক্ৰমে ইএিল লোকৰ ওপৰত এন্ধাৰ পৰিল, এই গেপি- নীয় কথা তোমোলাকে নেজানি থকা মোৰ ইচ্ছা নাই। ২৬ তাৰ পাছে ই- এল লোক সকলোএ পৰিত্ৰাণ পাব; এই কথাত লিখাও আছে, চিওনৰ পৰ৷ উদ্ধাৰ কৰোতা এজন আহি য়াকোবৰ বঙ্গহৰ পৰা অধৰ্ম দূৰ কৰিব; ২৭ আৰু যেতিয়া মই সিবিলাকৰ পপি গছাম, তেতিয়া সিবিলাকে সৈতে মোৰ এই নিয়ম হব। ২৮ শুভ বাত্তৰ কথাত তোমোলাকৰ নিমিত্তে সি- বিলাক শত্ৰু হৈছে; কিন্তু মনোনীত কৰা কথাত পিতৃবিলাকৰ নিমিত্তে প্ৰিয় হৈছে। ২৯ কিয়নো ঈশ্বৰৰ যি দান, আৰু আমন্ত্ৰণ কৰা, এইবিলাকলৈ