পৃষ্ঠা:New Testament in Assamese.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰুমীয়ালৈ পত্ৰ। ১০ অধ্যায়। জীব। হে ভাইবিলাক, ইসএল লোকে যেন পৰিত্ৰাণ পাই, সিবিলাকৰ নিমিত্তে মোৰ মনৰ বাঞ্চা আৰু ঈশ্বৰৰ আগতে। প্ৰাৰ্থনা এই। ২ ঈশ্বৰৰ সেৱালৈ সিবিলাকৰ উৎসাহ আছে, সিবিলাকলৈ মই ইয়াৰ সাক্ষী হৈছে; কিন্তু সেই উৎসাহ জ্ঞানেৰে নহয়। ৩ কিয়নো ঈশ্বৰে দিয়া যি পণ্য, তাক নেজানি, সিবিলাকে আপোনাৰ পুণ্য সিদ্ধি কৰিবলৈ কাৰ্বৰি কৰি, অ- পোনাক ঈশ্বৰে দিয়া পুণ্যৰ বশ নকৰিলে। ৪ বিশ্বাস কৰা সকলো পূণ্যন্ত হবৰ নিমিত্তে খ্ৰীষ্টেই বিধানৰ সিদ্ধি হল; ৫ বিধানৰ দ্বাৰাই যি পুণ্য, মোচাই তাৰ অৰ্থে লিখিলে, যি জনে এইবিলাক কৰ্ম কৰে, সি তাৰেই ৬ কিন্তু বিশ্বাসৰ দ্বাৰাই যি পূণ্য, সেয়ে এনে কথা কৈছে, তুমি মনেৰে ইয়াক নুবুলিব, স্বৰ্গলৈ কোন উঠিব, অৰ্থাৎ খন্টিক নমাই আনি- বলৈ কোন উঠিব? ৭ বা তলৰ ঠাইলৈ কোন নামিব। অৰ্থাৎ মৰণৰ পৰা খীষ্টক তুলিবলৈ কোনে নামিব? ৮ তেন্তে কি কৈছে? তোমাৰ ওচৰতে বাক্য আছে, মুখতো চিত্ততে আছে, অৰ্থাৎ বিশ্বাসৰ যি বাক্য আমি কীত্তন কৰে, সেই বাক্য তোমাৰ ওচৰতে আছে। ৯ সেই বাক্য এই, তুমি যদি মুখেৰে প্ৰভু যীশুক সৈ কাহ, অৰু ঈশ্বৰে যে তেওঁক মৰণৰ পৰা তুলিলে, চিত্তেৰে তাত যদি বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাব। কিয়নো পুণ্যৰ নিমিত্তে মানুহে চিতেৰে বিশ্বাস কৰে, আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে সৈ কাহে। ১১ শাস্ত্ৰতো লিখা আছে, যি কোনো তেওঁত বিশ্বাস কৰে, সি কেতিয়াও লজিত নপৰে। ১২ য়িহুদিবিলাক অৰুি গ্ৰীকবিলাকৰ মাঝত একে বিশেষ নাই; সকলোৰে ওপৰ যি একে জন প্ৰভু, তেওঁক প্ৰাৰ্থনা কৰা সকললৈ অতি দয়ালু হৈছে। ১৩ কিয়নে। যি কোনো প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সেয়ে পৰিত্ৰাণ পাব। ১৪ কিন্তু যি জনত সিবিলাকে বিশ্বাস নকৰিলে, সেই জনক কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ কথা শুনা নাই, তেওঁত কেনেকৈ নো বিশ্বাস কৰিব? আৰু কীৰ্ত্তন কৰোতা নহলে, সিবিলাকে কেনেকৈ শুনিব? ১৫ আৰু পঁচা নহলেই মানুহে কেনেকৈ কীত্তন কৰিব? এই কথাত লিখাও আছে, যিবিলাকে কুশলৰ শুভবাত্ত। অনে, আৰু সুমঙ্গলৰ কথা কীত্তন কৰে, সি- বিলাকৰ ভৰি কেনে সুন্দৰ! ১৬ তথাপি সকলো শুভবত্তি। মন নাই; এনে অৰ্থাৎ য়িছয়াও কৈছে, হে প্ৰভু, আমাৰ কথাত কোনে বিশ্বাস কৰিলে? ১৭ এয়েইে শ্ৰৱণৰ দ্বাৰাইহে বিশ্বাস, আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই এৰণ হয়। ১৮ কিন্তু মই বোলে, সিবিলাকে শুনা নাই নে? অৱশ্যে শুনিলে; সিবি- লাকৰ শব্দ গোটেই খন পৃথিবীলৈ আৰু সিবিলাকৰ কথা জগতৰ অন্ত- লৈকে ব্যাপী গল। ১৯ আকও বোলোঁ, ইসএল লোকে এই কথা জন।