পৃষ্ঠা:New Testament in Assamese.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ অধ্যায়। ২৮৫ ২৬ আৰু কৰিলে, তুমি এনে কথা মোক বুলিছা নে? ২০ কিন্তু হে ঈশ্বক উত্তৰ কৰা মানুহ যি তুমি, তুমি কোন সুজা বল্ডএ, মোক নো এই ৰূপে সুজি- লা কিয়, সজোঁতাক এনেকৈ বুলিব পাৰে নে? ২১ একে ডোখৰ মাটী- ৰে যশলৈ এটা, দুৰ্শলৈ এটা, এনে দুই পত্ৰি সাজিবলৈ মাটীৰ ওপৰত কুমাৰৰ শক্তি নাই নে? ২২ ঈ ঘৰে আপোনাৰ ক্ৰোন্ধ দেখুয়বলৈ আৰু মহিমা প্ৰকাশ কৰিবলৈ ইচ্ছা হৈ যদি বিনাশৰ নিমিত্তে যুগুত হোৱা ক্ৰোন্ধৰ পাত্ৰবিলাকক বহু কাল ধোৰ্যেৰে সহন কৰে। ২৩ আৰু যিবিলাকক বিভৱৰ নিমিত্তে তেওঁ অগেয়ে নিযোজন কৰিলে, এনে অনুগ্ৰহৰ পাত্ৰ- বিলকিলৈ, ২৪ অৰ্থাৎ অকল য়িহুদিবিলাকৰ মাঝৰ পৰা নহয়, বিদেশী লোকৰ মাঝৰ পৰাও তেওঁ অমিন্ত্ৰণ কৰা যি আমি, আমালৈয়ো যদি অ- পোনাৰ অধিক মহিমা প্ৰকাশ কৰিবলৈ ইচ্ছ। কবে, তেন্তে কি? ২৫ বি- দেশীবিলাকৰ কথাত হোচেয়াৰ পুথিত এনে লিখা আছে, যিবিলাক অ- গেয়ে মেৰি লোক নাছিল, সেইবিলাকক মেৰি লোক বুলি মাতিম; আৰু যি জনী অপ্ৰিয় আছিলে, সেই জনীক প্ৰিয় বুলি মাতিম। তোমোলাক মোৰ লোক নোহোৱা, এই কথা যি ঠাইত কোৱা গৈছিল, সেই ঠাইতে সিবিলাকক অমৰ ঈশ্বৰৰ সন্তান বেলা যাব। ২৭ ইএল লোকৰ অৰ্থে য়িছয়াও এনে কীত্তন কৰিলে, যদি ইসএিল বঙ্গহ লেখত সাগৰৰ বালিৰ সমান হয়, তেও অৱশেষ অলপ মানুহহে পৰিত্ৰাণ পাব; ২৮ কিয়নো প্ৰভুএ আপোনাৰ পৰমাৰ্থ কৰ্ম নিযোজন কৰি এটাব; অ- পোনাৰ নিযোজন কৰা কৰ্ম দেশতে সিদ্ধি কৰিব। ২৯ য়িছয়াই অ- গেয়ে কৈছিল, সৈন্যৰ অধিকাৰ প্ৰভুএ অমালৈ বঙ্গহৰ সঁচ নৰখা হলে, অমি চিদোমৰ নিচিনা হলোঁহেঁতেন, আমোৰৰ নিচিনা আমাৰ দশা হল- হেঁতেন। ৩০ তেনে হলে আমি কি বুলিম? বিদেশী লোকবিলাকে পূণ্যলৈ কাবাৰ নকৰি বিশ্বাসৰ দ্বাৰাই যি পুণ্য, সেই পুণ্যক পালে; ৩১ কিন্তু ইসএল লোকে পুণ্যৰ বিধানলৈ কাবাৰ কৰিও সেই পুণ্যৰ বিধান পোৱা নাই। ৩২ কি কাৰণে নেপালে বিশ্বাসৰ দ্বাৰাই নহয়, বিধানৰ কৰ্মৰ দ্বাৰাইহে কাবাৰ কৰিলে, এই হেতুকে নেপালে। ৩৩ যি কথা লিখা আছে, দেখা, মই চিনত জুটি খোৱা শিল, বিঘিনি কৰা শিল থম, আৰু যি জনে তেওঁত বিশ্বাস কৰে, সি কেতিয়াও লাজত নপৰে, সেই কথাৰ দৰে সিবি- লাকে সেই শিলতে জুটি খালে।