পৃষ্ঠা:New Testament in Assamese.djvu/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮৪ কুমীয়ালৈ পত্ৰ। ৯ অধ্যায়। তেন।

পবিত্ৰ তাত্মাই সৈতে মনেই মোৰ সাক্ষী হোবীতে মই খীৰ আগত ৰূপ কৈছো, মিছা নকওঁ, ২ মোৰ হৃদয় অতি দঃখ আৰু সদায় খেদ পোৱা হৈছে; ৩ কিয়নো মোৰ ভাইবিলাক, অৰ্থাৎ দেহৰ সমন্ধে জ্ঞাতিবিল- কৰ নিমিত্তে অপুনি ঋষ্টিৰ পৰা শওি পাবলৈকো ইচ্ছা কৰিলোহেঁ- ৪ সিবিলাক ইসএল বঙ্গহ হোৱাত তোলনিয়া পুত্ৰৰ সমন্ধ, আৰু ঐশ্বৰ্য, নিয়মবিলকি, বিধান দিয়া, ভজন কৰা, আৰু প্ৰতিজ্ঞা, এইবিল- কৰ অধিকাৰ হৈ আছে। ওপৰ পিতৃ সকল সিবিলকিৰেই, আৰু শৰীলৰ সমন্ধে সিবিলাকৰ পৰাও খীষ্টৰ জন্ম হল; তেওঁ সকলোৰে ওপৰ ঈশ্বৰ, সৰ্ব্বদায় ধন্য। আমেন। ৬ ঈশ্বৰ বাক্য যে বিফল হৈছে, এনে নহয়; কিয়নো যিবিলাক ইসা- এলৰ বঙ্গহত জন্মিছে, সেই সকলো স্বৰূপ ইএিলী নহয়; ৭ অৰু অব্ৰিা- হামৰ বঙ্গহত জন্মিলেও সিবিলাক অটাইবোৰ তেওঁৰ সন্তান নহয়; কিন্তু তোমাৰ বঙ্গহ ইচাকিৰ নামেৰেহে বোলা হব, ৮ অৰ্থাৎ দেহৰ পৰা হোৱ, যি সন্তান, সেইবিলাক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাত জন্ম। যি সন্তান, সেইবিলাককহে বঙ্গহ লিখ। যাবি। সেই প্ৰতিজ্ঞাৰ বাক্য এই, সেই কাল পূৰ হলে মই আহিম, তাতে চাৰাই পুত্ৰ ওপজাব। ১০ তাত বাঝেও ৰিকাই এজন স্বামীৰ পৰা, অৰ্থাৎ আমাৰ ওপৰ পিতৃ ইচা- কৰ পৰা গৰ্ভাৱতী হলত, ১১ সন্তান নৌ ওপজেতে, ভাল বেয়া কোনে। কৰ্ম কৰাৰ আগেয়ে, ঈশ্বৰে মনোনীত কৰাৰ দৰে যি নিয়ম, সেয়ে কৰ্মেৰে থিৰ নহৈ আমন্ত্ৰণ কৰা জনৰ ইচ্ছাৰে যেন থিৰ হয়, ১২ এই নি- মিত্তে সেই বিকাত কোৱা গৈছিল, বৰটে সৰুৰ অল পৈচন ধৰিব। ১৩ এই কথাত এনে লিখাও আছে, মই য়াকোবক প্ৰিয় কৰি মানি এচেকি অপ্ৰিয় বুলি মানিলো। তেনে হলে আমি কি বুলিম? ঈশ্বৰ অন্যায় কৰা হয় নে? কোনো মতেও ন হয়; ১৫ কিয়নো তেওঁ আপুনি এ মেচিতি কৈছিল, যাকে কৃপা কৰিবলৈ মোৰ ইচ্ছা হয়, তাকে কৃপা কৰে; আৰু যাকে দয়া কৰি লৈ ইচ্ছা হয়, তাকেই দায়ী কৰে॥ ১৬ এই হেতুকে ইচ্ছা কৰা বা শ্ৰম কৰা মানুহৰ পৰা সাধনা নহয়, দায়ী কৰা ঈশ্বৰৰ পৰাহে হয়। ১৭ ফাৰেীৰ কথাতো শাস্ত্ৰে এনেকৈ কৈছে, তোমাৰ দ্বাৰাই মোৰ মহিমা যেন প্ৰকাশ কৰিম, অৰু সকলে। জগতৰ লোকৰ মাঝত মোৰ নাম যেন খ্যাতি হয়, এই নিমিত্তেহে মই তোমাক তুলিলে। ১৮ এয়েৰেই যালৈকে তেওঁৰ ইচ্ছ', তাক কৃপা কৰে; আৰু যালৈ ইচ্ছা, তাক কঠিন কৰে। ১৯ তেন্তে তেওঁ মানুহক কিয় দোষ ধৰে, তেওঁৰ ইচ্ছ। কোনে বাধ ১ ৪ 9