পৃষ্ঠা:New Testament in Assamese.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অধ্য। ৪ ০ অীচে। লৰ পৰা বেয়া দৃব্য উলিয়াই। ৩৬ কিন্তু মই তোমোলকিত কৈচেঁ, মনিহ- বিলাকে জেতেক এলেহুআ কথা কই, সোধৰ দিনত তাৰ কাৰনে উতৰ দিব লাগিব। ৩৭ কিয়নো তুমি আপোনাৰ কথাৰ দোঅৰিাই নিদসি, নাইবা আপোনাৰ কথাৰ দোঅৰিায়ে দুসি গন হব। ৩৮ তেতিয়া অধ্যাপক আৰু ফিৰুচিৰ কেতবিলাকে উতৰ কৰি কলে, হে গুৰু, আপোনাৰ পৰা আমি কোনো চিন দেখিবলৈ ইচা কবো। ৩৯ তাতে তেঁও উতৰ দি সিহঁতত কলে, এই কলিৰ দুষ্ট আৰু বেস্যালি লোকে চিন বিচাৰে, কিন্তু য়োনা ভবিস্যত বক্তাৰ চিনৰ বাহিৰে সিহঁতক অন কোনো চিন দিয়া নহব। কিয়নো য়োনাই জেনেকৈ তিন দিন তিনি ৰাতি বৰ মাচৰ পেটত অচিল, তেনেকৈ মানুহৰ পুত্ৰও তিন দিন তিনি ৰাতি প্ৰিথিবিৰ ভিতৰত থাকিব। ৪১ সোধৰ দিন। নিনিবি নগৰৰ মানুহে এই কালৰ লোকবিলাকৰ অহিতে উঠি দুসি কৰিব; কিয়নো সিহঁতে য়োনাৰ উপদেসত মন পালটালে; কিন্তু দেখা, য়োনতক বৰ এজন ইয়াত ৪২ দখিন দেসৰ ৰানিএ সেধিৰ দিন। এই কালৰ লোকবিলাকৰ অহিতে উঠি দুসি কৰিব; কিয়নো তেঁও চিসোমোনৰ গিয়ানব কথা সুনি- বলৈ প্ৰিথিবিৰ সিমাৰ পৰা আহিল; কিন্তু দেখা, চিলোমোনতকৈয়ো বৰ এজন ইয়াত অচে। ৪৩ কিন্তু অসুচি আত্মাই মানুহৰ পৰা বাহিৰ হৈ গলে, সি সুকান ঠীয়েদি ফুৰি জিৰনি বিচাৰে, কিন্তু তাক ৰেপাই। ৪৪ তেতিয়া সি বোলে, মোৰ জি ঘৰৰ পৰা আহিলে, তালৈকে উভতি জাম; পীচে তালৈ আহিলে সুন্য, অৰুি সৰা পেচা, সজোঅ পৰোঅ তাক দেখে। তিয়া সি গৈ আপোনাতকৈয়ো দুষ্ট আন সাতোটা ভুত লগত নি সিহঁতে সৈতে তাতে সোমাই নিবাস কৰে; সেই মানুহৰ পাচৰ অৱস্থা আগত কৈয়ো বেয়া হই। এই কালব দুষ্ট লোকৰে সেই ৰুপেই ঘটিব। ৪৬ তেঁও মানুহবিলাকৰ অগিত এই ৰুপে কথা কৈ থাকেঁতে, দেখা, তেঁওৰ মাকে আৰু ভায়েবিলাকেও তেঁওৰ লগত কথ1 হবলৈ ইচা কৰি বাহিৰত থিয় হৈ আচিল। ৪৭ তেতিয়া কোনো মানুহে তেঁওত কলে, তোমাৰ মাৰ। আৰু ভায়াবিলাকে তোমাৰ লগত কথা হবলৈ ই চা কৰি বাহিৰত থিয় হৈ অচে। ৪৮ কিন্তু সেই কথা কেজি। মানুহক উতৰ দি তেঁও কলে, মোৰ আই কোন? অৰু মোৰ ভাইবিলাক বা কোন? ৪৯ তেতিয়া তেঁও আপোনাৰ সিস্যবিলাকলৈ হাত মেলি বুলিলে, দেখ, মোৰ আই আৰু ভাইবিলাক এই। ৫০ কিয়নো জি কোনোএ মোৰ স্বৰগত থকা পিত্ৰিৰ ইষ্ট কৰম কৰে, মোৰ ভাই, ভনি আৰু অয়ে। সেয়েহে। ৪ ৫ ঠে-