পৃষ্ঠা:New Testament in Assamese.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। ২৮৩ লে। আত্মাৰ প্ৰথম ফল পোৱা যি অমি, আমিও তোলনিয়া পুত্ৰৰ বাব অৰ্থাৎ মৰণৰ পৰা শৰীলৰ মুক্তিলৈ বাট চাই, আপোনাৰ মনত কেঁকাই আছে॥ ২৪ অমি আশাৰেহে পৰিত্ৰাণ পাইছে। দেখা পোৱাত যি অশা, সেয়ে আশাও নহয়; মানুহে যিহকে দেখে, তালৈ অৰুি কিয় আশা কৰে? ২৫ কিন্তু যিহকে দেখা নাই, তালৈ যদি আশা কৰে, তেন্তে ধৌৰ্য্যে- ৰে তাক পাবলৈ বাট চাই থাকে। ২৬ এই ৰূপে আত্মীয়ে৷ আমাৰ দুৰ্ব্ব- লত উপকাৰ কৰে; আৰু কিহৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ অমাৰ উচিত, অম তকি নজনাত আত্মাই অপুনি আমাৰ নিমিত্তে অনিৰ্বচনীয় কেঁক- নিৰে প্ৰাৰ্থনা কৰাই। ২৭ অৰুি আত্মাই ঈশ্বৰৰ ইচ্ছাৰ দৰে পবিত্ৰ লো- কৰ নিমিত্তে প্ৰাৰ্থনা কৰোবাত অন্তৰ্যামী ঈশ্বৰে তেওঁৰ অশিয় জানে। ২ ৮ আৰু আপোনাৰ নিয়মৰ দৰে ঈশ্বৰে আমন্ত্ৰণ কৰা হৈ যিবিলাকে তেওঁত প্ৰেম কৰে, সিবিলাকৰ লাভৰ সিন্ধি কৰিবলৈ সকলো কায্য মিলি ঘটে, ইয়াকে আমি জানে॥ ২৯ কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভায়েকৰ মা- ঝত প্ৰথম জন্ম হয়, এই নিমিত্তে তেওঁ যিবিলাকক অগৰ জ্ঞানেৰে জানি- লে, সিবিলাকক আপোনাৰ সেই পুত্ৰৰ নিচিনা একে ৰূপ নিযোজন কৰি- ৩০ আৰু যিবিলাকক নিযোজন কৰিলে, সেইবিলাকক তেওঁ আমন্ত্ৰণ কৰিলে; আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে, সেইবিলাকক পুণ্যৱন্ত লিখিলে; আৰু যিবিলাকক পণ্যৱন্ত লিখিলে, সেইবিলাকক ঐশ্বৰ্য্য পোৱাও কৰিলে। ৩১ তেন্তে এইবিলাক কথাত আমি কি বুলিম? যদি ঈশ্বৰ আমাৰ হিত হয়, তেন্তে আমাৰ অহিত কোন হব পাৰে? ৩২ যি জনে আপোনাৰ পুত্ৰকো নেৰাখি, অমাৰ আটাইৰে নিমিত্তে তেওঁক সোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেৰে সৈতে অনি সকলকে নিদিব নে? ৩৩ ঈশ্বৰে মনোনীত কৰবিলাকক কোনে দোষ দিব? ঈশ্বৰেহে পুণ্যৱন্ত লিখে। ৩৪ সিবিলাকৰ দণ্ডৰ আজ্ঞা নো কোনে দিব? খ্ৰীষ্টেহে প্ৰাণ এৰিলে; অকল সেয়ে নহয়, অকও জীয়াই উঠি, ঈশ্বৰ সেঁ। ফালে থা- কি এতিয়ালৈকে অমাৰ অৰ্থে প্ৰাৰ্থনা কৰি আছে। ৩৫ খ্ৰীষ্টৰ প্ৰে- মৰ পৰা কোনে অমাক বিযোগ কৰিব পাৰে? ক্লেশ বা শোক, তা- ৰণা বা একাল, বিবস্ত্ৰ বা অপদ, বা তৰোৱাল, এইবিলাকে পাৰে নে? এনে লিখাও আছে, আমি তোমাৰ নিমিত্তে ওৰে দিনটো মৰ্ণৰ মুখত আছে।; মণৰ মেৰৰ নিচিনা লেখত পৰি আছে। ৩৭ তথাপি আমাক প্ৰেম কৰ জনৰ দ্বাৰাই এই সকলো কাৰ্য্যত আমি জয়তুকৈয়ে জয়যুক্ত হম; ৩৮ কিয়নো অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নিমিত্তে ঈশ্বৰে আমাক যি প্ৰেম কৰে, তাৰ পৰা মৰণ বা জীৱন, স্বৰ্গৰ দূত বা প্ৰধান ভূত, বৰ্তমান বা ভবিষ্যত কাৰ্য, বা শক্তিমন্ত লোক, ৩৯ ওপৰ বা তল, বা অনি কোনো সুজা বস্ত এই অমাক বিযোগ কৰিব নোৱাৰে, মেৰি এনে থিৰ বিশ্বাস আছে। 5