পৃষ্ঠা:New Testament in Assamese.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮০ কমীয়ালৈ পত্ৰ। ২১ তেন্তে যি কৰ্মত এতিয়া তোমোলাকে লজি পাইছা, তেতিয়া সেই কৰ্মাত তোমোলাকৰ কি লাভ আছিলে? কিয়নো এনে কৰ্মৰ ফল মৰণহে। ২২ কিন্তু এতিয়া তোমোলকি পপিৰ পৰা মুকুত হৈ ঈশ্বৰৰ বন্দী হোৱাত তোমোলকি পবিত্ৰ হোৱা ফল পলি; শেষতে। অনন্ত আয়ুষ পাবা। ২৩ কিয়নো পপিৰ বেচ মৰণ; কিন্তু ঈশ্বৰৰ যি দান, সেয়ে অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত তানুষ। ৭ অধ্যায়। ৰিণী নহয়। হে ভাইবিলাক, মই বিধান জনাবিলাকত কৈছে, মানুহ যেতে দিন জীয়াই থাকে, তেতে দিনলৈকে বিধান তাৰ ওপৰত অধিকাৰ হয়, ইয়াক তো- মোলাকে নে জানা নে? ২ স্বামী যিমান দিন জীয়াই থাকে, সেইমান দিনলৈ বিয়া কৰোৱা তিৰোতা স্বামী সৈতে বিধানেৰে বন্ধ। হৈ থাকে; কিন্তু যদি স্বামী মৰে, তেন্তে সেই তিৰোতা স্বামীৰ বিধানৰ পৰা মুকুত হয়। ৩ এয়েৰেই স্বামী জীয়াই থাকিলে যদি সেই তিৰোতাই অনি পুষেৰে বিয়া হয়, তেতিয়া তাইক ব্যভিচাৰিণী বেলি। যাই; কিন্তু স্বামী মৰিলে, তাই সেই বিধানৰ পৰা মুক্ত হৈ আনি পুৰুষেৰে বিয়া হলেও ব্যভিচা-

  1. এই ৰূপেও হে মোৰ ভাইবিলাক, তোমোলক আন এজন,

অৰ্থাৎ মণৰ পৰা উঠা যি জন, তেৱে সৈতে বিয়া হৈ আমি যেন ঈশ্বলে ফলবন্ত হওঁ, এই নিমিত্তে তোমোলাক খীষ্টৰ শৰীলৰ দ্বাৰাই বিধানৰ সমন্ধ ত মৰা হৈছা। ৫ কিয়নো অমি শীলৰ আচাৰ কৰা কালত মৰণলৈ ফল জন্মাৰৰ নিমিত্তে বিধানৰ দ্বাৰাই পপিৰ যি অভিলাষ, সেইবিলাক আমাৰ অঙ্গত প্ৰবৰ্তি আছিলে। ৬ কিন্তু যি বিধানৰ অধীন হৈ আছিলো, তালৈ এতিয়া মৰা হৈ আমি যেন পুৰণি কথাৰে নচলি, নতুন মনেৰে ঈশ্বৰৰ সেৱা কৰে, এই নিমিত্তে বিধানৰ অধীনৰ পৰা মুক্ত হৈছে। তেন্তে অমি কি বুলিম : বিধানে পপি জমোৱা হয় নে? এনে কোনো মতেও নহয়; বিধান নোহোৱা হলে, মই পাপ নেজানিলেহেঁতেন; কিয়- নো লোভ নকৰিবা, বিধানে ইয়াক নোকোৱা হলে, লোভত যি পপি হয়, তাক নেজানিলোহেঁতেন; ৮ কিন্তু পাপে বিধানৰ দ্বাৰাই চুল পাই, মোৰ হৃদয়ত সকলো ৰূপে কুচিত অভিলাষ জন্মালে। কিয়নো বিধান নোহোৱাত পপি মৰা হৈ আছিলে। ৯ অগেয়ে বিধান নোহোৱাত মই জীয়াই আছিলোঁ; কিন্তু পাছে অজ্ঞা অহাত পাপ জীলে, মই মৰিলে। ১০ অৰু যি অজ্ঞা জীৱনৰ নিমিত্তে হয়, সেয়ে মৰণৰ নিমিত্তেহে হোৱা মই জানিলে॥ ১১ কিয়নো অজ্ঞাৰ দ্বাৰাই পাপে চুল পাই মোক ভূলই, তাৰেই মোক বধিলে; ১২ এই হেতুকে বিধান পবিত্ৰ, অজ্ঞাও পবিত্ৰ, আৰু 9