পৃষ্ঠা:New Testament in Assamese.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধ্যায়। ২৭৯ জন, মোলাকে নেজানা নে? ৪ এয়েবেই পিতৃৰ মহিমাৰ দ্বাৰাই মণৰ পৰা যেনেকৈ খাস্ট উঠি ল, তেনেকৈ অমিও যেন নতুন জীবনেৰে তাচিৰে, এই নিমিত্তে তেওঁৰ মৰণত বুৰ দিওৰাৰ দ্বাৰাই তেৰ সৈতে মৈদামত শুয়াই থেৰা হৈছে। ৫ তাৰুি তেওঁৰ মৰণৰ তুলবে তামি যদি তেওঁৰ সঙ্গী হওঁ, তেন্তে উঠানিতে। তেওঁৰ সঙ্গী হয়। ৬ আমি যেন আৰু পপিৰ ৱে। নকৰোঁ, এই নিমিত্তে অমাৰ পাপৰ শৰীল বিনাশ হবলৈ আমাৰ পুৰণি স্বভও তেৰে সৈতে পেৰেঙ্গণীত মৰা হল, ইৰাক আমি ডাতে। ৭ মৰ। যি সেই জন পাপৰ পৰা মুকুত হয়। ৮ এই হেতুকে আমি যদি খ ষ্টে সৈতে মৰ হওঁ, তেন্তে তেৰে সৈতে আমি যে জীয়াই থাকিম, ইয়াতে বিশ্বাস কৰে। ৯ কিয়নো খ্ৰীষ্টে মৰণৰ পৰা উঠা হৈ অকিও নমৰে; তেওঁৰ ওপৰত মৰণ অধিকাৰ তাৰু নহয়, ইৰাকে তামি ডানে॥ যে মৰিল, পাপ খণ্ডিবলৈ এবেলি মৰিল, কিন্তু তেওঁ যে জীএ, ঈশ্বৰলৈহে জীএ। ১১ সেই দৰেই তোমোলাকো আপোনাকে পাৰ সমন্ধত মৰ1, আৰু [ আমাৰ প্ৰভু। ৰীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ লৈ জীয়াই থকা বুলি মান॥ ১২ এয়েৰেই পাপৰ অভিলাষ পূৰ কৰিবলৈ তোমোলাকব এই বিনাশী দেহত পাপক অধিকাৰ হবলৈ নিদিবা। ১৩ আৰু আপোনাৰ অঙ্গকো অধৰ্মৰ অস্ত্ৰ কৰি পাপ কৰ্মল নিদিব; কিন্তু মৰাৰ পৰা উঠাবিলাকৰ নিচিনা আপোনাকে ঈশ্বৰত সোধাই দিয়া, আৰু ঈশ্বৰৰ ধৰ্মৰ অস্ত্ৰৰ নিচিনা আপোনাৰ অঙ্গকে সোধাই দিয়া। তোমোলাকৰ ওপ- ৰত পাপ অধিকাৰ হৈ নেথাকিব; কিয়নো তোমোলাক বিধানৰ তাধীন নহৈ অনুগ্ৰহৰ অধীন হৈছা। ১৫ তেন্তে কি? আমি বিধানৰ অধীন নহৈ অনুগ্ৰহৰ অধীন হোৱাৰ নিমিত্তে পাপ কৰি থাকিম নে? ১৬ এনে কোনো মতেও নহয়। মৰণৰ নিমিত্তে পাপৰ, নাইবা পণ্যৰ নিমিত্তে অজ্ঞা পালন, এই দুইৰে। যি কোনোৰ অচিৰণত আপোনাক সোধাই দিয়া, তোমোলাক সেই অচৰা- টৰ বন্দী হোৱা, ইয়াক তোমোলাকে নেজানা নে? ১৭ অগেয়ে তো- মোলকি পাপৰ বন্দী অছিল, কিন্তু তোমোলাকক যি উপদেশৰ দৰ শিকাই দিয়া গল, তাক মনেৰে অচিৰি অছা, এই নিমিত্তে ঈশ্বৰৰ গণ কীত্তন হওক। ১৮ এই ৰূপে তোমোলাক পপিৰ পৰা মুকুত হৈ ধৰ্মৰ বন্দী হৈছা। ১৯ তোমোলাকৰ শৰীল দুবলৰ নিমিত্তে মানুহৰ দৰে এই কথা কৈছে। আগেয়ে তোমোলাকে অধৰ্ম কৰিবলৈ যেনেকৈ অপো- নাৰ অঙ্গবোৰক অশুচি আৰু পাপ কৰ্মলৈ বন্দীকৈ সোধাইছিলা, তেনে- কৈ এতিয়া পবিত্ৰ হবলৈ আপোনাৰ অঙ্গবোৰক ধৰ্মলৈ বন্দীকে সোধাই দিয়া। ২০ যি কালত তোমোলাক পাপৰ বন্দী হৈছিল, তেতিয়া ধৰ্মৰ অনবীন হৈ আছিল। ১৪