পৃষ্ঠা:New Testament in Assamese.djvu/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। ২৮১

পৰমাৰ্থিক, ভাল হয়। ১৩ তেন্তে যি ভাল, সেয়ে মোলৈ মৰ্ণ জন্মে। হয় নে? এনে কোনো মতেও নহয়; কিন্তু পাপে যেন আপোনাৰ স্বভাও দেখাই, আৰু অজ্ঞৰি দ্বাৰাই পপি যেন অতি পাপী হয়, এই নিমিত্তে যি অজ্ঞ। ভাল, তাৰ দ্বাৰাই পাপেহে মোৰ মৰ্ণ জন্মালে। ১৪ বিধান যে পৰমাৰ্থিক, তা আমি জানো; কিন্তু মই সংসাৰিক, অৰু পাপৰ অধীনলৈ বিক্ৰি হৈ আছে॥ ১৫ কিয়নো যি কৰ্ম কৰে, তাত মই সন্তোষ নহওঁ; যি কৰিবৰ মন আছে, তকি নকৰে, কিন্তু যিহকে ঘিণাওঁ, তাকে কৰে। ১৬ এই ৰূপে মোৰ যি কৰি মন নাই, তাকে যদি কৰে, তেন্তে বিধান যে উত্তম, ইয়াক সৈ কাহে॥ ১৭ এই হেতুকে মই আপনি এই কৰ্ম কৰা, এনে নহওঁ; কিন্তু মোৰ শৰীলত থকা যি পপি, সেয়েহে কৰে। ১৮ কিয়নো মোত অৰ্থাৎ মোৰ শৰীলত একো ভাল কথা নেথাকে, ইয়াক মই জানো; ইচ্ছা কৰিবলৈ সমৰ্থ হয়, কিন্তু সজ কৰ্ম কৰিবলৈ নে- পাওঁ। ১৯ কিয়নো যি সজ কৰ্ম কৰিবলৈ ইচ্ছা হয়, তাক নকৰে, কিন্তু, যি কুকৰ্ম কৰিবলৈ মোৰ ইচ্ছা নাই, তাকেই কৰে॥ ২০ এই ৰূপে মোৰ যি কৰিবৰ মন নাই, তাকে যদি কৰে, তেন্তে মই অপনি তাক কৰা, এনে নহয়, কিন্তু মোৰ শৰীলত থকা যি পপি, সেয়েহে কৰে। ২১ এয়েৰেই মোৰ যেতিয়া সজ কৰ্ম কৰিবৰ ইচ্ছা হয়, তেতিয়া কুকৰ্মেহে মোৰ লগ লয়, মোৰ এনে এক স্বভাও পাইছে॥ ২২ মই নতুন স্বভাবেৰে ঈশ্বৰৰ বিধানত সন্তোষে আছে, ২৩ কিন্তু হৃদয়ৰ বিধানৰ বিৰোন্ধে বন্ধ কৰি মোক অঙ্গবোৰত থকা পপিৰ বিধানৰ অধীন কৰা, এনে অনি এক ভাও মোৰ অঙ্গতে দেখে। ২৪ অস অস, দুৰ্ভগীয়া মানুহ যি মই, মেকি এই মণ দেহৰ পৰা কোনে উদ্ধাৰ কৰিব? ২৫ আমাৰ প্ৰভু যীশু খীষ্টৰ দ্বাৰাই (উদ্ধাৰ কৰা) ঈশ্বৰক সুতি কৰে॥ এয়েৰেই মই আপনি মনেৰে ঈশ্বৰৰ বিধান অচিবে, কিন্তু শীলেৰে পপিৰ বিধান তচিৰে। - 1 ৮ অধ্যায়। এই হেতুকে যিবিলাকে ৰীশু খ্ৰীষ্টত অশ্ৰয় লৈ সংসাৰিক অচাৰৰ দৰে [নপ্ৰবত্তি আত্মাৰ আচাৰৰ দৰে ] প্ৰবত্তে, সেইবিলাক দণ্ডৰ পত্ৰি নহয়। ২ যীশু খ্ৰীষ্টৰ অশ্ৰয়ত জীবন দিওঁত যি অত্মিাৰ বিধান, সেয়ে মোক পপিৰ আৰু মৰণৰ বিধানৰ পৰা মুক্ত কৰিলে। ৩ কিয়নো শীলৰ কাৰণে বিধান দুবলী হৈ যি কৰ্ম কৰিব নোৱাৰিলে, (তাকে কৰিবলৈ ঈশ্বৰে আপোনাৰ পুত্ৰক পাপী শৰীলৰ মূৰ্তিৰে পাঁচিলে, আৰু পপি প্ৰায়শ্চিত্তৰ নিমিত্তে তেওঁৰ শৰীলত পাপৰ দণ্ড কৰিলে। ৪ তাতে স’ সাৰিক অচাৰৰ দৰে নপ্ৰবৰ্তি, আত্মৰ অচৰৰ দৰে প্ৰবত্ত। যি অমি,