পৃষ্ঠা:New Testament in Assamese.djvu/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰুমীয় লৈ পত্ৰ। ২৭৩ ২ অধ্যায়। এতেকে হে এই হেতুকে হে লোকক দোষ দিয়া মানুহ, তুমি যেই কি নোহোৱা, তো মাৰে৷ উত্তৰ দিবৰ সন্ধি নাই; কিয়নো লোকক দোষ দিয়া যি তুমি, তুমি আপুনিও একে কৰ্ম কৰাত, লোকক যি কথতি দোষ দিছা, সেই কথাৰে আপেনিকিহে দুষী কৰিছা। ২ আৰু এই ৰূপ কৰ্ম কাবিলকিৰ বিৰোন্ধে ঈশ্বৰে যি সোধ কৰে সেয়ে স্বৰূপ, ইয়াক আমি জানে॥ এনে কৰ্ম কৰাবিলাকক দোষ দিয়া মানুহ, তুমি আপুনিও একে কৰ্ম কৰি ঈশ্বৰৰ দওৰ পৰা সাৰিম বুলি ভাবিছা নে? ৪ নাইবা ঈশ্বৰৰ তনু- গ্ৰহে মন পালটাবলৈ তোমাক উদগাইছে, তাক নুবুঝি তুমি তেওঁৰ অধিক অনুগ্ৰহ, আৰু ক্ষমা, আৰু সহনক হেলা কৰিছা নে ৫ আৰু তোমাৰ কঠিন খেদ নোহোৱা মনৰ দৰে ঈশ্বৰৰ স্বৰূপ সৌধ বিদিত হোৱা ক্ৰোধৰ দিন- লৈকে আপোনালৈ খঙ্গ সাঁচিছা নে? ৬ তেওঁ মানুহক গাইপতি অপেনি অপেন কৰ্মৰ দৰে প্ৰতিফল দিব; ৭ যিবিলাকে বৌযেৰে সজ কৰ্ম কৰি বিভুতি, মৰ্যতা, অৰু অমৰণক বিচাৰে, সিবিলাকক আনন্ত আয়ুষ দিব; ৮ আৰু যিবিলাকে বিবাদী হৈ সত্য ধৰ্মক নেমানি অধৰ্মক মানে, সেই বিলাকৰ ওপৰত কোপ আৰু ক্ৰোধ; প্ৰথমতে য়িহুদিবিলাক, পাছে গ্ৰীক- বিলকি, কুকৰ্ম কৰা সকলো প্ৰাণীৰ ওপৰত দুঃখ আৰু যাতনা হব; ১০ য়িহুদি আদি গ্ৰীকলৈকে যিবিলাকে সুকৰ্ম কৰে, সেই সকললৈ কীত্তি মৰ্যতা, আৰু সান্তনা হব। ১১ কিয়নো ঈশ্বৰৰ সোধিত মুখ ৰখা নহয়। ১২ যি দিন। মই কীত্তন কৰা শুভ বাৰ্তাৰ দৰে ঈশ্বৰে যীশু খ্ৰীষ্টৰ দ্বাৰাই মানুহ- বিলকিৰ মনৰ গুপত কথাৰ সোধ কৰিব, সেই দিন। যিবিলাকে বিধান নে- পাই পপি কৰে, সিবিলাক বিধান নোহোৱাকৈ বিনাশ হব; আৰু যিবি- লকে বিধান পায়ো পাপ কৰে, বিধানৰ দৰেই সিবিলাকৰ সোধ হব। ১৩ বিধান শুনাবিলাক ঈশ্বৰৰ অগিত পূণ্যৱন্ত, এনে নহয়; বিধান অচিৰ বিলাককহে পুণ্যৱন্ত বোলা যাব। ১৪ কিয়নো বিদেশী লোকে বিধান নো- পোৱাকৈ যদি স্বভাৱেৰে বিধানৰ কথা অচিৰে, তেন্তে বিধান নোপোৱাতো আপোনাৰ বিধান আপুনিএই হয়। ১৫ সিবিলাকৰ দোষাদোষ ডজ্ঞানেই সাক্ষী হোৱাত আপোনাৰ বিবেচনাৰ অনুক্ৰমে দুষী নিদুষী কৰা হৈ মনত লিখা বিধানৰ কথাৰ প্ৰমাণ অপুনিএই দিএ। ১৭ তুমি য়িহুদি বোলা হোৱা আৰু বিধানত ভাৰসা কৰি আছি, আ- পোনাৰ প্ৰশংসা ঈশ্বৰত কৰিছা, ১৮ আৰু শাস্ত্ৰত জ্ঞানী হৈ তেওঁৰ সন্মত জনা হৈছা, সুকীয়া কথা পৃথককৈ চিনিছা; আৰু বিধানত সত্য জ্ঞানৰ ৰূপ তোমাৰ হোৱতি, ১৯ তুমি অপুনি কণাৰ বাট দেখুউয়া, এন্ধাৰত থকাবি- লাকলৈ প্ৰদীপ, ২০ অজ্ঞানীক জ্ঞান দিওঁতা, লৰবিলাকক শিকাওঁতা হৈছা,