পৃষ্ঠা:New Testament in Assamese.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭৪ ৰুমীয়ালৈ পত্ৰ। ইয়াকে মনেৰে বুঝিছ; ২১ তেন্তে হে লোকক শিকোৱা, আপুনি অপো- নাক নিশিকোৱা নে? ২২ চুৰ নকৰিবলৈ উপদেশ দিও তুমি আপনি চুৰ কৰ নে? পৰ তিৰী গমন কৰিবলৈয়ো নিষেধ কৰি পিনি পৰ তিৰী গমন কৰা নে? তুমি মূৰ্তিবোৰক ঘিণই পবিত্ৰ বস্তুক ডকা দি নিয়া নে? ২৩ ধিনিতে আপোনাক প্ৰশংসা কৰিও তুমি বিধনিক উলংঘা কৰি ঈশ্ব- ৰক অমৰ্যতা কৰ নে? ২৪ কিয়নো যেনেকৈ লিখা আছে, তেনেকৈ বি- দেশী লোকৰ মাঝত তোমোলৰ দ্বাৰাই ঈশ্বৰৰ নামৰ নিন্দা হৈছে। ২৫ যদি বিধনিক পালন কৰ, তেন্তে তোমাৰ চৰ্মছেদনৰ লাভ হয়; কিন্তু যদি বিধনিক উলংঘা কৰা, তেন্তে তোমাৰ চৰ্মছেদন অচৰ্মছেদন হল। ২৬ এই হেতুকে যদি চৰ্মাছেদন নোহোৱা জনে বিধান কৰ্ম কৰে, তেন্তে তাৰ অচৰ্মছেদনকে। চৰ্মছেদন বুলি নিলিখিব নে? ২৭ অৰু শাস্ত্ৰৰে চৰ্ম, ছেদনৰে অধীন হৈয়ো বিধান উলংঘা কৰা যি তুমি, তোমাক স্বভাৱৰ অচৰ্ম- ছেদন হৈ বিধান তাচিৰা লোকে নুদুষিব নে? ২৮ কিয়নো বাহিৰে যি য়িহু- দি, সি য়িহুদি নহয়; ত াৰু বাহিৰত আঙ্গৰ যি চৰ্মছেদন, সিও চৰ্মছে- দন নহয়; ২১ কিন্তু যি জন হৃদয়ত য়িহুদি, সি য়িহুদি হয়; তাৰু অকল লিখা বিধানৰ দৰে নোহোৱ কৈ মন চিত্তৰ যি চৰ্ম ছেদন, যাৰ প্ৰশংসা মানুহৰ পৰা নহয়, ঈশ্বৰৰ পৰা হয়, সেয়েহে চৰ্মছেদন। ৩ অধ্যায়। - তেনে হলে য়িহুদি হোৱাৰ কি লাভ? আৰু চৰ্মছেদনত বা কি উপকাৰ। ২ সকলে। পোনে অনেক লাভ আছে; বিশেষকৈ ঈশ্বৰ বাক্য সিবিলাক লৈ দি অছিল। ৩ কোনো কোনো বিশ্বাস নকৰিলে, সিবিলাকৰ অবিশ্বা- সেৰে ঈশ্বৰৰ বিশ্বাস বিফল হব নে? ৪ কোনো মতেও নহয়; সকলো মা- মিছা হলেও ঈশ্বৰক সত্য বুলি মনা হওক। এনে লিখাও আছে, তুমি আপোনাৰ কথাত নিদূষী, অৰুি সেধিতে। জয় হব। তামাৰ অন্যায়ে- ৰে যদি ঈশ্বৰৰ ন্যায় প্ৰকাশ হয়, তেন্তে আমি কি বুলিম? ঈশ্বৰে বিহিত দণ্ড কৰাত তেওঁ অন্যায় নে? লোকৰ দৰে কৈছে। মতে নহয়; হোৰা হলে, ঈশ্বৰে কেনেকৈ জগতৰ সোধ কৰিব? ৭ তাত বাঝেও মোৰ মিছাৰে যদি ঈশ্বৰৰ সত্যই তেওঁৰ মহিমা অধিককৈ বহা কৰিলে, তেন্তে অপৰাধীৰ নিচিনা মই কিয় দণ্ড পোৱা হম? তেনে হলে ভাল হবৰ নিমিত্তে অধৰ্ম কৰোইক, আমিও এই যি কথা কৈছো বুলি কোনো- বোৰে আমাক নিন্দা কৰি কয়, আমি তেনে কথা কম নে? এনে কথা কোৱাবিলাক দণ্ডৰহে যোগ্য হয়। ৯ তেনে হলে কি? আমি আনতকৈ উত্তম নে? কোনো ৰূপে নহওঁ; ৬ তেনে কোনো