পৃষ্ঠা:New Testament in Assamese.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭২ ৰুমীয়ালৈ পত্ৰ। আছে। তোমেলিকিৰ অগিতে যিমান পাৰে1, শুভ বত্তি। কীত্তন কৰিবলৈ সক্টমেৰে আছে॥ ১৬ খ্ৰীষ্টৰ শুভ বাতি মই লজি পোৱা নহওঁ; কিয়নো য়িহুদি আদি কৰি গীকবিলাকলৈকে যিবিলাকে বিশ্বাস কবে, সিবিলাক সকলোৰে পৰিত্ৰাণৰ নিমিত্তে সেয়ে ঈশ্বৰৰ শক্তি হয়। ১৭ কিয়নো বিশ্বাসৰ দ্বাৰাই ঈশ্বৰে দিয়া পুণ্য বিশ্বাসৰ নিমিত্তে সেই শুভ বাতি প্ৰকাশ হৈছে। এই কথাত এনে বচনে লিখা আছে, পূণ্যৱন্ত জন বিশ্বাসৰ দ্বাৰাই জীব। ১৮ যিবিলকি মানুহে অধৰ্ম কৰ্মোৰে সত্যক বাধা কৰে, সেইবিলাকৰ অটাই তাকৰ্মৰ ধৰ্মৰ অহিতে স্বৰ্গৰ পৰা ঈশ্বৰৰ ক্ৰোব প্ৰকাশিত ১৯ কিয়নো ঈশ্বৰব জানিব লগা কথাবিলাক ঈশ্বৰে আপুনি বি- দিত কৰাত সিহঁতৰ অগিত প্ৰকাশ হল; ২০ অৰ্থাৎ অনন্ত মহিমা আৰু ঈশ্বৰ হোৱা, তেওঁৰ এনে ঘি নিৰাকাৰ গুণ, সেইবিলাক সৃষ্টিৰ আদিৰে প। সুজন কৰ্মৰে সজ ৰূপে জন। অছে; এই হেতুকে সিহঁতৰ উত্তৰ দি- বৰ সন্ধি নাই। ২১ আৰু সিহঁতে ঈশ্বৰক জানিও ঈশ্বৰৰ দৰে তেওঁক তা- দৰ নকৰিলে, তেওঁৰ উপকাৰে। নেমানিলে; কিন্তু তাপোনাৰ বিবেচনাৰে ব্যৰ্থ হৈ সিহঁতৰ নিবুদ্ধি মন এন্ধাৰ্ময় হল। ২২ সিহঁতে আপোনাকে জ্ঞানী, বুলি মানি অজ্ঞানী হল, ২৩ অৰুি বিনাশী মানুহ, চৰাই, চাৰি ভৰিয়া জন্তু, উৰগ আদিৰ অকাৰ মূৰ্ত্তিৰে অবিনাশী ঈশ্বৰৰ মহিমা সলনি কৰিলে। ২৫ এই হেতুকে সিহঁতে আপোনাৰ শৰীলক ইটে সিটে অমৰ্যতা কৰিবৰ নিমিত্তে ঈশ্বৰে সিহঁতক মনৰ কুচিত তাভিলষিত দুষ্ট কৰ্ম কৰিবলৈ এৰি দিলে। ২৫ সিহঁতে সত্য ঈশ্বৰক মিছাৰে সলনি কৰি সৃষ্টি কতোক তে- জি জাটক সেৱা অস্ট কৰিলে; সেই সৃষ্টি কৰোতা সদায় ধন্য, অ- ২৬ এই কাৰণে ঈশ্বৰে সিহঁতক দুযশৰ অভিলাষলৈ এৰি দিলত, সিহঁতৰ তিৰী লোকেও আপোনাৰ স্বভাৱৰ নীতি এৰি স্বভাৱৰ অহিতে দুষ্ট অচিৰি কৰিলে; ২৭ সেই ৰূপে মুনিহবোৰেও তিৰীৰ স্বভাও সঙ্গ এৰি, ইটে সিটে কাম অগ্নিৰে দগ্ধ হৈ পুৰুষে পুৰুষে সৈতে লজৰ কৰ্ম কৰি অপোনাতে আপোনাৰ ভূমৰ উচিত ফল পালে। ২৮ সিহঁতে আপোনাৰ জ্ঞানত ঈশ্বৰক ৰাখিবলৈ ইচ্ছা নকৰাত ঈশ্বৰে সিহঁতকে অনুচিত কৰ্ম কবিৰ নিমিত্তে কুমনলৈ এৰি দিলে। ২৯ তীতে সিহঁতে সকলো অন্যায় ব্যভিচাৰ, হিংসা, লোভ, দুৰ্জন, অসূয়া, বধ, দল, ভাণ্ডন, কুমতি আদিৰে পূৰ হৈ, ৩০ কাণত কোৱা, আৰু মিছা বাদ দিয়া, ঈশ্বক ঘিণোৱা, নিন্দক, গৰ্ব্বী, অহঙ্কাৰী, কুকৰ্ম জন্মোৱা, পিতৃ মাতৃক নমনা, ৩১ অবিবেচনা, নিয়ম ভঙ্গা, চেনেহ ৰহিত, ক্ষমা নকৰা, নিদয়া হৈ আছে। ৩২ অৰুি ঘি- বিলাকে এনে কৰ্ম কৰে, সেইবিলাকেই মৰ্ণৰ যোগ্য, ঈশ্বৰৰ এই অজ্ঞ। জানিও সিহঁতে অকল অপুনিএ এই সকল কৰ্ম কৰে, এনে নহয়, এই ৰূপ কৰ্মা কৰবিলকিতে সিহঁত তুষ্ট হৈ থাকে। মেন।