পৃষ্ঠা:New Testament in Assamese.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰুমীয়াবিলাকলৈ পৌলে লিখা পত্ৰ। ১ অধ্যায়। দেই . সমন্ধেৰে দাৰিদৰ বঙ্গহত উন্ম, তাৰু পবিত্ৰ আত্মাৰ সমন্ধেৰে মৰ্ণৰ পৰা মহিমাৰে উঠাৰ দ্বাৰাই ঈশ্বৰৰ পুত্ৰ। যেন প্ৰকাশ হোৱা, ২ তেওঁৰ এনে পুত্ৰ তামাৰ প্ৰভু যীশু খ্ৰীব যি শুভ বাত্তৰি অৰ্থে ভবিষ্যত বক্তবিলাকৰ দ্বাৰাই ধৰম পুথিত তীকাৰ কৰি- ছিল, ৩ সেই শুভ বা কী ন কৰিবলৈ পৃথক কৰা আমন্ত্ৰিত পচিনি যীশু খ্ৰীষ্টৰ সেৱক যি পৌল, ৫ সেয়ে বোম নগৰত থকা ঈশ্বৰৰ প্ৰিয় আৰু আমন্ত্ৰণ হোৱা পবিত্ৰ লোক সকললৈ পত্ৰ লিখিছে। ৫ সেই খ্ৰীষ্টৰ নামত সকলো বিদেশী লোকে যেন বিশ্বাসৰ বশ হয়, এই নিমিত্তে অমি তেওঁৰ পৰা অনুগ্ৰহ আৰু পাচনি বাব পালোঁ; ৬ সেই বিদেশী লোকৰ মাঝত থকা যীশু খ্ৰীষ্টে আমন্ত্ৰণ কৰা যি তোমোলাক, ৭. তোমোলকিলৈ অমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু কুশল হক। প্ৰথমতে গোটেই জগতত তোমোলাকৰ বিশ্বাস প্ৰকাশ হোৱাত মই তো- মোলকি সকলোৰে নিমিত্তে য়ীশু খ্ৰীষ্টৰ দ্বাৰাই মোৰ ঈশ্বৰক স্যাত কৰি আছে। ৯ আৰু ঈশ্বৰৰ অনুগুহেৰে কোনো ৰূপে এতিয়া শেষত তো- মোলাকৰ ওচৰলৈ যাবলৈ যেন শুভ যাত্ৰা পাওঁ, এই নিমিত্তে সদায় তো- মোলাকক সুয়ৰি মই নিতে প্ৰাৰ্থনাৰ কালত নিবেদন কৰিছে; কথাতে মই যি ঈশ্বৰৰ পুত্ৰৰ শুভ বাৰ্তাৰ কীৰ নত মন দি সেৱা কৰে, সেই ঈশ্বৰ মোৰ সাক্ষী। ১১ কিয়নো তোমোলাকক থিৰ কৰিবলৈ কোনো পৰমাৰ্থিক দান যেন কৰিম, ১২ অৰ্থাৎ তোমোলাকৰে মোৰে বিশ্বাস মই আৰু তোমোলাকেৰে যেন সান্তনা পাম, এই নিমিত্তে তোমোলাকে সৈতে দেখা দেখি হবলৈ মোৰ বঞ্চি। হে ভাইবিলাক, অনি অনি বিদেশী লোকৰ মাঝত যেনে, তোমোলাকৰ মাঝতে। তেনেকৈ মই যেন শ্ৰমৰ ফল পাম, এই আশয়েৰে বাৰে বাৰে তোমোলাকৰ ওচৰলৈ যাবলৈ মন কৰি- ছিলো, কিন্তু এতিয়ালৈকে যোৱাৰ বাধা হৈ আছে, ইয়াক তোমোলাকে নেজানি থকা মোৰ ইচ্ছা নাই। গীক বা মেলেচ, জ্ঞানী বা অ জ্ঞানী, মই সকলোৰে ধৰুৱা হৈ আছে; ১৫ এই হেতুকে ৰোম নগৰত থকা 11 ১০ এই 98