পৃষ্ঠা:New Testament in Assamese.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭ 9. পচিনিৰ কম । - . য়িহুদিবিলাকৰ প্ৰধনি মানুহক মততি সিবিলাকে একে ঠাই হলত, তেওঁ কলে, হে ভাই সকল, মই অাপোন মানুহবিলাকৰ নাইবা উপৰি পুৰুষৰ ৰীতিৰ বিৰোঙ্গে একো কম কৰা নাই; তথাপি য়িৰুছলমৰ পৰা মই বন্দীয়াৰ হৈ ৰুমীয়া লোকৰ হাতত নোবাই দিয়া হৈছিলো। ১৮ সিবিলা- কে বিচাৰ কৰি প্ৰাণ মাৰিব লগিয়। একে দোষ মোত নেপাই, মুকলি কৰিবলৈ ধৰিছিল ; ১৯ কিন্তু য়িহুদিবিলাকে বাধা কৰাতে কৈচৰ অগিত মোৰ সোধ হবলৈ প্রার্থনা কৰিব লগিয়া হলো। সেই প্রার্থনা কৰিলেও মোৰ আপোনাৰ দেশৰ মানুহক কোনো বাদ দিবলৈ তাছে, এনে নহয়। ২০ এই কাৰণে তোমোলাকে সৈতে দেখা দেখি কথা বাত্ত। হবলৈ তেমো- লাকক মাতিলে, কিয়নো ইএল বঙ্গহৰ আশাৰ নিমিতেহে মই এই শি- কলিত বন্দী হলে।। ২১ তেতিয়া সিবিলাকে তেওঁত কলে, য়িহুদ। দেশৰ পৰা অামি তোমাৰ অর্থে একো লিখা পত্রকে পোৱা নাই, অাৰু তাৰ পৰা যি ভাইবিলাক আহিছে, সিবিলাকেও তোমাৰ অপবাদৰ একো কথা বাত্ত। কোৱা নাই । ২২ কিন্তু তোমাৰ যি ভাবনা, তাকে আমি তোমাৰ মুখে শুনিবলৈ ইচ্ছা কৰিছোঁ; কিয়নো এই মত হলে সকলো ঠাইতে নিন্দিত হৈছে, ইয়াকে আমি জানো। ২৩ পাছে সিবিলাকে তেওঁলৈ এটা দিন নিশ্চয় কৰিলত, সেই দিন। অনেক মানুহে পৌলৰ ঘৰলৈ আহিল, তাতে তেওঁ ৰাতি পুয়াৰে পৰা সন্ধিয়ালৈকে মোচাৰ বিধান আৰু ভবিষ্যত বক্তাৰ পুথিৰ পৰা হীৰ কথা উলিয়াই ঈশ্বৰৰ ৰাজ্যৰ প্রমাণ দি সিবিলা- কক উপদেশ দিলে । ২৪ তেওঁৰ কথা কেতবোৰে পতিয়ালে, কেতবোৰে নপ- ঠিয়ালে; ২৫ তাতে ইটৰ সিটৰ একে কথা নোহোৱাত সিবিলাকে যাবলৈ ধৰিলত, পৌলে এই কথাটি কলে, পবিত্র আত্মাই ছিয়া ভবিষ্যত বক্তাৰ মুখেৰে আমাৰ পিতৃ পুৰুষবিলাকক ভালকৈ কলে, ২৬ এই মানুহবোৰ কোষৰলৈ গৈ কোৱাগৈ, তোমোলাকে শুনতে শুনিব, কিন্তু নুবুঝিবা; দেখোতে দেখিবা, কিন্তু নেজানিবা; ২৭ কিয়নো এই মানুহে যেন চকুৰে নেদেখে, কাণেৰে নুশুনে, চিত্তেৰেও নুবুঝে, অৰুি মন পালটাত মই সিহঁ- তক যেন স্বস্থ নকৰোঁ, এই নিমিত্তে সিহঁতৰ চিত্ত ভোতোহা, অৰুি শুনিবলৈ কাণে গধুৰ, অৰু আপোনাৰ চকু মুদি অাছে। ২৮ এই নিমিত্তে ঈশ্বৰৰ পৰিত্ৰাণৰ কথা বিদেশী লোকবিলাকলৈ পঠিওৱা হৈছে, অাৰু সিবিলাকে তাক মানিব, ইয়াক তোমোলাকে বুঝিবা । ২৯ এই কথা কলত পীছে। য়িহুদিবিলাকে আপোনাৰ মাঝত ইটে সিটে অনেক বাদ বিচাৰ কৰি গুছি ৩০ এই ৰূপে পৌলে দুবছৰলৈকে আপুনি ভেৰ্ণ দি লোৱা ঘৰত থাকি, যি যি মানুহ তেওঁৰ কোষলৈ আহে, সকলোকে গ্রহণ কৰি, ৩১ একো বিঘিনি নাইকিয়াকৈ অতি সাহেৰে ঈশ্বৰৰ ৰাজ্যৰ কথা কীত্তন কৰি, প্রভু যীশু খ্রীষ্টৰ কথাত উপদেশ দি আছিল । গল।