পৃষ্ঠা:New Testament in Assamese.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম । ২৬৯ ২৮ অধ্যায় । সিবিলাকে এই ৰূপে ৰক্ষা পালিত সেই মাজুলীৰ নাম মেলিত বুলি জা- নিলে । ২ পাছে তাত থকা মূখবিলাকে আমাক অনেক অনুগ্ৰহ কৰি দেখুয়াই, তেতিয়াৰ বৰষুণ আৰু জাৰৰ নিমিত্তে জুই জালি আমাক সক- লোকে অলিহিকৈ ৰাখিলে । ৩ পাছে পৌলে এমুঠা কাঠ গোটাই জুইলৈ পেলাই দিলত, জুইৰ তাপত এটা কলা সপি ওলাই তেওঁৰ হাতত কামুৰি ধৰিলে। ৪ মুখবিলাকে তেওঁৰ হাতত সাপক ওলমি থাকিবৰ দেখি ইটে সিটে কোৱাকুই কৰিলে, বোলে, এইটো স্বৰূপে মানুহ বধী হয়; সাগৰৰ পৰা ৰক্ষা পালতো প্রতিফল দিওতাই ইয়াক জীব নিদিএ। কিন্তু তেওঁ হতি ঝোকাৰ মাৰি সাপক জুইত পেলাই দিলত তেওঁৰ একো দুঃখ নহল । ৬ তথাপি বিষৰ জালত তেওঁৰ গা উখহিব, নাইবা, অকস্মিতে পৰি মৰি- বই, ইয়াকে ভাবি মানুহবিলাকে তাকে দেখিবলৈ বাট চালে; কিন্তু অনেক বেলিলৈকে চাই থাকি পাছে তেওঁৰ একো আপদ ঘটিবৰ নেদেখি, সিহঁতে মন ওলটাই বুলিলে, এওঁ দেবতা। ৭ সেই ঠাইৰ ওচৰত পল্লীয় নামেৰে মাজুলীৰ অধিকাৰৰ মাটী আছিল । তেৱে ই অমাক আপোনাৰ ঘৰলৈ নি অনুগ্ৰহ কৰি তিন দিন আলহি পূহিলে। ৮ তেতিয়া সেই পলীয়ৰ বাপেকে জৰ অাৰু তেজৰ অতিসাৰ হৈ পৰি থকাত পৌলে তালৈ সোমাই প্রার্থনা কৰি তেওঁৰ গাত হাত দি ভাল কৰিলে । ১ এনে হলত সেই মাজুলীত থকা অন ৰুগীয়া মানুহো অ- হিলত স্বস্থ কৰা হল । ১০ তাতে সিবিলাকে আমাক অনেক অনেক অ- দৰ কৰিলে, আৰু বৰ সময়তো আমাক যি যি লগা বস্তু, তাকো আনি দিলেহি । ১১ তিনি মাহৰ পাছত চিকলৰিয়া নগৰৰ দিয়স্কুৰী যুঁজাৰ চিন থকা যি খন জাহাজ সেই মাজুলীত জাৰ কালি অছিলে, ১২ তাতে আমি উঠি গৈ চুৰকুিচ নগৰ পাই, তাতে তিন দিন থাকিলেহঁক। ১৩ তাৰ পৰা ঘূৰিপকি গৈ ৰীগিয় নগৰ পাই, এদিনৰ পাছে দক্ষিণৰ পৰা বতাহ হোৱাত পাছ দিন। পুতিয়লী নগৰ পালোগৈ । তাতে ভাইবিলাকক পলত সিবিলাকে অমাক সাত দিন থাকিবলৈ বিনয় কৰিলে। ১৫ এই ৰূপে ৰোমৰ ফাললৈ যোৱাত তাত থকা ভাইবিলাকে আমি অহা শুনি অ- পিয়ফৰ অৰুি অলিহি পোহ। তিনি ঘৰলৈকে অমাক আগ বাহিবলৈ আহিল । সিবিলাকে সৈতে দেখা দেখি হােৱাত পৌলে ঈশ্বৰক স্তুতি কৰি সহি পালে । পাছে আমি ৰোম নগৰলৈ গলত শইকিয়াই বন্দীয়াৰবোৰক হজৰ অধিকাৰত সোধাই দিলে; কিন্তু পৌলে আপােনাক ৰখা সেনাই সৈতে সুকীয়াকৈ থাকিবলৈ অনুমতি পালে । ১৭ পাছে তিন দিনৰ মুৰত পৌলে ১৪ ১৬