পৃষ্ঠা:New Testament in Assamese.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬৮ পাচনিৰ কৰম । ঈশ্বৰত মোৰ এনে বিশ্বাস আছে । ২৬ কিন্তু কোনো মজুিলীৰ ওপৰত আমি পৰিব লাগিব । ২৭ পাছে এই ৰূপে অqিয়া সমুদুত জাহাজ ঢলঙ্গ' পলঙ্গ কবি ইফাল সিফলি হৈ যাওঁতেই চৈধ্য দিনৰ দিন। দুপৰ মান ৰাতিত কোনোবা বামৰ ওচৰ চাপিছে বুলি, জাহাডৰ মানুহে ভা- ৰিলে । ২৮ তাতে সিহঁতে পানী জুলিত একুৰি বেওঁ পালে । অৰু এফেবিমান গৈ অকিও জুখি পোন্ধেৰে বেও পলিত, ২১ শিলত লগ। ভয়েৰে জাহাজৰ পাছ ফালে চাইটা লঙ্গৰ পেলাই দিন হবলৈ চিন্তি থাকিল । ৩০ কিন্তু জাহাজৰ মানুহবিলাকে জহিডিৰ অগি ফালে লৰ পেলাবৰ ছলেৰে সাগৰত নাও নমাই পলাবলৈ উপায় কৰাত, ৩১ পৌলে শইকিয়া অৰুি সেনাবোৰত কলে, এই মানুহবোৰ জহিজিত নেথাকিলে তোমোলাকৰ ৰক্ষা হব নোৱাৰে । ৩২ তেতিয়া সেনাবোৰে লেজু ক নাও পানীত পেলাই দিলে । ৩৩ পাছে ৰাতি পুয়াবৰ সময়ত পৌলে সকলোকে ভোজন কৰিবলৈ মিনতি কৰি কলে, অজি চৈধ্য দিনৰে পৰা তোমোলাকে বাট চাই নোখোৱা নোবোৱাকৈ লঘোনে অছা । হেতুকে মিনতি কৰিছো, তোমোলাকে কিছু অহিৰি লোৱা, তাতে তোমো- লাকৰ মঙ্গল হব । কিয়নো তোমেলিকিৰ মূৰৰ এডালি চুলিৰে৷ হানি ৩৫ ইয়াকে বুলি তেওঁ পিঠা লৈ সকলোৰে অগিত ঈশ্বৰ্ক সুতি কৰি পিঠা ভাঙ্গি ভোজন কৰিবলৈ ধৰিলে । ৩৬ তেতিয়া সকলোএ থি হৈ সিবিলাকেও ভোজন কৰিলে । ৩৭ জহিজিত অামি মুঠে দুশ তিনি কুৰি ষোলেটা মানুহ আছিলোঁ । ৩৮ সিবিলকি সকলো খাই তৃপ্তি পালত, জাহাজৰ পৰা ঘেঁহু ধান সাগৰত পেলাই ভৰা লঘ কৰিলে । ৩১ পছে দিন হলত সেই কোন দেশ, তাক চিনি নেপালে; কিন্তু সমনি গৰাৰে এটা ঘলি দেখি, সিবিলাকে যদি পাৰে তাৰ ভিতৰলৈ জাহাজ সুমুয়া- বলৈ ইচ্ছা কৰি, ৪০ লঙ্গৰবোৰ সোলোকাই সাগৰত এৰি দিলে। পাছে হালিৰ বান্ধ মেলি বতাহত পাল তৰি দাঁতিলৈ যোৱাত, ৪১ দুই ধৰিৰ মাঝত থকা এটা চটত পৰি জাহাজ লাগিল; তাতে তাগি ডোখৰ নৰ লাকৈ লগীতি, পাছ ডোখৰ ঢৌৰ অফালত ভাগি ভাগি গল । ৪২ তাতে বন্দীয়াৰৰ কোনোটে। সাঁতৰি পলাই, এই ভয়েৰে সেনাবোৰে সিবিলাকক বধ কৰিবলৈ অলিচ কৰিলে । ৪৩ কিন্তু শইকিয়াই পেলিক ৰাখিবৰ ইচ্ছাৰে সিহঁতৰ অলিচ নিবাৰণ কৰি এই অজ্ঞা দিলে, যিবোৰে সাতৰিব জানে, সেইবোৰে অগৈ এ ঝাপ মাৰি পৰি সাতৰি কামলৈ যাওক ; অৱশেষবোৰে কাঠ আৰু জাহাজৰ যেয়ে যি পাই, তাতে ধৰি যাওক । এই ৰূপে সকলোএ বাম পাই ৰা পৰিল । নহব । . 88