পৃষ্ঠা:New Testament in Assamese.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭ অধ্যায় । ১২ অাৰু তাতে এমেৰে মাজুলীৰ পাৰ হৈ লাচায়া নগৰৰ ওচৰৰ সুন্দৰ ঘুলি নামে এঠাই পালোগৈ । ভালে দিনৰ পাছে ব্ৰতৰ সময় গলত পা- নীএদি যাবলৈ শঙ্কা হােৱাত, পৌলে মিনতি কৰি কলে, ১০ হে মা- নুহবিলাক, এই যাত্ৰাত আমাৰ অপদ অৰুি অনেক হানি হব, সি অকল বস্তু অৰু জাহাজ, এনে নহয়, কিন্তু আমাৰ প্ৰাণে সঙ্কটত পৰিব, ইয়াক মই জানে।। ১১ কিন্তু শইকিয়াই পৌলে কোৱা কথাতকৈয়ো জাহাজৰ গৰিয়াল অাৰু অধিকাৰৰ কথা বৰকৈ পতিয়ালে । সেই ঘলিত জীৰ কালি থাকিবলৈ ভাল মোহােৱাত, দক্ষিণ পশ্চিম- ৰে অৰুি উত্তৰ পশ্চিমৰে চুকলৈ মুকৈ থকা ক্ৰীতিৰ ফৈনিক ঘলি যদি কোনাে ৰূপে পাব পাৰে, তাতে জাৰৰ কাল থাকিবৰ অশয়েবে অধিক বোৰে জাহাজ মেলি তালৈকে যাবলৈ অলিচ কৰিলে । ১৩ পাছে দক্ষিণ বতাহ অলপ অলপ বলোৱা দেখি অাপোনাৰ ইচ্ছা সিন্ধি হয় যেন বুঝি, জাহাজ মেলি ক্ৰীতিৰ দাঁতি এ দাঁতিএ গল। ১৪ কিন্তু অলপ কালৰ পাছতে উৰক্লদোন নামেৰে বৰ ধুমুহা আহি জাহাজৰ অগ ফালেদি লাগিলহি । পাছে তাৰ সন্মুখলৈ জাহাজ পেনিবি নােৱাৰিলত, বতাহে নিবলৈ এৰি দিলে; ১৬ পাছে ক্লৌদা নামেৰে এখন মাজুলীৰ গৰীৰ কোষে- দি গৈ, বৰ শ্ৰমেৰে সৰু নাও খন ৰাখিলে।। ১৭ তাক তুলিলত জা- হাজত বাৰ কাঠ দি লেজুৰে তলে দি মেৰাই বান্ধিলে ; পাছে বালি চটত জাহাজ লাগে বুলি ভয়ত পাল পেলাই দি বতাহৰ ঢালত উটি উটি গল । ১৮ আৰু ধুমুহাত জাহাজে বৰকৈ ঢলঙ্গ পলঙ্গ কৰিলত পছ দিন। কেতবােৰ ভৰা তুলি পেলালে । ১৯ তিন দিনৰ দিন। আমি অপোন হাতে জাহাজৰ জুলিবিলাক পেলাই দিলে । অাৰু বহু দিনলৈকে বেলি তৰা নােলোৱাকৈ থাকি আমাৰ ওপৰত বৰ ঢেল। ডাৱৰ হলত অামাৰ প্ৰাণ ৰক্ষা পৰিবৰ সকলো অশ। মুছিল । ২১ অনেক দিন লঘোনে থাকিলত পাছে সকলোৰে আগত পৌলে থিয় হৈ কলে, হে মানুহবিলকি, মােৰ কথা শুনি তোমােলাকে ক্ৰীতিৰ পৰা জাহাজ মেলিব নলগা উচিত আছিল । তাকে কৰা হলে তো- মোলাকে এই সকল আপদ আৰু হানি নেপালহেঁতেন । এতিয়া তোমোলাকক মিনতি কৰিছোঁ, সহি কৰা, তোমোলাকৰ এটি প্রা- ণীৰে। হানি নহয়, কেবল জাহাজৰহে হানি হব । ২৩ কিয়নাে যি ঈশ্বৰৰ মানুহ মই, আৰু যি জনক সেৱা কৰে, তেওঁৰ দূতে কালি ৰাতি মােৰ ওচৰত থিয় হৈ কলে, ২৪ হে পৌল, ভয় নকৰিবা; কৈচৰৰ অ- গত তুমি থিয় হব লাগিব; আৰু দেখা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্বৰে তোমাক দিলে । ২৫ এই কাৰণে, হে মানুহবিলাক, তো- মােলাকে সাহ কৰা, কিয়নো যেনেকৈ মোত কলে, তেনেকৈ অবশ্যে ঘটিব, .