২৬৪ প চনিৰ কৰম । য়। অগিপাই ফিষ্টত কলে, মোৰো সেই মানুহৰ কথা শুনিবৰ মন অাছে । তীতে ফিষ্টে কলে, কাইলৈ তুমি তাৰ কথা শুনিবলৈ পাব । ২৩ পছ দিনা অগিপা অৰুি বর্ণি কিএ বৰ প্রতাপেৰে আহি হাজৰ কিয়া- বোৰ অৰুি নগৰৰ প্ৰধান মানুহবিলাকে সৈতে সেধি কৰা ঠাইতে সোমালত- হি, ফিষ্টৰ অজ্ঞাৰে পৌলক অনিলে। ২৪ তেতিয়া ফিষ্টে কলে, হে আগি- পা ৰজা, হে অগিত থকা লোক সকল, য়িছালমত অাৰু ইয়াতো য়িহুদি- বিলাকে যি মানুহৰ অর্থে মোৰ অগিত নিবেদন কৰি এটাহ পাৰি কৈ- ছিলে, ই অৰু জীয়াই থকা উচিত নহয়, সেই মানুহক তোমোলাকে দে- খিছা। ২৫ কিন্তু ই প্রাণ মৰাৰ যোগ্য একো দোষ কৰা নাই, মই ইয়াকে জানিলো; তথাপি সি আপুনি মহা ৰজাৰ আগত সোধ কৰাবলৈ প্রার্থনা কৰিলত, তেওঁৰ ওচৰলৈ তাক পঠিয়াবলৈ নিশ্চয় কৰিলোঁ; ২৬ কিন্তু অ- মাৰ প্ৰভুৰ তলৈ লিখিবলৈ তাৰ কথাৰ একো নিশ্চয় নেপালে । তাৰ বিচাৰ কৰিলে পাছে যেন মই লিখি পঠাবলৈ কিছু উয়াদিহ পাওঁ, এই নিমিত্তে তোমোলাকৰ অগিলৈ, অাৰু হে অগিপা ৰজা, বিশেষকৈ তোমাৰ অগিলৈকো ইয়াক আনিলে।। ২৭ কিয়নো কোনো বন্দীয়াৰক যি যি বাদ দিয়া হয়, সেইবোৰ নিলিখাকৈ তাক পঠিয়াবলৈ মোৰ মনে অনুচিত যেন দেখে। ২৬ অধ্যায়। তেতিয়া অগিপাই পৌলত কলে, তোমাক অাপোনাৰ কথা কবলৈ অনু- মতি দিয়া হৈছে। ২ তাতে পৌলে হাত মেলি আপোনাৰ কাৰণে উত্তৰ কৰিলে, হে অগ্রিপ ৰজা, যিহৰ নিমিত্তে য়িহুদিবিলাকে মােক অপবাদ দিছে, তাৰ সকলো কথা অাপোনাৰ অগিত জনাবলৈ পাই, মোৰ সুভাগ্য যেন মানিছে।। ৩ কিয়নো য়িহুদি বিলাকৰ মাঝত যিবিলাক ৰীতি আৰু বিচাৰ আছে, সেই সকলোতে আপুনি নিপুন আছে, এই নিমিত্তে বিনয় কৰিছো, আপনি সহনীয় ৰূপে মােৰ নিবেদন শুনেকি । ৪ য়িছালমত থাকি মই আপোন দেশৰ মানুহৰ মাঝত ডেকা কালৰে পৰা যি ৰূপ অ- চাৰেৰে প্ৰবৰ্ত্তি আছিলোঁ, তাক য়িহুদি সকলোএ তু পাই । ৫ সিবিলাকে আদিৰে পৰা মোক জানি, আমাৰ ধৰ্মৰ যি অতি কঠিন মত, সেই মতৰ দৰে মই যে ফিচি হৈ জীয়াই আছিলোঁ, ইয়াৰ প্ৰমাণ দিবৰ মন হলে দিব পাৰে। ৬ ঈশ্বৰে আমাৰ ওপৰ পিতৃবিলাকৰ অগিত যি অঙ্গীকাৰ কৰি- লে, তাৰ আশাৰ কাৰণে মই এতিয়া সোধিত থিয় হৈ আছে।। ৭ সেই অঙ্গীকাৰৰ ফল পাবৰ নিমিত্তে আমাৰ বাৰে ফৈদে ৰাতিএ দিনে অতি যতনকৈ ঈশ্বৰক সেৱা কৰি যি আশা কৰিছে, সেই আশাৰ কাৰণে, হে
পৃষ্ঠা:New Testament in Assamese.djvu/২৬৯
অৱয়ব