পৃষ্ঠা:New Testament in Assamese.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫ অধ্যায় । নাই । ছালমৰ পৰা অহা য়িহুদিবিলীকে তেওঁৰ চাৰিও ফালে থিয় হৈ তেওঁক অনেক অনেক বৰ বাদ দিলে; কিন্তু তাৰ একো প্রমাণ দেখাব নোৱা- ৰিলে । ৮ তাতে পৌলে অাপোনাৰ অর্থে উত্তৰ কৰি কলে, য়িহুদিবিলা- কৰ বিধানৰ, বা মন্দিৰৰ, বা কৈচৰ বিৰোই মই একো দোষ কৰা ৯ কিন্তু ফিষ্টে য়িহুদিবিলাকক সন্তোষ কৰাৰ মনেৰে সমিধান। দি পৌলত কলে, তুমি য়িছালমলৈ গৈ তাতে মোৰ আগত সোধ পােচ কৰাবলৈ ইচ্ছা আছে নে ? ১০ তীতে পৌলে বুলিলে, যতে মোৰ সোধ কৰিবলৈ উচিত, কৈচৰৰ এনে সোধৰ অসমৰ ত]গতে মই অাছে। য়িহুদিবিলাকক মই একো দোষ কৰা নাই, ইয়াক অপুনি ভালকৈ জানি অাছে । ১১ মই কোনো অপৰাধ বা মৰাৰ যোগ্য কর্ম যদি কৰা হয়, তেন্তে মৰিবলৈকো অমান্তি নহওঁ । কিন্তু সিবিলাকে মােক যিবোৰ তাপ- বাদ দিছে, সেয়ে যদি স্বৰূপ নহয়, তেন্তে সিহঁতৰ হাতত মােক সোধাই দিবলৈ কাৰো শক্তি নাই। কৈচৰৰ আগত সোধ হবলৈ নিবেদন কৰে । ১২ তেতিয়া ফিষ্টে মন্ত্রীবিলাকে সৈতে অলচ কৰি পৌলত কলে, কচৰৰ আগত তোমাৰ সোধ হবলৈ নিবেদন কৰিছা নে ? তেন্তে কৈচৰৰ আগলে যাবা। ১৩ দিন চাৰেকৰ পাছত অগ্নিপা ৰজা আৰু বর্ণিকিএ ফিষ্টে সৈতে দেখ। দেখি হবলৈ কৈচৰীয়া নগৰলৈ আহিল । ১৪ সিবিলাকে তাতে অনেক দিন থাকিলত ফিষ্টে ৰজাৰ অগিত পৌলৰ কথা জনালে, বোলে, ফিলিকে বন্দীকৈ থৈ যোৱা এটা মানুহ ইয়াত অাছে। ১৫ যেতিয়া মই য়িছালমত আছিলোঁ, তেতিয়া প্রধান পোৰোহিতবিলাক তাৰু য়িহুদি বন্ধ লোকে তাক বাদ দি, তাৰ অহিতে দণ্ডৰ তাজ্ঞা দিয়াব খুজিলে । ১৬ তাতে মই উত্তৰ কৰিলোঁ, বন্দীয়াৰটে গুচৰীয়াই সৈতে হাদুৰ। হাদূৰি কৰি অপো- নাক দিয়া যি বাদ, তাৰ উত্তৰ কৰিবলৈ নোপোৱাকৈ কোনো মানুহৰ প্রাণ মাৰি নিমিত্তে সোধাই দিয়া, ৰুমীয়া লোকৰ এনে দস্ৰ নহয় । ১৭ এই হেতুকে সিবিলাকে ইয়ালৈ অহলত, পলম নকৰাকৈ পাছ দিনই সোধৰ আসনত বহি সেই মানুহক অনিবলৈ অজ্ঞা কৰিলে । ১৮ পাছে বাদ দিয়াবোৰে তাৰ তহিতে উঠি, মই যি বদি বুলি ভাবিছিলো, এনে একে বাদ নিদি, ১৯ সিহঁতৰ অাপোনাৰ প্ৰবত্ত নিৰ অৰ্থেৰে, অৰু পৌলে যাকে জীয়াই অাছে বুলিছিল, এনেকুয়া রীশু নামেৰে এজন মৃত্যু হোৱা মানুহৰ অৰ্থেৰে কেতবোৰ বিচাৰৰ কথা তাৰ অহিতে কবলৈ ধৰিলে । ২০ তীতে মই এনেকুয়া বিচাৰৰ কথাত সংশয় লাগি কলো, তুমি য়িছ। লমলৈ গৈ এই কথাবােৰ সােধ কৰাবাগে নে ? ২১ তেতিয়া পৌলে মহ। ৰজাৰ আগত সোধ হবৰ নিমিত্তে আপোনাক ৰাখিবলৈ প্রার্থনা কৰিলত, মই কৈচৰলৈ নেপাচেঁমানে তাক ৰাখিবলৈ অজ্ঞা কৰিলে। ২২ তেতি -