পৃষ্ঠা:New Testament in Assamese.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ অধ্যায় । অগিপা ৰজা, মই য়িহুদিবিলাকৰ পৰা অপবাদ পালো । ৮ ঈশ্বৰে মৰা- বিলাকক তুলিব, এয়ে তোমোলাকৰ বিবেচনাত কিয় অসম্ভব যেন বুঝা যাব? ৯ নচিৰীয়া যীশুৰ নামৰ বিৰোন্ধে অনেক কর্ম কৰিব লগিয়া, ইয়াক মই আপুনি স্বৰূপ যেন বুঝিলে।। ১০ য়িৰুছালমত সেই বিৰেন্ধ কর্ম কৰি প্রধান পোৰোহিতৰ পৰা শক্তি পাই অনেক সাধু লোকক বন্দীশালত থলে; আৰু সিবিলাকক মৰাৰ সময়ত সিবিলাকৰ বিৰোন্ধে সম্মত দিলে।। ১১ আৰু বাৰে বাৰে সকলো নাম ঘৰত সিবিলাকক শাস্তি কৰি বলেৰে নিন্দা কৰালোঁ। আৰু সিবিলাকলৈ অতিশয় খঙ্গ হৈ অন দেশৰ নগৰ- লৈকে তাৰণা কৰি খেদালে।। ১২ এই ৰূপে প্রধান পোৰোহিতৰ পৰা শক্তি আৰু অজ্ঞা পত্র পাই দামেচক নগৰলৈ গলে।। ১৩ তাতে হে মহা ৰাজ, বাটৰ মাঝত দুপৰৰ সময়ত বেলিৰ প্ৰকাশতকৈয়ো বৰ এক পহৰ আকাশৰ পৰা মোৰ আৰু লগত যােৱা মানুহৰ চাৰিও ফালে প্রকাশ হোৱা দেখিলে।। ১৪ তেতিয়া আমি অটাই মাটীত পৰিলত, হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা? কাইটত ভৰি মৰা তোমালৈ টান, এই বুলি ইব্ৰী ভাষাৰে কোৱা এক শবদ শুনিলে।। তাতে মই সুধিলে, হে প্রভু, আপুনি কোন ? তেতিয়া তেওঁ কলে, যি যীশুকে তুমি তাৰণা কৰি- ছা, তেৱেই মই । ১৬ কিন্তু উঠি ভৰিৰে থিয় হোরা; তুমি যি যি দে- খিলা, আৰু পাছে এই মানুহৰ আৰু বিদেশী লোকৰ হাতব পৰা তোমাক উদ্ধাৰ কৰি মই যি যি তোমাক দেখুয়াম, সেই আটাইৰে নিমিত্তে তোমাক সেৱক অ িসাক্ষী হবলৈ মই দর্শন দিলে।। ১৭ বিদেশী লোকে যেন পা- পৰ পৰা ক্ষমা পাই, আৰু মোত বিশ্বাসেৰে পবিত্র কাবিলাকৰ মাঝত যেন ভাগ পাই, ১৮ এই কাৰণে সিবিলাকৰ চকু মেলিবৰ নিমিত্তে আৰু এন্ধাৰৰ পৰা পহৰলৈ, ছয়তানৰ অধীনৰ পৰা ঈশ্বৰলৈ সিবিলাকক পাল- টাবৰ নিমিত্তে এতিয়া সিবিলাকৰ ওচৰলৈ মই তোমাক পঠাওঁ । স্বৰ্গৰ আদেশ পোৱাত, হে অগিপা ৰজা, তকি অমান্য নকৰি, ২০ প্রথ- মতে দামেচক আৰু য়িছালমত থকাবিলাকৰ আগত, পাছে য়িহুদা গো- টেই খনত আৰু বিদেশী লোকৰ অগিতো, সিবিলাকে যেন মন পলি- টাই ঈশ্বৰলৈ সর্ম খ হৈ মন পালটনৰ যোগ্য কর্ম কৰে, এই নিমিত্তে উপ- দেশ দিলে। ২১ তাৰ কাৰণে য়িহুদিবিলাকে মন্দিৰত মোক ধৰি মাৰিব- লৈ উপায় কৰিছিল। ২২ তথাপি ঈশ্বৰৰ উপকাৰ পাই আজিলৈকে জীয়াই আছে; ২৩ আৰু খ্রীষ্টে দুঃখ ভোগ কৰি সকলো মৰবিলাকৰ অগি হৈ মৃত্যুৰ পৰা উঠি, দেশৰবিলাকক অৰু বিদেশী লোককো পহৰ দেখুয়া, এই যি সকলো কথা ভবিষ্যত বাবিলাকে অাৰু মোচাই ঘটিব বুলি কলে, তাৰ বাহিৰে আন একো কথা নকৈ, সৰু বৰ সকলো মানুহক প্রমাণ দি আছে । ১৯ এনে