পৃষ্ঠা:New Testament in Assamese.djvu/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ ৫ ০ পাঁচনিৰ কৰম । ১৯ অধ্যায় 8 আপিলো কৰিন্ত নগৰত থকা সময়ত পৌলে ওপৰ দেশে দি গৈ এফেচ নগৰ পালে । ২ তাতে কেতবোৰ শিষ্যক পাই সিবিলকিত সুধিলে, তো- মোলাকে বিশ্বাস কলিত পবিত্র অত্মিা পলি নে? সিবিলাকে কলে, পবিত্র অাত্ম। যে অাছে, তাক অামি শুনাই নাই । ৩ তেওঁ সিবিলাকত কলে, তেনে হলে তোমোলাকে কিহলৈ বুৰ দিওবা হলা? সিবিলাকে কলে, য়োহান বুৰলৈ বুৰ দিওৱা হলে।। তাতে পেলে বুলিলে, আপোনাৰ পাছত যি জন আহিব, তেওঁত অর্থাৎ য়ীশু খ্রীষ্টত বিশ্বাস কৰিবলৈ য়োহানে উপদেশ দি, মন পলিটনৰ বুৰৰে মানুহবিলাকক বুৰ দিয়ালে । ৫ এই কথা শুনি সিবিলাকে প্রভু যীশুৰ নামেৰে বুৰ দিওবা হল । ৬ পাছে পৌলে সিবি- লাকৰ গাত হাত দিলত সিবিলাকৰ ওপৰত পবিত্র অাত্মা পৰিল; তাতে সিবিলাকে অনেক দেশৰ ভাষা অাৰু ভবিষ্যত বাক্য কলে, । ৭ সিবিলাক মুঠে বাৰে জনমান অছিল। ৮ পাছে পৌলে নাম ঘৰত সোমাই বাদ বিচাৰ কবি, ঈশ্বৰ ৰাজ্যৰ কথা মানুহবিলাকক প্রবত্তাই, তিনি মহিমান সাহ দি কৈ আছিলে । ৯ কিন্তু কেতবোৰ মানুহৰ মন কঠিন হৈ যোৱাত বিশ্বাস নকৰি লোকবিলাকৰ অগিতে এই পথক নিন্দা কৰিলত, পৌলে সি- হঁতৰ ওচৰৰ পৰা গৈ শিষ্যবিলাকক বেলেগ কৰি তুৰণি নামেৰে এজনৰ পহশালীত নিতৌ বাদ বিচাৰ কৰিলে । ১০ এই ৰূপে দুবছৰলৈকে কৰিলত অচিয়া দেশত থকা সকলো য়িহুদিবিলাকে আৰু গ্ৰীক মানুহেও প্রভু যীশুৰ কথা শুনিবলৈ পালে । অৰুি ঈশ্বৰে পৌলৰ হতুয়াই এনে বিস্ময় কর্ম কালে, ১২ তেওঁৰ গাৰ পৰ৷ গামােচা বা কপিৰ নৰিয়া মানুহৰ ওচৰলৈ আনিলত সিবিলাক ৰোগৰ পৰা মুকুত হল, অৰুি অশুচি ভূতো সিবিলাকৰ পৰা বাহিৰ ওলাল। ১৩ পাছে দেশ ফুৰা কেতবোৰ য়িহুদি ভূতৰ বেজে ভূতে পোৱা মানুহৰ অগিত প্রভু রীৰ নাম জপ কৰিবলৈ ধৰি বুলিলে, যি জনৰ কথা পৌলে কীত্তন কৰিছে, সেই যীশুৰ নাম লৈ তোমোলাকক অজ্ঞা দিছে । স্কের নামেৰে এজন য়িহুদি প্রধান পােৰােহিতৰ সাত পুতেকে এই ৰূপে কৰিলত, ১৫ অশুচি ভূতে উত্তৰ কৰিলে, যীশুক জানো, পৌলকে চিনো, কিন্তু তহঁত কোন? ১৬ ইয়াকে বুলি সেই অশুচি ভূতে পোৱা মানুহটে সিবিলাকৰ ওপৰত ঝাপ মাৰি বলেৰে ঘটাই জিকিল । তাতে সিবিলাকে নাঙ্গটা আৰু থেতেল হৈ সেই ঘৰৰ পৰা পললি । ১৭ পাছে এফেচত থকা য়িহুদি আৰু গ্ৰীক মানুহবিলাকে এই কথা শুনি সকলোএ ভয় পালে; আৰু প্ৰভু যীশুৰ নামৰ যশস্য। বাহি গল । ১৮ আৰু যি অনেক মানুহে বিশ্বাস কৰিলে, সিবিলাক অাহি আপুনি কব! কর্ম দেখুয়াই গীত ললে ।