১৮ অধ্যায় । ২৪৯ তে পৌলে উত্তৰ কৰিবলৈ ধৰিলত গালিও য়িহুদিবিলাকত কলে, এয়ে অন্যাই বা দুষ্ট কৰ্মাৰ গোচৰ হোৱা হলে, মই তোমােলাকৰ কথা সহিবলৈ উচিত হলহেঁতেন; ১৫ কিন্তু যদি কেৱল কথা, নাম, বা তোমোলাকৰ বিধা- নৰ বিচাৰহে হয়, তোমোলাকে অপিনিএই তাক চাবা, মই এনে গোচৰ নোসোধে।। ১৬ তাতে তেওঁ সিবিলাকক সেধিৰ তাসনৰ পৰা খেদাই দিলে । ১৭ আৰু গ্ৰীক সকলে নাম হৰৰ প্ৰধান গৰাকী চোস্থেনিক ধৰি সোধৰ অসিনৰ আগতেই কোবোৱালে । তথাপি গালিওএ এইবিলাক কথাত একোলৈকে মন নিদিলে । ১৮ পাছে পৌলে সেই ঠাইতে আৰু ভালে দিন থাকি ভায়েকবিলাকত বিদায় লৈ, কোনাে সঙ্কলপ কৰাৰ কাৰণে কে? ক্রিয়া নগৰত মূৰ খুৰাই, প্রিস্থিলা অৰু অকুলাই সৈতে জাহাজেৰে চুৰিয়া দেশলৈ গল । এফেচ নগৰ পাই সিবিলাকক তাতে এৰি থৈ, অপিনি নমি ঘৰত সোমাই য়িহুদিবিলাকে সৈতে বাদ ৰিচাৰ কৰিলে । তাতে সিবিলাকৰ লগত আৰু কিছু দিন থাকিবলৈ তেওঁত নিবেদন কৰিলে, কিন্তু তেওঁ অমান্তি হৈ বিদায় কৰি কলে, ২১ এতিয়া যি পৰ্ব্ব হবহি, তাক য়িৰুছলমত পালন কৰিবলৈ মই অৱশ্যে যাব লগা; কিন্তু ঈশ্বৰৰ ইচ্ছা হলে, তোমোলাকৰ ওচৰলৈ উলটি অহিম । ২২ এফেচৰ পৰা জাহাজ মেলি কৈচৰিয়া পাই, পাছে য়িছালমলৈ গৈ মণ্ডলীত নমস্কাৰ কৰি তাৰ পৰা অন্তিয়খিয়ালৈ ১৯ পাছে গল। ২৩ তাতে দিন। চাৰেক থাকি সেই নগৰৰ পৰা গৈ গলাতিয়া আৰু ফিৰু- গিয়া দেশ খনতে ক্ৰমেৰে ফুৰি ফুৰি সকলো শিষ্যক থিৰ কৰিলে । ২৪ নেই কালত চিকৰিয়া নগৰত ওপজা অাপলো নামেৰে শাস্ত্র জনা কথকি এজন য়িহুদি মানুহ একেচ নগৰলৈ আহিল । ২৫ তেওঁ প্ৰভুৰ পথত শিক্ষা পোৱা হৈ মনেৰে উৎসাহ কৰি, য়োহানৰ বুৰ দিওৱাকে মাথােন জানি, যতন কৰি প্ৰভুৰ কথা কৈ উপদেশ দিলে । ২৬ পাছে তেওঁ নাম ঘৰত সাহেৰে কথা কবলৈ ধৰতি আকুল আৰু প্রিস্কিলাই তেওঁৰ কথা শুনি আপােনাৰ ওচৰ- লৈ আনি ঈশ্বৰৰ পথ সম্পূর্ণ রূপে তেওঁক বুঝাই দিলে । ২৭ পাছে তেওঁ আখীয়া দেশলৈ যাবৰ মন কৰাত শিষ্যবিলাকে তেওঁক যেন গ্রহণ কৰে, ভায়েকবিলাকে এই কথা লিখি পঠালে। আপলোএ সেই ঠাই পালত যি- বিলাকে অনুগ্রহ পাই বিশ্বাস কৰিছিল, সিবিলাকক ভালেমান উপকাৰ কৰি লে। ২৮ আৰু য়িহুদিবিলাকে সৈতে বৰকৈ বদি বিচাৰ কৰি, যীশু যে খ্রীষ্ট হয়, ইয়াকে শাস্ত্ৰৰ প্রমাণ দি প্ৰকাশ কৰিলে । -
পৃষ্ঠা:New Testament in Assamese.djvu/২৫৪
অৱয়ব