পৃষ্ঠা:New Testament in Assamese.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। হেজাৰ ৰূপ হল। ১৯ আৰু মায়া কৰ্ম কৰা ভালেমান মানুহে আপোনাৰ পথী গোটাই অনি আটাইৰে অগিত পুৰি পেলালে। সেই পুথিৰ মূল্য গণিলত অহৈ কুৰি এনে মহিমাৰে প্ৰভুৰ কথা বাহি জয় হল। ২১ এইবিলাক কৰ্মা পূৰ হলত পৌলে মাকেনিয়া আৰু অখায়। দেশে দি য়িৰুছালমলৈ যাবৰ মন কৰি কলে, তালৈ যোৱাৰ পাছে মই ৰোম নগৰকে। দেখিব লাগিব। ২২ তেতিয়া আপোনাৰ পৰিচাৰকৰ মাঝৰ তিমথি আৰু এৰাস্ত, এই দুইকো মাকেদনিয়া দেশলৈ পাঁচি, অপুনি অ- চিয়া দেশত কিছু দিন থাকিল। ২৩ সেই কলিত এই পথৰ কথাত বৰ হুৰামুৰা লাগিল। ২৪ কিয়নো অত্তে মী দেবীৰ ৰূপৰ সৰু দল সাজি কাৰিবিলাকৰ বৰ লাভ জন্মোৱা, এনে দিমিত্ৰি নামেৰে এট। সোণাৰিএ সিবিলাকক আৰু একে কাম কৰাবোৰকো মাতি অনি কলে, ২৫ হে মা- নুহবিলকি, এই কৰ্মেৰে আমাৰ জীবিকা হয়, ইয়াক তোমোলাকে জানা। ২৬ কিন্তু যিবোৰক হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়, এই পৌলে এনে কথা কৈ, অকল এফেচত নহয়, প্ৰায় সকলো অচিয়া দেশত প্ৰবই ভা- লেমান মানুহক অপথে নিলে, ইয়াক তোমোলাকে দেখি শুনি অছি। ২৭ তাতে অকল অমাৰ কৰ্মত হেলা হৈছে, এনে নহয়, অচিয়া দেশ খনকে আদি কৰি অটাই জগতৰ মানুহে পূজা কৰা যি অত্তি মী মহা দেবী, তেওঁৰ মন্দিক হেলা কৰা অৰুি তেওঁৰ ঐশ্বৰ্যৰে। নাশ হোৱাৰ আশঙ্কা আছে। ২৮ এই কথা শুনি সিবিলাকে খঙ্গেৰে পূৰ হৈ ৰিঙ্গিয়ই কলে, এফেচী- বিলাকৰ অত্তেমী মহা দেবী হয়। ২৯ তাতে গোটেই নগৰত খেলিমেলি লাগিলত, সিবিলাকে গাই আৰু অৰিষ্টাখ, পৌলৰ লগত ফুৰা মাকেদনী- য়াৰ এই দুই মানুহক ধৰি নি, একে মনেৰে, ৰঙ্গ ঘৰলৈ লৰি গল। ৩০ তাতে পৌলে মানুহৰ মাঝলৈ যাব খুজিলে, কিন্তু শিষ্যবিলাকে তেওঁক যাব নিদিলে। ৩১ অৰু আচিয়াৰ অধিকাৰ জন চাৰেকে পৌলৰ মিতিৰ হৈ তেওঁৰ ওচৰলৈ মানুহ পঠাই, ৰঙ্গ ঘৰলৈ নেয়াবা বুলি মিনতি কৰিলে। ৩২ সভাত খেলি মেলি হোৱাত, কোনোবোৰে এই কথা, কোনোবোৰে অন কথা ৰিঙ্গিয়াই কলে, তাৰু কি কাৰণে একে ঠাই হল, তাক সহ ভাগে নেজানিলে। ৩৩ পাছে য়িহুদি লোকে চিকক অগকৈ পঠালত, মানুহবিলাকে তেওঁক সমূহৰ মঝিৰ পৰা বাহিৰ কৰি দিলে। তাতে চিকদৰে হাত টাবাৰ কৰি উত্তৰ কৰিব খুজিলে। ৩৪ কিন্তু তেওঁ যে য়িহুদি মানুহ ইয়াকে বুঝি, এফেচীবিলাকৰ অৰ্তেমী মহা দেবী হয়, এই কথা বুলি দুই ঘৰি মনলৈ আটাইবোৰৰ একে মাতেৰে এৰাও উঠিল। ৩৫ পাছে নগৰৰ অধিকাৰে সমূহক থিৰ কৰি কলে, হে এফেচী মানুহবিলাক, অন্ত্ৰে মী মহ। দেবী, অৰু জুপিতৰৰ পৰা যি মুক্তি পৰিল, তেওঁৰ পূজা এফেচ নগৰ সকলোএ কৰে, ইয়াক নজনা মানুহ কোন আছে? ৩৬ এইবিলাকৰ বিৰে ন্ধে ৩৩