পৃষ্ঠা:New Testament in Assamese.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ৪ ৮ পাঁচনিৰ কৰম । ৩২ এটা দিন নিশ্চয় কৰি থৈছে; অৰু তেওঁক মৃত্যুৰ পৰা তুলি, সকলোৰে অগিত ইয়াৰ প্ৰমাণ দিলে । মৃৰ পৰা তোলাৰ কথা শুনিলত কো- নে। কোনোএ বিগতি কৰিলে, অনি কোনোবোৰে বুলিলে, তোমাৰ এই কথা অনি খেনিলৈ শুনিন । ৩৩ তাতে পৌল সিবিলাকৰ মাঝৰ পৰা গল । ৩৫ তথাপি কেতবিলাক মানুহে তেওঁৰে সৈতে মিল হৈ বিশ্বাস কৰিলে । সিবিলাকৰ মাঝত অৰিয়পাগৰ দিনুচি, অদিমিৰিী নামেৰে এজনী তিবোত, অৰু অনি কেতবোৰে আছিল । ১৮ অধ্যায় । ২ সেই কা- ইয়াৰ পাছত পৌলে আথিনীৰ পৰা গৈ কৰিন্ত নগৰ পালে । লত ক্লেদিয়ই য়িহুদি সকলোকে ৰোম নগৰ এৰি যাবলৈ অজ্ঞা কৰাত, যি জনে অপোনাৰ তিৰোতা প্রিস্কিলাই সৈতে অলপ দিনৰ আগৈএ ইতা- লি দেশৰ পৰা আহিছিল, পন্ত দেশত জন্ম অকুলা নামেৰে এনে এজন য়িহুদি মানুহক দেখা পাই, পৌলে সিবিলাকৰ ওচৰলৈ গল । ৩ সিবি, লাক তাম্ব, ঘৰ সঞ্জীয়া মানুহ, পৌলৰে সেই সুকীয়া বিদ্যা দেখি, তেওঁ সিবিলাকে সৈতে থাকি বন কৰিলে । ৮ অৰু বিশ্রাম বাৰে বাৰে নাম ঘৰলৈ গৈ বাদ বিচাৰ কৰি, য়িহুদি আৰু গ্ৰীকবিলাকক বিশ্বাস কৰালে । ৫ পাছে চিলা অাৰু তিমথি এ মাকেদনীয়। দেশৰ পৰা আহিলত, পেলে শ্ৰমেৰে কথাত মন দি, যীশু যে খ্রীষ্ট হয়, ইয়াকে য়িহুদিবিলাকৰ অগিত প্রমাণ দিলে । ৬ কিন্তু সিবিলাকে তেওঁৰ বিৰোন্ধ হৈ নিন্দা কৰিলত, পো- লে আপোনাৰ কপিৰ ঝোকাৰি সিবিলাকত কলে, তােমােলাক নষ্ট হোৱাৰ দোষ তোমোলাকৰ মূৰতে থাকোক, মই নিদুষী; এতিয়াৰ পৰা বিদেশী লোকৰ ওচৰলৈ যাওঁ। ৭ পাছে তেওঁ তাৰ পৰা গৈ নাম ঘৰৰ ওচৰত থকা জুস্ত নামেৰে ঈশ্বৰক সেৱা কৰা এজনৰ ঘৰত সোমালগৈ; ৮ অৰু নাম ঘৰৰ প্ৰধান গৰাকী ক্রিসেপ আপোনাৰ ঘৰৰ সকলো মানুহে সৈতে প্রভূত বিশ্বাস কৰিলে । আৰু কৰি নগৰৰ অনেক মানুহে শুনি বিশ্বাস কৰি বুৰ দিওৱা হল । ৯ পছে প্রভুএ ৰাতি পৌলক দর্শন দি কলে, তুমি ভয় নকৰিবা, নিজম দি নেথাকি কথা কোৱা; ১০ মই তোমাৰ লগতে অাছে, আৰু কুকর্ম কৰিবলৈ তোমাক কেৱে নধৰে; কিয়নো এই নগৰত মোৰ অনেক মানুহ আছে । ১১ পাছে পৌলে তাতে ডেৰ বছৰ থাকি সিবিলা- কক ঈশ্বৰৰ কথা শিকাই দিলে । ১২ গালিও অখায়া দেশৰ অধিকাৰ হলত, য়িহুদিবিলাকে একে অল- চেৰে আহি পৌলক ধৰি সোধৰ অসিনৰ অগিলৈ নি কলে, ১৩ এইটোএ বিধানৰ বিৰােন্ধ ৰূপে ঈশ্বৰক ভজিবলৈ মানুহবিলাকক প্রবত্তাইছে । ১৪ তা- 1