পৃষ্ঠা:New Testament in Assamese.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ অধ্যায় । ২৪ ৭ . নগৰ মূৰ্তীৰে ভৰি থকা দেখি তেওঁৰ মনত বিষাদ লাগিল। ১৭ এই হে- তুকে তেওঁ নাম ঘৰত য়িহুদি মানুহ আৰু ভকতবিলাকে সৈতে আৰু হাটত যাক যাক দেখা পালে, সিবিলাকে সৈতেও নিতে নিতে বাদ বিচাৰ কৰি- ১৮ তাতে এপিকুৰি আৰু স্তয়িকি মতেৰে চল। জন চাবেক জ্ঞানী তেওঁৰে সৈতে বাদ কৰিলে; আৰু কোনো কোনো কলে, ই বক বকাই কি কব খোজে? আন কোনো বুলিলে, এওঁ কোনো বিদেশী দেবতা প্রখ্যাত কৰোঁতা যেন বুঝিছে; কিয়নো তেওঁ সিবিলাকৰ আগত শুৰ অাৰু মৃত্যুৰ পৰা উঠানৰ কথা কীত্তন কৰিছিলে । ১৯ পাছে সিহঁতে তেওঁক ধৰি আৰিয়পাগ থানলৈ আনি কলে, এই যি নতুন মত তুমি প্রখ্যাত কৰিছা, সেয়ে কেনে, অমকি বুঝায়া ; ২৫ কিয়নো এই যি আশ্চৰিত কথ] অামাৰ কাণত শুনাইছ, ইয়াৰ কি অর্থ, তাকে আমি জানিব খোজেঁ। । ২১ সেই অথিনীৰ সকলো মানুহে আৰু তাত থকা আলিহিবোৰেও কোনো কোনাে ন কথা কোৱা অাৰু শুনাত বাঝে আন একো কর্ম নকৰি দিন নিয়াই । ২২ পাছে পৌলে আৰিয়পাগৰ মাঝত থিয় হৈ এই কথা কলে, হে অ- থিনী মানুহবিলকি, তোমোলাকে সকলো ভাৱে দেও পূজাতে অতিশয় ৰতি কৰা, ইয়াক মই দেখিছে।। ২৩ কিয়নো মই ফুৰোতে তোমোলাকৰ সেৱা কৰা সকলোকে দেখি, অবিদিত ঈশ্বৰলৈ, এনে লিখাৰে এটা হোমৰ ভেটি পালোঁ। এই হেতুকে তোমোলাকে নেজানি যি জনক সেৱা কৰিছা, তেওঁৰ কথা তোমোলাকৰ অগিত কওঁ । জগত অাৰু তাত থকা সকলো বকে সুতো যি ইশ্বৰ, তেওঁ স্বৰ্গ আৰু পৃথিবীৰ অধিকাৰ হৈ হাতেৰে সজ। মন্দিৰত নিবাস নকৰে। ২৫ আৰু সকলোকে জীৱন, নিশ্বাস, আৰু তাটাই বস্তু দিএ, এই হেতুকে তেওঁৰ কোনো বস্তুৰ প্রয়োজন হোৱাত মানুহৰ হা- তেৰে সুশ্রুষা পাই, এনে নহয়। ২৬ অাৰু পৃথিবী গোটেই খনৰ ওপৰত থাকিবলৈ একে তেজেৰে সকলো জাতৰ মানুহক সুজি, সিবিলাকে প্রভূক কোনো মতে খপিয়াই পাই কি চাই, এই নিমিত্তে তেওঁক বিচাৰিবলৈ সি- বিলাকৰ নিযোজন কৰা কাল আৰু বসতিৰ সীমা ঠাৱৰ কৰিলে । ২৭ কিন্তু তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়, কিয়নে মি তেওঁতে জীছে, লৰি ছে, আছে । ২৮ অাৰু তোমোলাকৰ মাঝৰে। কোনো কবিএ কৈছে, আমিও তেওঁৰ বঙ্গহ । ২৯ এই হেতুকে যদি আমি ঈশ্বৰৰ বঙ্গহ উঁও, তেন্তে মানুহৰ বিদ্যা আৰু বুদ্ধিৰে কটা সোণৰ, ৰূপব, শিলৰ যি মূর্তি, ঈশ্বৰ তাৰ নিচিনা বুলি আমি ভাবিব লগিয়া নহয় । ৩০ আগষ সেই অজ্ঞান কাল ঈশ্বৰে সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পলি- টীবলৈ অজ্ঞা কৰিছে । ৩১ কিয়নো তেওঁ যি দিনা অপুনি নিযোজন কৰা মানুহৰ দ্বাৰাই পৃথিবীৰ আটাই মানুহক ধর্ম ৰূপে সােধ কৰিব, এনে ২৪